• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় হাৰ্ড লেণ্ডিং কৰিছিল ইৰাণৰ ৰাষ্ট্ৰপতিক কঢ়িয়াই অনা হেলিকপ্টাৰে? ৰাইছিক মৃত্যুৱেই মাতি আনিছিল নেকি এই দুৰ্গম এলেকালৈ? এই মৃত্যুৰ ৰহস্য ভেদ কৰিব পৰা নাযাব কিয়?

কিয় হাৰ্ড লেণ্ডিং কৰিছিল ইৰাণৰ ৰাষ্ট্ৰপতিক কঢ়িয়াই অনা হেলিকপ্টাৰে? ৰাইছিক মৃত্যুৱেই মাতি আনিছিল নেকি এই দুৰ্গম এলেকালৈ? এই মৃত্যুৰ ৰহস্য ভেদ কৰিব পৰা নাযাব কিয়?

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কিয় হাৰ্ড লেণ্ডিং কৰিছিল ইৰাণৰ ৰাষ্ট্ৰপতিক কঢ়িয়াই অনা হেলিকপ্টাৰে? ৰাইছিক মৃত্যুৱেই মাতি আনিছিল নেকি এই দুৰ্গম এলেকালৈ? এই মৃত্যুৰ ৰহস্য ভেদ কৰিব পৰা নাযাব কিয়?

কিয় হাৰ্ড লেণ্ডিং কৰিছিল ইৰাণৰ ৰাষ্ট্ৰপতিক কঢ়িয়াই অনা হেলিকপ্টাৰে? ৰাইছিক মৃত্যুৱেই মাতি আনিছিল নেকি এই দুৰ্গম এলেকালৈ? এই মৃত্যুৰ ৰহস্য ভেদ কৰিব পৰা নাযাব কিয়?

editor by editor
May 20, 2024
in বিশ্ব, লেখা
0
কিয় হাৰ্ড লেণ্ডিং কৰিছিল ইৰাণৰ ৰাষ্ট্ৰপতিক কঢ়িয়াই অনা হেলিকপ্টাৰে? ৰাইছিক মৃত্যুৱেই মাতি আনিছিল নেকি এই দুৰ্গম এলেকালৈ? এই মৃত্যুৰ ৰহস্য ভেদ কৰিব পৰা নাযাব কিয়?
0
SHARES
311
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিয়ে৷ সোমবাৰে পুৱাই তেওঁৰ মৃত্যু খবৰ নিশ্চিত কৰিছে ইৰাণ চৰকাৰে৷ এই হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে ৰাইছিৰ সৈতে থকা ইৰাণৰ বিদেশমন্ত্ৰী হোছেইন আমিৰাবদোল্লাহিয়ানৰো৷ সূত্ৰৰ খবৰ অনুসৰি হেলিকপ্টাৰটোত থকা অন্যান্য অধিকাৰীসকলৰো মৃত্যু হোৱা বুলি সূত্ৰটোৱে উল্লেখ কৰিছে৷ ৰাষ্ট্ৰপতিৰ মৃত্যু সংবাদ লাভ কৰা মাত্ৰকেই সকলোৰে মনত প্ৰশ্ন,  কোন হ’ব পৰবৰ্তী ৰাষ্ট্ৰপতি?

ইৰাণৰ সংবিধান অনুসৰি কোনো দুৰ্ঘটনাত যদি প্ৰেছিডেণ্টৰ মৃতু হয় তেন্তে সেই পদত প্ৰথমে বহে ভাইছ প্ৰেছিডেণ্ট বা উপৰাষ্ট্ৰপতি৷ অৰ্থাৎ মহম্মদ মোখৰাই হ’ব এতিয়া দেশৰ পৰবৰ্তী প্ৰেছিডেণ্ট৷ এইক্ষেত্ৰত অৱশ্যে দেশৰ সৰ্বোচ্চ নেতাৰ অনুমতি খুবেই প্ৰয়োজন৷ ইৰাণৰ ৰাষ্ট্ৰ প্ৰধান হিচাপে ভূমিকা পালন কৰি আছে সেই দেশৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলি খামেনিয়ে৷ তেওঁক চৰকাৰৰ প্ৰধান আৰু সৰ্বোচ্চ নেতা হিচাপে বিবেচনা কৰা হয়৷ প্ৰেচিডেণ্টৰ মৃত্যুৰ পৰবৰ্তী ৫০ দিনৰ ভিতৰত নিৰ্বাচনৰ আয়োজন কৰাৰো বিধান আছে৷ এই সময়ৰ ভিতৰতেই দেশে নতুন প্ৰেছিডেণ্ট বাচি ওলিয়াব৷

ইয়াৰ পূৰ্বে ৰাইছি আৰু বৈদেশিকমন্ত্ৰীৰ মৃতদেহ উদ্ধাৰৰ কামত লাগিছে দেশৰ বিশেষ বাহিনী৷ উদ্ধাৰৰ বাবে আগুৱাই আহিছে তুৰস্কৰো এটা বিশেষ দল৷ ইয়াৰোপৰি ৰাছিয়া, আৰাবাইজান, আৰ্মেনিয়া আৰু ইৰাকে উদ্ধাৰকামত সহায় কৰিছে ইৰাণক৷ ৰাইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ কবলত পৰিছে সেই খবৰ লাভ কৰিলেও এতিয়ালৈকে কিন্তু প্ৰেছিডেণ্টৰ মৃতদেহ লাভ কৰিব পৰা হোৱা নাই৷

বৰষুণ আৰু হেলিকপ্টাৰ দুৰ্ঘটনা হোৱা স্থান দুৰ্গম হোৱাৰ বাবে উদ্ধাৰকাৰ্য বাৰে বাৰে ব্যাহত হৈছে৷ অৱশ্যে দুৰ্ঘটনাৰ পাছতেই ইৰাণে জনাই যে হাৰ্ড লেণ্ডিং কৰিছিল প্ৰেছিডেণ্টৰ বিমানখনে৷ এটা আন্তৰ্জাতিক সংবাদ মাধ্যমে তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ কৰামতে ২০২২ চনৰ ৰাছিয়াৰ এটা সামৰিক কাৰ্গোই হাৰ্ডলেণ্ডিং কৰি এনেকৈ ধ্বংস হৈ গৈছিল৷ ধ্বংসাৱশেষৰ টুকুৰা উদ্ধাৰ কৰিছিল উদ্ধাৰকাৰী দলে৷ অৰ্থাৎ ইৰাণৰ প্ৰেছিডেণ্টৰ হেলিকপ্টাৰখনো সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে ইংগিত দিছে ইৰাণ চৰকাৰে৷

দেওবাৰে প্ৰেছিডেণ্ট ৰাইছিয়ে আজাৰবাইজানৰ সীমান্তৰ ওচৰত কিজ কালাছি আৰু খোদাফাৰিন বান্ধ দুটা উদ্বোধন কৰে৷ তাৰ পৰা উভতি আহি ইৰাণৰ উত্তৰ পশ্চিম তাবৰিজ চহৰলৈ যাত্ৰা কৰিছিল৷ ইয়াৰপাছতেই হঠাৎ আহে দুৰ্ঘটনাৰ খবৰ৷ যুদ্ধকালীন তৎপৰতাত উদ্ধাৰকাৰ্য আৰম্ভও হয়৷ অৱশেষত ১২ ঘণ্টা পাছত ৰাইছিল হেলিকপ্টাৰৰ সন্ধান পায় উদ্ধাৰকাৰী দলে৷ হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে পুৰি ছাই হৈ গৈছে৷ পৰিস্থিতি খুবেই জটিল৷ কাৰোৱেই জীয়াই থকাৰ সম্ভাৱনা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24best news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
Next Post
শুক্লা ত্ৰয়োদশীত ৰবি যোগ, কাইলৈ সকলো কামতেই বজৰংবলীৰ আশীৰ্বাদ পাব এই ৫ ৰাশিৰ জাতকে

শুক্লা ত্ৰয়োদশীত ৰবি যোগ, কাইলৈ সকলো কামতেই বজৰংবলীৰ আশীৰ্বাদ পাব এই ৫ ৰাশিৰ জাতকে

বিক্ৰী হ’ব ৰিলায়েন্স কেপিটেলছ, ডুবিব ধৰা এই কোম্পানী কাক বিক্ৰী কৰিব অনিল আম্বানীয়ে?

বিক্ৰী হ’ব ৰিলায়েন্স কেপিটেলছ, ডুবিব ধৰা এই কোম্পানী কাক বিক্ৰী কৰিব অনিল আম্বানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.