• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিক্ৰী হ’ব ৰিলায়েন্স কেপিটেলছ, ডুবিব ধৰা এই কোম্পানী কাক বিক্ৰী কৰিব অনিল আম্বানীয়ে?

বিক্ৰী হ’ব ৰিলায়েন্স কেপিটেলছ, ডুবিব ধৰা এই কোম্পানী কাক বিক্ৰী কৰিব অনিল আম্বানীয়ে?

2 years ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

26 minutes ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

60 minutes ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

1 hour ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

2 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

3 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

3 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

4 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

5 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

5 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

6 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

7 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিক্ৰী হ’ব ৰিলায়েন্স কেপিটেলছ, ডুবিব ধৰা এই কোম্পানী কাক বিক্ৰী কৰিব অনিল আম্বানীয়ে?

বিক্ৰী হ’ব ৰিলায়েন্স কেপিটেলছ, ডুবিব ধৰা এই কোম্পানী কাক বিক্ৰী কৰিব অনিল আম্বানীয়ে?

editor by editor
May 20, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
বিক্ৰী হ’ব ৰিলায়েন্স কেপিটেলছ, ডুবিব ধৰা এই কোম্পানী কাক বিক্ৰী কৰিব অনিল আম্বানীয়ে?
0
SHARES
263
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰু উপায় নাই৷ ডুবি যোৱা কোম্পানী বেছিবলৈ সাঁজু অনিল আম্বানী৷ ৪০,০০০ কোটি টকাতকৈ অধিক ঋণত জৰ্জৰিত এতিয়া ৰিলায়েন্স কেপিটেল৷  এই সংস্থাটো ক্ৰয়ৰ বাবে যো-জা চলাইছে হিন্দুজা কোম্পানীয়ে৷ বিগত শুকুৰবাৰ ৰিলায়েন্স কেপিটেলক হিন্দুজা গোষ্ঠীৰ সংস্থা এছিয়া এণ্টাৰপ্ৰাইডৰ হাতত হস্তান্তৰ পৰাৰ শেষ তাৰিখ আছিল৷ ২০২৩ৰ ১৭ নৱেম্বৰ এই হস্তান্তৰৰ অনুমোদন দিছিল ৰিজাৰ্ভ বেংকে৷ তেওঁলোকে ৰিলায়েন্স কেপিটেলক ৬মাহৰ সময়সীমাও দিছিল৷ কিন্তু ৰিলায়েন্স কেপিটেলৰ সম্পদ হস্তান্তৰৰ বাবে আৰু কিছু সময় লাগিব বুলি জনাইছিল অনিল আম্বানীয়ে৷ সূত্ৰৰ খবৰ অনুসৰি ব্যৱসায় স্থানান্তৰণৰ সময়সীমা আৰু ১০ দিন বঢ়োৱাৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত অনুৰোধ কৰিছিল অনিল আম্বানীয়ে৷

আৰ বি আইক আৰ চিএপি প্ৰশাসনে অনুৰোধ জনাইছিল, ২৭ মে পৰ্যন্ত সময়সীনা বঢ়োৱা হওক৷ চলিত বছৰৰ ২৭ ফেব্ৰুৱাৰীত নেশ্ব্যনেল কোম্পানী ল ট্ৰাইবুনেল মুম্বাই শাখাৰ পক্ষৰ পৰা জনোৱা অনুসৰি ৰিলায়েন্স কেপিটেলৰ বাবে হিন্দুজা গোষ্ঠীৰ ফাৰ্ম, ইণ্ডাছইণ্ড ইণ্টাৰনেশ্ব্যনেল হোল্ডিংছ লিমিটেডৰ ৯৬৫০ কোটি টকাৰ ৰেজোলিউছন প্লেন অনুমোদন কৰিছিল৷ সেই সময়ত ইণ্ডাছইণ্ড ইণ্টাৰনেশ্ব্যনেল হোল্ডিংছ লিমিটেডক তেওঁলোকৰ পৰিকল্পনা বাস্তৱায়নৰ বাবে ৯০ দিন সময় দিছিল ট্ৰাইবুনেলে৷ ২৭ মে তাৰিখেই সেই ৯০ দিনৰ সময়সীমা শেষ হৈছে৷

২০২১ চনৰ নৱেম্বৰত ৰিলায়েন্স কেপিটেলৰ পুৰণি বৰ্ডক খাৰিজ কৰিছিল ৰিজাৰ্ভ বেংকে৷ পৰিচালনা সংক্ৰান্তিয় সমস্যা আৰু অৰ্থপ্ৰদানৰ ত্ৰুটিৰ অভিযোগ আছিল অনিল ধীৰুভাই আম্বানী গোষ্ঠীৰ এই সংস্থাৰ বিৰুদ্ধে৷ ইয়াৰ পাছতেই নাগেশ্বৰ ৰাও ৱাই ক সংস্থাৰ প্ৰশাসক হিচাপে নিযুক্ত কৰিছিল আৰবিআইয়ে৷ ২০২২ চনৰ ফেব্ৰুৱাৰীত সংস্থা অধিগ্ৰহণৰ বাবে দৰপত্ৰ বিচাৰি বিজ্ঞাপ্তিও দিছিল নাগেশ্বৰ ৰাওৱে৷ প্ৰত্যাশাৰ তুলনাত কম দাম দিয়াৰ বাবে প্ৰথম চাৰিজন আৱেদনকাৰীৰ ৰেজলিউশ্ব্যন প্লেন প্ৰত্যাখ্যান কৰিছিল বেংক কমিটিয়ে৷ পাছলৈ ইণ্ডছাইণ্ড ইণ্টাৰনেশ্ব্যনেল হোল্ডিংছ লিমিটেড আৰু টৰেণ্ট ইনভেষ্টমেন্টে নিলামৰ অংশ লয়৷ শেষ পৰ্যন্ত হিন্দুজা গোষ্ঠীৰ আইআইএইছএলে এই কোম্পানী ক্ৰয় কৰাৰ বাবে সমূহ প্ৰক্ৰিয়া আগবাঢ়িছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা
অপৰাধ

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

September 22, 2026
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
Next Post
চিন্তা আপুনিয়েই কৰিব কথা নাই… চাপ কমাবলৈ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ছেকেণ্ড ব্ৰেইন, কেই টকাত ক্ৰয় কৰিব পাৰিব এই ব্ৰেইন?

চিন্তা আপুনিয়েই কৰিব কথা নাই... চাপ কমাবলৈ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ছেকেণ্ড ব্ৰেইন, কেই টকাত ক্ৰয় কৰিব পাৰিব এই ব্ৰেইন?

‘কভাক্সিনৰ পাৰ্শ্বক্ৰিয়া নাই! মিছা কথা বিয়পাইছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ে’, বিশেষ ৰিপৰ্ট দাখিল কৰিছে কেন্দ্ৰীয় সংস্থা ICMRয়ে

‘কভাক্সিনৰ পাৰ্শ্বক্ৰিয়া নাই! মিছা কথা বিয়পাইছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ে’, বিশেষ ৰিপৰ্ট দাখিল কৰিছে কেন্দ্ৰীয় সংস্থা ICMRয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.