• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়া শ্ৰী কৃষ্ণৰ প্ৰিয় আঘোণ মাহ! এই মাহতেই ৫ৰাশিয়ে শ্ৰী কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব

এয়া শ্ৰী কৃষ্ণৰ প্ৰিয় আঘোণ মাহ! এই মাহতেই ৫ৰাশিয়ে শ্ৰী কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব

3 years ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

15 minutes ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

2 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

2 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

2 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

3 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

4 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

6 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

6 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

6 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

7 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

8 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এয়া শ্ৰী কৃষ্ণৰ প্ৰিয় আঘোণ মাহ! এই মাহতেই ৫ৰাশিয়ে শ্ৰী কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব

editor by editor
November 24, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
এয়া শ্ৰী কৃষ্ণৰ প্ৰিয় আঘোণ মাহ! এই মাহতেই ৫ৰাশিয়ে শ্ৰী কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব
0
SHARES
21.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমীয়া কেলেণ্ডাৰ অনুসৰি কাতি মাহৰ পাছতেই আঘোণ মাহ। ১৮ তাৰিখৰ পৰা আৰম্ভ হৈছে আঘোণ মাহ। ১৭ অক্টোবৰত সূৰ্য তুলা ৰাশি এৰি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিছে। আঘোণ মাহৰ আৰম্ভণিতেই এই সালসলনি। বৈদিক পঞ্জিকা অনুসৰি আগন্তুক ২৭ নৱেম্ভৰত কাতি পূৰ্ণিমাৰ পাছতেই আৰম্ভ হয় আঘোণ মাহ। হিন্দু ধৰ্ম অনুসৰি আঘোণ হ’ল শ্ৰীকৃষ্ণৰ অতি প্ৰিয় মাহ। এই মাহত শ্ৰী কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব কেইটামান ৰাশিৰ জাতকে। ইয়াৰোপৰি আঘোণ মাহত সূৰ্য দেৱতাৰ পূজা কৰিলে লাভজনক। এই মাহৰ পূৰ্ণিমা তিথিত পালিত হয় ৰাধা কৃষ্ণৰ প্ৰেমৰ উৎসৱ ৰাস পূৰ্ণিমাও। জানি থওক আঘোণ মাহত শ্ৰীকৃষ্ণৰ আশীৰ্বাদত সুখ সৌভাগ্যৰ শিখৰত অৱস্থান কৰিব কেইটামান ৰাশিৰ জাতকে।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকসকল সাহসী, দৃঢ়মনা, আত্মবিশ্বাসী। সহজভাৱে নেতৃত্ব দিয়াৰ ক্ষমতা থাকিব এই ৰাশিৰ জাতকৰ। এই সকলোবোৰ গুণৰ বাবেই সিংহ ৰাশিৰ জাতকৰ পঠন্দ সদায় শ্ৰী কৃষ্ণ। চলিত আঘোণ মাহত কৃষ্ণৰ আশীৰ্বাদ এই ৰাশিৰ ওপৰত থাকিব। কেৰিয়াৰত উন্নতি। আৰ্থিকভাৱে লাভৱান হ’ব এই ৰাশিৰ জাতক।

তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ মনত গভীৰ ভক্তি আৰু বিশ্বাস থাকিব। শ্ৰী কৃষ্ণৰ প্ৰতি এওঁলোকৰ অত্যন্ত ভক্তিভাৱ থাকে। আঘোণ মাহত শ্ৰী কৃষ্ণৰ বিশেষ আশীৰ্বাদত সুখ স্বাচ্ছন্দ্যৰ অভাৱ নহ’ব তুলা ৰাশিৰ জাতকৰ। প্ৰেমত শুভ। এই মাহত যি কামতেই হাতত নিদিয়ক কিয় সফলতা লাভ কৰিবই।

ধনু ৰাশি
আঘোণ মাহত শ্ৰী কৃষ্ণৰ আশীৰ্বাদত জীৱনত সফলতা আহিব ধনু ৰাশিৰ জাতকৰ। কৃষ্ণৰ আশীৰ্বাদত আত্মীক আৰু ধাৰ্মিক উন্নতি হ’ব। ইয়াৰোপৰি আৰ্থিকভাৱেও লাভবান হ’ব এই ৰাশিৰ জাতক। আঘোণ মাহত বিশেষ অভিজ্ঞতাৰ মুখামুখি হ’ব এই ৰাশিৰ জাতক।

মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকে নিয়ম মানি চলি ভালপায়। এওঁলোকে এবাৰ যি কৰিম ভাৱে সেয়া কৰিহে ক্ষান্ত হয়। নিজৰ লক্ষ্যৰ প্ৰতি দৃঢ়প্ৰতিজ্ঞ থকাৰ স্বভাৱৰ বাবেই এওঁলোক শ্ৰীকৃষ্ণৰ প্ৰিয়। আঘোণ মাহত বংশীধৰৰ কৃপাত জীৱনৰ সকলো ক্ষেত্ৰতেই উন্নতি হ’ব। সকলো বিপদৰ পৰা তেওঁলোকক শ্ৰীকৃষ্ণই মুক্ত কৰি ৰাখিব।

মীন ৰাশি
মীন ৰাশিৰ জাতক দয়ালু আৰু আনৰ প্ৰতি এওঁলোকৰ সমবেদনা থাকে। শ্ৰী কৃষ্ণৰ বিশেষ আশীৰ্বাদ থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত। এই সময়ত আপোনাৰ মাজত ধৰ্মীয় চেতনা জাগ্ৰত হ’ব। সুখ স্বাচ্ছন্দ্য লাভ কৰিব মীন ৰাশিৰ জাতকে। সংসাৰত সুখ, শান্তি আৰু ভালপোৱা বৰ্তী থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম
বিনোদন

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল
বাণিজ্য

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

October 10, 2026
Next Post
পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্বৰ ৪০ গুণ দূৰৰ পৰা আহিছে লেজাৰ বাৰ্তা, কোনে পৃথিৱীলৈ পঠিয়াইছে এই বাৰ্তা?

পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্বৰ ৪০ গুণ দূৰৰ পৰা আহিছে লেজাৰ বাৰ্তা, কোনে পৃথিৱীলৈ পঠিয়াইছে এই বাৰ্তা?

সাময়িকভাৱে বন্ধ থকাৰ পাছত আকৌ আৰম্ভ হৈছে উত্তৰকাশীৰ উদ্ধাৰকাৰ্য। কিমান সময়ৰ পাছত বাহিৰলৈ আনিব পৰা হ’ব শ্ৰমিকক, জনালে উদ্ধাৰকাৰী দলে

সাময়িকভাৱে বন্ধ থকাৰ পাছত আকৌ আৰম্ভ হৈছে উত্তৰকাশীৰ উদ্ধাৰকাৰ্য। কিমান সময়ৰ পাছত বাহিৰলৈ আনিব পৰা হ’ব শ্ৰমিকক, জনালে উদ্ধাৰকাৰী দলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.