• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নীৰ অস্থি বিসৰ্জন দিবলৈ ভাৰতলৈ আহিছিল, ব্ৰিটেইনত দুই কণমানি কন্যাৰ কাষলৈ আৰু কাহানিও উভতি নাযায় অৰ্জুন, অভিশপ্ত বিমানত উঠিয়েই নেদেখা সিপাৰলৈ গুচি গ’ল অৰ্জুন

9 months ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

4 minutes ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

21 minutes ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

56 minutes ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

2 hours ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

3 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

4 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

6 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

7 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পত্নীৰ অস্থি বিসৰ্জন দিবলৈ ভাৰতলৈ আহিছিল, ব্ৰিটেইনত দুই কণমানি কন্যাৰ কাষলৈ আৰু কাহানিও উভতি নাযায় অৰ্জুন, অভিশপ্ত বিমানত উঠিয়েই নেদেখা সিপাৰলৈ গুচি গ’ল অৰ্জুন

পত্নীৰ অস্থি বিসৰ্জন দিবলৈ ভাৰতলৈ আহিছিল, ব্ৰিটেইনত দুই কণমানি কন্যাৰ কাষলৈ আৰু কাহানিও উভতি নাযায় অৰ্জুন, অভিশপ্ত বিমানত উঠিয়েই নেদেখা সিপাৰলৈ গুচি গ’ল অৰ্জুন

editor by editor
June 13, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পত্নীৰ অস্থি বিসৰ্জন দিবলৈ ভাৰতলৈ আহিছিল, ব্ৰিটেইনত দুই কণমানি কন্যাৰ কাষলৈ আৰু কাহানিও উভতি নাযায় অৰ্জুন, অভিশপ্ত বিমানত উঠিয়েই নেদেখা সিপাৰলৈ গুচি গ’ল অৰ্জুন
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৃত্যুশয্যাত থকা স্ত্ৰীয়ে স্বামীৰ ওচৰত তেওঁৰ শেষ ইচ্ছাৰ কথা কৈছিল৷ পত্নীৰ শেষ ইচ্ছা পূৰণ কৰিবলৈকে গুজৰাটলৈ আহিছিল ব্ৰিটেইনৰ এগৰাকী প্ৰৱাসী ভাৰতীয়৷ লণ্ডনলৈ আকৌ উভতি যাবলৈ বৃহস্পতিবাৰেই তেওঁৱো এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমানত৷ কিন্তু ঘৰ নাপালেগৈ৷ হতভাগ্য ২৪১ জন যাত্ৰীৰ মাজত তেওঁৰ নামো আছে৷

পত্নী ভাৰতীবেনৰ অস্থি বিসৰ্জন দিবলৈ গুজৰাটৰ আমৰেলি জিলাৰ ভদিয়া গাওঁত নিজৰ পৈতৃক গৃহলৈ আহিছিল ৩৬ বছৰীয়া অৰ্জুন মনুভাই৷ বিগত সপ্তাহত শেষ নিশ্বাস ত্যাগ কৰিছে ভাৰতীবেনে৷ তেওঁৰ শেষ ইচ্ছা আছিল মৃত্যুৰ পাছত তেওঁৰ অস্থি যেন মাতৃভূমিতেই বিসৰ্জন দিয়ে৷

ভদিয়াত আত্মীয়স্বজনৰ সৈতে অস্থি বিসৰ্জনৰ নিয়ম শেষ কৰিব অৰ্জুনে পুনৰ ব্ৰিটেইনলৈ উভতি যাবলৈ ওলাইছিল৷ ব্ৰিটেইনত তেওঁ এৰি থৈ আহিছিল দুগৰাকী কন্যা সন্তানক৷ এগৰাকীৰ বয়স ৪ বছৰ আৰু আনগৰাকীৰ বয়স ৮ বছৰ৷ বৃহস্পতিবাৰে অৰ্জুনে লণ্ডনৰ গেটউইক বিমানবন্দৰলৈ যোৱাৰ উদ্দেশ্যে ৰাওনা হোৱাৰ বাবেই এয়াৰ ইণ্ডিয়াৰ বিমানত উঠিছিল৷ তেতিয়াই এই মৰ্মান্তিক ঘটনা৷
অৰ্জুনৰ ভাতৃ কৃষ জগদীশ পাটোলিয়াই সংবাদমাধ্যমৰ আগত কয়, ‘এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমানত টিকট আছিল তাৰ৷ সি সন্তানৰ বাবেই লৰালৰিকৈ লণ্ডনলৈ উভতিছিল৷ কিন্তু নিয়তিয়ে তাক যাবলৈ নিদিলে৷ মন ভাঙি পৰিছে আমাৰ৷ এসপ্তাহৰ ভিতৰতেই বোৱাৰী আৰু ভাতৃক হেৰুৱালো৷’

আহমেদাবাদৰ মেঘানিনগৰত ২৪২ জন যাত্ৰী লৈ বৃহস্পতিবাৰে দুপৰীয়া ভাঙি পৰিছে এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমান৷ যিখন বোয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ আছিল৷ বিমানৰ যাত্ৰীসকলৰ মাজত মাত্ৰ এজন যাত্ৰী আশ্চৰ্যজনকভাৱে বাচি গৈছে৷ বাকী সকলোৱেই মৃত্যুক সাবটি লৈছে৷ যাত্ৰীসকলৰ মাজত ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ নাগৰিক, ৭জন পৰ্তুগীজ নাগৰিক আৰু এজন কানাডাৰ নাগৰিক আছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ
জীৱনশৈলী

March 16, 2026
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

March 16, 2026
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?
স্বাস্থ্য

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

March 16, 2026
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

March 16, 2026
Next Post
প্ৰিয় সংখ্যা আছিল ১২০৬, সেই ১২ তাৰিখ ৬ মাহ অৰ্থাত ১২০৬তেই ১২ নম্বৰ চিটত বহি অজান দেশলৈ যাত্ৰা বিজয় ৰূপানিৰ

১৫ জুনৰ পৰা উজ্জ্বল হ’ব এই ৩ৰাশিৰ ভাগ্য, কৰ্মফলদাতা শনিৰ শক্তিশালী যোগত সলনি হ’ব জীৱনৰ গতিপথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন