• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডায়েট মেণ্টেন নকৰে ঐশ্বৰ্যই! বাৰ্থডে গাৰ্ল ঐশ্বৰ্যৰ এই ৫ অজানা তথ্য জানি থওক

ডায়েট মেণ্টেন নকৰে ঐশ্বৰ্যই! বাৰ্থডে গাৰ্ল ঐশ্বৰ্যৰ এই ৫ অজানা তথ্য জানি থওক

2 years ago
কিমান পৰিমাণ সম্পত্তি আছিল যশস্বী কণ্ঠশিল্পী আশা ভোছলেৰ?

কিমান পৰিমাণ সম্পত্তি আছিল যশস্বী কণ্ঠশিল্পী আশা ভোছলেৰ?

1 minute ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

1 hour ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

2 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

3 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

4 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

19 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

19 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

20 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

20 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

21 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

21 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ডায়েট মেণ্টেন নকৰে ঐশ্বৰ্যই! বাৰ্থডে গাৰ্ল ঐশ্বৰ্যৰ এই ৫ অজানা তথ্য জানি থওক

editor by editor
November 1, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত, লেখা
0
ডায়েট মেণ্টেন নকৰে ঐশ্বৰ্যই! বাৰ্থডে গাৰ্ল ঐশ্বৰ্যৰ এই ৫ অজানা তথ্য জানি থওক
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চাওঁতে চাওঁতেই জীৱনৰ ৫০টা বসন্ত পাৰ কৰিলে প্ৰাক্তন বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায় বচ্চনে। কিন্তু তেওঁৰ গ্লেমাৰ, সৌন্দৰ্যক আজিও পিছপেলাব পৰা নাই কোনো এগৰাকী বলীউড অভিনেত্ৰীয়েই। জীৱনৰ হাফ চেঞ্চুৰীৰ এই বিশেষ দিনটোত বহুজনেই ঐশ্বৰ্যক বিভিন্ন মাধ্যমেৰে জনাইছে শুভকামনা। বাৰ্থডে গাৰ্ল ঐশ্বৰ্যৰ এই দিনটো কেনেকৈ পাৰ হয় তাকে চাবলৈকে ৰৈ আছে অনুৰাগীও। কিয়নো সামাজিক মাধ্যমত খুবেই সক্ৰিয় ঐশ্বৰ্য। ব্যক্তিগত জীৱনৰ সুন্দৰ মুহূৰ্তসমূহৰ ছবি সামাজিকমাধ্যমত প্ৰায়েই শ্বেয়াৰ কৰে বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্যই।

ঐশ্বৰ্য একাধাৰে সফল অভিনেত্ৰী, প্ৰাক্তন বিশ্বসুন্দৰী, বচ্চন পৰিয়ালৰ বোৱাৰী। কিন্তু ঐশ্বৰ্যই নিজকে অভিনেত্ৰী হিচাপে গঢ় দিয়াৰ পৰিকল্পনা মুঠেও কৰা নাছিল। ঐশ্বৰ্যৰ সপোন আছিল এগৰাকী চিকিৎসক হোৱাৰ। ঐশ্বৰ্যৰ ৫০ বছৰীয়া ওপজা দিনত জানি থওক তেওঁৰ জীৱনৰ পাঁচটা অজানা তথ্য। বলীউডৰ সফল অভিনেত্ৰী হিচাপে দৰ্শকৰ দৰবাৰত পৰিচিত ঐশ্বৰ্য ৰায় বচ্চন। ভাৰতীয় ছবিৰ ওপৰিও হলীউড ছবিতো কাম কৰিছে ঐশ্বৰ্যই। কিন্তু ঐশ্বৰ্যই হলীউডত বিশেষ লাইমলাইট লাভ নকৰিলে।

নৱম শ্ৰেণীৰ পৰাই বিজ্ঞাপন ক্ষেত্ৰত আছে ঐশ্বৰ্য
নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়ৰে পৰাই বিজ্ঞাপন ক্ষেত্ৰত আছে ঐশ্বৰ্য। সেই সময়তেই প্ৰথম এটা বিজ্ঞাপনত কাম কৰিছিল ঐশ্বৰ্যই। স্কুলত পঢ়ি থকাৰ সময়তেই তেওঁ পেঞ্চিলৰ বিজ্ঞাপনৰ কাম কৰাৰ সুযোগ লাভ কৰিছিল।

চিকিৎসক হোৱাৰ সপোন
বৰ্তমান বলীউডৰ প্ৰথম শাৰীৰ তাৰকাসকলৰ মাজত অন্যতম ঐশ্বৰ্য। বিশ্বজুৰি তেওঁৰ খ্যাতি। ২৬ বছৰৰ কেৰিয়াৰত একাধিক হীট ছবি দৰ্শকক উপহাৰ দিছে ঐশ্বৰ্যই। কিন্তু অভিনেত্ৰী হোৱাৰ সপোন কোনো দিনেই দেখা নাছিল তেওঁ। অভিনেত্ৰী হোৱাৰ সপোন নাথাকিলেও তেওঁৰ প্ৰথম পছন্দ আছিল মডেলিং। কলেজত তেওঁৰ ডিপাৰ্টমেণ্ট আছিল Zoology And Botany, পঢ়ি থকাৰ সময়ত তেওঁ ভাৱিছিল আৰ্কিটেকছাৰ বা স্থাপত্য কলা বিষয়ত পঢ়া শুনা কৰাৰো মন আছিল বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্যৰ। কিন্তু ভৱা কথা জানো সকলো সিদ্ধি হয়। সকলোবোৰ এৰি ঐশ্বৰ্যৰ মডেলিং কেৰিয়াৰেই তেওঁক বলীউড অভিনেত্ৰী হিচাপে গঢ় দিলে।

ঐশ্বৰ্যৰ নামত ফুলো আছে

নেদাৰলেণ্ডছৰ জনপ্ৰিয় কেউকেনহফ বাগানৰ এটা বিৰল প্ৰজাতিৰ টিউলিপৰ নামকৰণ কৰা হৈছে প্ৰাক্তন বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায় বচ্চনৰ নামেৰে। এগৰাকী অভিনেত্ৰীৰ নামেৰে এবিধ ফুলৰ নামকৰণ কৰা হৈছে। এই ফুলৰ নামকৰণেৰে ঐশ্বৰ্যৰ সুন্দৰতাৰ প্ৰশংসাই কৰা হৈছে।

কাঁ ৰ মঞ্চত প্ৰথম ভাৰতীয় ষ্টাৰ
বলীউড ছবিত ঐশ্বৰ্য ৰায় বচ্চনৰ অনবদ্য অৱদানৰ কথা অস্বীকাৰ কোনোৱে কৰিব নোৱাৰে। বিশ্বৰ দৰবাৰ তথা চিনে ক্ষেত্ৰত অন্যতম শ্ৰেষ্ঠ সন্মান প্ৰদৰ্শনৰ মঞ্চ কাঁ চলচ্চিত্ৰ উৎসৱ। প্ৰথন ভাৰতীয় তাৰকা হিচাপে ২০০৩ চনত কাঁৰ মঞ্চত ভৰি দিছিল ঐশ্বৰ্যই। ইয়াৰপাছতেই কাঁ চলচ্চিত্ৰ উৎসৱত প্ৰতিবাৰেই উপস্থিত থাকে ঐশ্বৰ্য ৰায় বচ্চন। উল্লেখ্য যে কাঁৰ মঞ্চত তেওঁৰ লুকছ চাবৰ বাবেই ৰৈ থাকে দেশী বিদেশী বহু অনুৰাগী।

ডায়েটত অনীহা
ৰূপালী দুনীয়াৰ এজন ষ্টাৰে যেতিয়া ডায়েট পছন্দ নকৰে বুলি কোৱা হয় তেতিয়া সকলোৱে শুনি আচৰিত হয়। আচৰিত যেন লাগিলেও এয়াই সত্য যে ঐশ্বৰ্যই ডায়েট একেবাৰেই নকৰে। সাক্ষাৎকাৰত প্ৰাক্তন বিশ্বসুন্দৰীয়ে জনোৱা অনুসৰি তেওঁ আৰু অভিষেকে দুজনেই খাদ্যগ্ৰহণৰ সময়ত কিমান কেলৰি খাইছে সেয়া ভাৱি খাদ্য গ্ৰহণ নকৰে। ভালপোৱা সকলো খাদ্যই তেওঁলোকে ইচ্ছানুসৰি গ্ৰহণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান পৰিমাণ সম্পত্তি আছিল যশস্বী কণ্ঠশিল্পী আশা ভোছলেৰ?
বিনোদন

কিমান পৰিমাণ সম্পত্তি আছিল যশস্বী কণ্ঠশিল্পী আশা ভোছলেৰ?

April 12, 2026
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?
বাণিজ্য

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

April 12, 2026
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ
বিনোদন

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

April 12, 2026
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!
জীৱনশৈলী

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

April 12, 2026
Next Post
কৰৱা চৌথ পালন কৰিবলৈ আপোনাৰ চহৰত কেতিয়া চন্দ্ৰ ওলাব? জানি থওক পূজাৰ সবিশেষ নিয়ম

কৰৱা চৌথ পালন কৰিবলৈ আপোনাৰ চহৰত কেতিয়া চন্দ্ৰ ওলাব? জানি থওক পূজাৰ সবিশেষ নিয়ম

ভাঙিব মঙল-কেতুৰ অশুভ যুঁটি! দীপাৱলীত লক্ষ্মীৰ কৃপাত সম্পদ উপচি পৰিব ৫ ৰাশিৰ ঘৰত

ভাঙিব মঙল-কেতুৰ অশুভ যুঁটি! দীপাৱলীত লক্ষ্মীৰ কৃপাত সম্পদ উপচি পৰিব ৫ ৰাশিৰ ঘৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.