• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

4 months ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

1 hour ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

2 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

2 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

3 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

4 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

5 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

5 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

7 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

7 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

8 hours ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

9 hours ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

রোজগার করেও পকেট ফাঁকা? এই ৫ কাজ করলে আপনার অভাব কখনও ঘুচবে না

editor by editor
April 14, 2026
in জীৱনশৈলী, ভাৰত
0
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়
0
SHARES
205
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহু সময়ত দেখা যায়, উপাৰ্জন কৰিও হাতত ধন নাথাকে৷ দিনে নিশাই পৰিশ্ৰম কৰি যি আয় কৰে সেয়াও অপচয় হৈ যায়৷ কেতিয়াবা অপ্ৰয়োজনীয় খৰচ, কেতিয়াবা অসুখ-বিসুখত সকলো ধন হাতৰ পৰা গুচি যায়৷ ফলত পৰ্যাপ্ত আয় কৰিও একোৱেই সঞ্চয় কৰিব নোৱাৰি৷ বাস্তুশাস্ত্ৰই কৈছে, ইয়াৰ কাৰণ হব পাৰে বাস্তুদোষ৷ ঘৰত এনাৰ্জিৰ ভাৰসাম্য যদি সঠিক নাথাকে তেন্তে সম্পদ আগমনৰ পথ বন্ধ হৈ যায়৷ নিগেটিভ এনাৰ্জি বিয়পি পৰিলে সংসাৰত সুখ, সমৃদ্ধি আৰু শান্তি ধ্বংস হৈ যায়৷ এই পৰিস্থিতিত ঘৰৰ পৰা পানীৰ দৰে ধন ওলাই যায়৷ জানি থওক কি কি কাৰণত বাস্তুদোষ তৈয়াৰ হ’ব পাৰে?

মূল দুৱাৰৰ সন্মুখত গছ ৰোৱক

কোৱা হয় পজিটিভ আৰু নিগেটিভ এনাৰ্জি উভয়েই ঘৰৰ মূল দুৱাৰেৰে ঘৰত প্ৰৱেশ কৰে৷ দুৱাৰৰ এফালে কল গছ আৰু অন্যফালে তুলসী গছ ৰোৱক৷ ইয়াৰ ফলত বাস্তুদোষ কমি যাব৷ সংসাৰত সুখ সমৃদ্ধি থাকিব৷

আলমাৰিত তামৰ কয়েন ৰাখক

অহেতুক খৰচ কমাবলৈ বাস্তু অনুসৰি তামৰ কয়েন অত্যন্ত গুৰুত্বপূৰ্ণ৷ অক্ষয় তৃতীয়া, মহাশিৱৰাত্ৰি, দীপাৱলি, দৌলৰ দৰে শুভ দিনত তিনিটা তামৰ কয়েনৰ পূজা কৰক৷ ইয়াৰ পাছতেই সেই তিনিটা কয়েন আলমাৰিৰ য’ত টকা ৰাখে তাত ৰাখক৷ এই সৰু কামেই আপোনাৰ সংসাৰলৈ ধনৰ প্ৰবাহ কঢ়িয়াই আনিব৷

ঘৰলৈ আনক ক্ৰিষ্টেল শিৱলিংগ

ঘৰৰ পূজাৰ আসনত এটা ক্ৰিষ্টেল শিৱলিংগ স্থাপন কৰক৷ ক্ৰিষ্টেল হৈছে শুদ্ধ শক্তিৰ প্ৰতীক৷ ক্ৰিষ্টেল শিৱলিংগই নিগেটিভ এনাৰ্জি শুহি লয়৷ ইয়াৰ ফলত ঘৰৰ পৰিবেশ উন্নত হয় আৰু সংসাৰত সুখ সমৃদ্ধি বাঢ়ে৷ মনত থাকিব পুজা ঘৰো যেন সকলো সময়তে পৰিষ্কাৰ পৰিচ্ছন্ন থাকে৷

সন্ধিয়া শংখ বজাব পাৰে

পজিটিভিটি ধৰি ৰাখিবলৈ সদায়ে সন্ধিয়া শংখ বজায় প্ৰদীপ জ্বলাওক৷ ইয়াৰ ফলত ঘৰৰ সকলো কোণৰ পৰা নিগেটিভ এনাৰ্জি দূৰ হয়৷ ঈশ্বৰৰ আশীৰ্বাদ বৰ্ষিত হয় আপোনাৰ সংসাৰত৷

বাস্তুদোষ আঁতৰাবলৈ কি কি কৰিব?

ঝাড়ু য’তে ত’তে নথব৷ লেতেৰা স্থানতো ঝাড়ু নথব তাৰ সলনি ঘৰৰ কোনো এটা চুকত চফা স্থানত ঝাড়ু থওক৷ বাস্তু অনুসৰি ঝাড়ু লক্ষ্মীৰ প্ৰতীক৷ ঝাড়ুক অশ্ৰদ্ধা কৰিলে লক্ষ্মী কূপিতা হয়৷

ভঙা, ফটা বাচন ঘৰত নাৰাখিব৷ ভঙা আয়না, ভঙা আচবাব ঘৰৰ পৰা আঁতৰাই দিয়ক৷ অন্যথা আৰ্থিক সমস্যাই দেখা দিব৷

দেৰীকৈ টোপনিৰ পৰা ওঠা বা বেছি নিশালৈ জাগি থকাটোৱেও বাস্তুদোষ তৈয়াৰ কৰে৷ এই বদভ্যাষে কেৱল স্বাস্থ্যই বেয়া নকৰে, সংসাৰৰ পৰিস্থিতিও বেয়া কৰে৷

বাহি ফুট ভুলতো জমাই নাৰাখিব৷ ভগৱানক দিয়া ফুল হওক বা ফুলদানিত সজোৱা ফুল বাহি হলে পেলাই দিয়ক৷ শুকান ফুল ৰখা অত্যন্ত অশুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ
বিনোদন

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

August 6, 2026
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ
বাণিজ্য

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

August 6, 2026
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

August 6, 2026
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’
বিনোদন

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

August 6, 2026
Next Post
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.