অসম লাইভ ২৪ : AIUDFৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা
যমুনামুখ ছিৰাজউদ্দিন আজমল
পশ্চিম বিলাসীপাৰা হাফিজ বছিৰ আহমেদ
মানকাচৰ আমিনুল ইছলাম
ধুবুৰী নজৰুল হক
গৌৰীপুৰ নিজানুৰ ৰহমান
ভৱানীপুৰ ফণী তালুকদাৰ
সোণাই কৰিমউদ্দিন বৰভূঞা
ধিং আমিনুল ইছলাম
জনীয়া ড০ হাফিজ ৰফিকুল ইছলাম
আলকাপুৰ নিজামুদ্দিন চৌধুৰী
কাটলিচেৰা ছুজামুদ্দিন লস্কৰ
সৰুক্ষেত্ৰী মীনাক্ষী ৰহমান (বন্ধুত্বপূৰ্ণ)
জলেশ্বৰ ৰফিকুল ইছলাম (বন্ধুত্বপূৰ্ণ)
দলগাঁও মজিবুৰ ৰহমান (বন্ধুত্বপূৰ্ণ)
চেঙা আশ্ৰাফুল হুছেইন (বন্ধুত্বপূৰ্ণ)
বাঘবৰ ৰাজীৱ আহমেদ (বন্ধুত্বপূৰ্ণ)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















