উপ নিৰ্বাচনক কেন্দ্ৰ কৰি তীব্ৰ বাকযুদ্ধ। সমুখ সমৰত অখিল গগৈ-সুশান্ত বৰগোহাঁই। অখিল গগৈয়ে ধ্বংস কৰিছে বহু যুৱকৰ জীৱনঃ সুশান্ত। অখিলে স্থবিৰ কৰিছে উন্নয়নঃ সুশান্ত বৰগোহাঁই। সুশান্ত বৰগোহাঁইক উভতি ধৰিলে অখিল গগৈয়ে। গাখীৰেৰে গা ধুলেও জয়ী হ’ব নোৱাৰে সুশান্তইঃ অখিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















