দুৱাৰডলিত উৎসৱৰ বতৰ। সমাগত বিশ্বকৰ্মা পূজা, দুৰ্গাপূজা। মৃণ্ময় প্ৰতিমাত পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পীসকল। sopৰ শিথিলতাত আশাবাদী মৃণ্ময় শিল্পী।