এখনো সভাত নাই এটাও ভাষণ। কাৰাগাৰৰ পৰা ৩ খন চিঠি লিখিয়ে জিকিল অখিল। দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিও তৃতীয় স্থানতে থাকিল লুৰিণ। কাৰাবন্দী হৈ জয়লাভ কৰা প্ৰথমজন অসমীয়া।