অসম লাইভ ২৪ঃ কোভিডত আক্ৰান্ত আৰ্চাৰ জয়ন্ত তালুকদাৰ। সম্প্ৰতি ICUত চিকিৎসাধীন হৈ আছে অসমৰ তাৰকা আৰ্চাৰগৰাকী। ১ মে’ত কোভিডত আক্ৰান্ত হৈ কালাপাহাৰস্থিত কোভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল জয়ন্ত তালুকদাৰ। হঠাৎ অক্সিজেনৰ মাত্ৰা কমি গৈ খেলুৱৈগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি হোৱাত ICUত ভৰ্তি কৰোৱা হয়। বৰ্তমানেও স্বাভাৱিক অৱস্থালৈ অহা নাই জয়ন্ত তালুকদাৰৰ স্বাস্থ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ