• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনন্দন, অভিনন্দন! India Book of Recordsত নাম লিপিবদ্ধ কৰিলে ডিব্ৰুগড়ৰ ১১ বছৰীয়া অক্ষিতাই…

অভিনন্দন, অভিনন্দন! India Book of Recordsত নাম লিপিবদ্ধ কৰিলে ডিব্ৰুগড়ৰ ১১ বছৰীয়া অক্ষিতাই…

4 years ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

49 minutes ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

1 hour ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

2 hours ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

2 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

3 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

4 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

4 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

5 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

6 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

6 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

7 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অভিনন্দন, অভিনন্দন! India Book of Recordsত নাম লিপিবদ্ধ কৰিলে ডিব্ৰুগড়ৰ ১১ বছৰীয়া অক্ষিতাই…

editor by editor
January 24, 2023
in অসম, জীৱনশৈলী, শিক্ষা
0
অভিনন্দন, অভিনন্দন! India Book of Recordsত নাম লিপিবদ্ধ কৰিলে ডিব্ৰুগড়ৰ ১১ বছৰীয়া অক্ষিতাই…
0
SHARES
363
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসম সন্তান ১১ বছৰীয়া অক্ষিতা চাংকাকতিয়ে সন্মানীয় India Book of Records ত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে৷ মাত্ৰ পাঁচ মাহৰ ভিতৰতে দুখনকৈ কিতাপ লিখি প্ৰকাশ কৰিল অক্ষিতাই। অক্ষিতাই কম সময়ত দুখনকৈ কিতাপ প্ৰকাশ কৰা আটাইতকৈ কম বয়সীয়া লেখিকা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে৷ ২০২২ চনৰ জুলাই মাহত তেওঁৰ প্ৰথমখন গল্প সংকলন ‘Mimi’s Magical Adventures’ৰ সফলতাৰ পিছত সেই একে বছৰৰে ১৯ ডিচেম্বৰত অক্ষিতাৰ দ্বিতীয়খন কিতাপ “The Unbeatable Friends-The End of Evil” প্ৰকাশ পায়৷

ইংৰাজীতে লিখা তেওঁৰ দুয়োখন কিতাপে ইতিমধ্যেই দেশ-বিদেশৰ পঢ়ুৱৈৰপৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০২২ চনৰ ৩১ ডিচেম্বৰত India Book of Records ৰ কৰ্তৃপক্ষই অক্ষিতাই আটাইতকৈ কম বয়সীয়া লেখিকা হিচাপে অভিলেখ সৃষ্টি কৰা বুলি নিশ্চিত কৰে৷ অক্ষিতা মেঘালয়ৰ এসময়ৰ ৰাজ্যিক টেবুল টেনিচ জুনিয়ৰ শাখাৰ ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈ। বৰ্তমান পুণেত কৰ্মৰত অংশু চাংকাকতি আৰু এসময়ৰ ডিব্ৰুগড়ৰ আকাশবাণী তথা দূৰদৰ্শনৰ এগৰাকী জনপ্ৰিয় অনুষ্ঠান পৰিবেশিকা আৰু আকাশবাণী দিল্লীৰ বাতৰি পৰিবেশিকা প্ৰাৰ্থনা বৰদলৈৰ একমাত্ৰ কন্যা৷

কিতাপ লিখাৰ উপৰিও ছবি আঁকি, কিতাপ পঢ়ি, গান গাই, কীব’ৰ্ড বজাই আৰু ফটোগ্ৰাফী কৰি ভালপোৱা অক্ষিতা পুণেৰ Bharti Vidyapith Ravindranath Tagore School of Excellence ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী৷ অক্ষিতাৰ ইতিমধ্যে প্ৰকাশ পোৱা দুয়োখন কিতাপ amazon আৰু flipkart ত kindle আৰু paperback এই দুয়োটা ধৰণে উপলব্ধ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক
জীৱনশৈলী

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

September 16, 2026
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!
অসম

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

September 16, 2026
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?
জীৱনশৈলী

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

September 16, 2026
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?
শিক্ষা

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

September 16, 2026
Next Post
কালচক্ৰ পঞ্জিকাই কৈছে, আগন্তুক কেইবাবছৰলৈ বিজেপিৰেই জয়যাত্ৰা অব্যাহত থাকিব…

কালচক্ৰ পঞ্জিকাই কৈছে, আগন্তুক কেইবাবছৰলৈ বিজেপিৰেই জয়যাত্ৰা অব্যাহত থাকিব...

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.