• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনে কয় এয়া বানপ্ৰস্থ হোৱাৰ বয়স! ২৯ বছৰীয়া প্ৰেয়সী সন্তানসম্ভৱা, ৮৩ বছৰত পিতৃ হ’বলৈ ওলাইছে অভিনেতা আল পাচিনো

কোনে কয় এয়া বানপ্ৰস্থ হোৱাৰ বয়স! ২৯ বছৰীয়া প্ৰেয়সী সন্তানসম্ভৱা, ৮৩ বছৰত পিতৃ হ’বলৈ ওলাইছে অভিনেতা আল পাচিনো

3 years ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

31 minutes ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

56 minutes ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

1 hour ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

2 hours ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

2 hours ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

3 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

3 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

4 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

5 hours ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

5 hours ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

7 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কোনে কয় এয়া বানপ্ৰস্থ হোৱাৰ বয়স! ২৯ বছৰীয়া প্ৰেয়সী সন্তানসম্ভৱা, ৮৩ বছৰত পিতৃ হ’বলৈ ওলাইছে অভিনেতা আল পাচিনো

editor by editor
June 13, 2023
in Uncategorized, জীৱনশৈলী, বিশ্ব
0
কোনে কয় এয়া বানপ্ৰস্থ হোৱাৰ বয়স! ২৯ বছৰীয়া প্ৰেয়সী সন্তানসম্ভৱা, ৮৩ বছৰত পিতৃ হ’বলৈ ওলাইছে অভিনেতা আল পাচিনো
0
SHARES
382
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৮৩ বছৰত আকৌ এবাৰ পিতৃ হ’বলৈ মন মেলিছে হলিউডৰ ‘গডফাদাৰ’ আল পাচিনোয়ে। ভাৰতীয় সমাজত যি সমছোৱাক বানপ্ৰস্থ হোৱাৰ সময় বুলি কয় সেই সময়তেই যৌৱনে আমনি কৰিছে হলিউডৰ গডফাদাৰজনক। নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে আল পাচিনোৱে। তেওঁৰ প্ৰেয়সীৰ বয়স বৰ্তমান ২৯ বছৰ। আল পাচিনোৰ প্ৰেয়সী নুৰ আলফাল্লাৰ বৰ্তমান অন্তঃসত্ত্বা। চতুৰ্থবাৰ পিতৃ হ’বলৈ ওলাইছে আল পাচিনো।

অন্তঃসত্ত্বা প্ৰেয়সীৰ কাষতেই সময় অতিবাহিত কৰিছে আল পাচিনোৱে। শেহতীয়াকৈ লছ এঞ্জেলছৰ প্ৰাক্তন প্ৰেয়সী তথা হলিউড অভিনেত্ৰী বেভাৰলি ডি’এঞ্জেলোৰ সৈতে একেটা ফ্ৰেমত তেওঁক দেখা গৈছিল। একেটা ফ্ৰেমতেই দুয়োকে দেখাৰ পাছত বহুতেই কৈছিল যে দুই প্ৰাক্তন আকৌ সম্পৰ্কত আহিছে। কিন্তু এই খবৰ মিছা সেই কথাৰ প্ৰমাণ দিবলৈ গৈ নতুন প্ৰেয়সীৰ কথা প্ৰকাশ কৰে আল পাচিনোৱে।

উল্লেখ্য যে, আল পাচিনোৰ দুই সন্তান এতিয়া তেওঁৰ নতুন প্ৰেয়সীৰ সমবয়সীয়া। তেওঁলোকৰ পিতৃ যে আকৌ প্ৰেমত পৰিছে সেই কথা দুই সন্তানে পোনতে বিশ্বাসেই কৰিব পৰা নাছিল। আল পাচিনো আকৌ এবাৰ পিতৃ হ’বলৈ ওলোৱাৰ খবৰকো মানি ল’ব পৰা নাছিল তেওঁৰ সন্তানে। কিন্তু কথাবোৰ পিতৃয়ে নিজেই খুলি কোৱাত সন্তানেও এই বাস্তৱক স্বীকাৰ কৰি লৈছে। এই সন্দৰ্ভত আল পাচিনোৱে এক সাক্ষাৎকাৰত নিজেই কয়, ‘মই কি কম? কিমান সুখী মই বুজাই ক’ব নোৱাৰিম। এয়া সঁচায়ে এক ভাল খবৰ। মোৰ পূৰ্বেও সন্তান আছে, তথাপিও এই আহিবলগা সন্তানটো মোৰ বাবে স্পেছিয়েল।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

May 7, 2026
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?
জীৱনশৈলী

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

May 7, 2026
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?
জীৱনশৈলী

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

May 7, 2026
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!
জীৱনশৈলী

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

May 7, 2026
Next Post
জোনালী নাথৰ ওপৰত মিছাকৈয়ে পৰকীয়া প্ৰেমৰ অভিযোগ দিয়া হৈছে! জোনালীৰ স্বামীয়ে এজাহাৰ দাখিল কৰিলে CIDৰ IGP দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে

জোনালী নাথৰ ওপৰত মিছাকৈয়ে পৰকীয়া প্ৰেমৰ অভিযোগ দিয়া হৈছে! জোনালীৰ স্বামীয়ে এজাহাৰ দাখিল কৰিলে CIDৰ IGP দেৱৰাজ উপাধ্যায়ৰ বিৰুদ্ধে

তামিলনাডুৰ শক্তিমন্ত্ৰীক গ্ৰেপ্তাৰ কৰি বিপাঙত ইডি! গ্ৰেপ্তাৰৰ পাছতেই ইডিৰ দলে আইচিউৰ ভৰ্তি কৰালে মন্ত্ৰী ভি ছেণ্ঠিল বালাজীক

তামিলনাডুৰ শক্তিমন্ত্ৰীক গ্ৰেপ্তাৰ কৰি বিপাঙত ইডি! গ্ৰেপ্তাৰৰ পাছতেই ইডিৰ দলে আইচিউৰ ভৰ্তি কৰালে মন্ত্ৰী ভি ছেণ্ঠিল বালাজীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.