• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টকাই সকলো নহয়ঃ অক্ষয়, অজয় আৰু শ্বাহৰুখে কৰিব নোৱাৰা কাম কৰিলে আল্লু অৰ্জুনে…

টকাই সকলো নহয়ঃ অক্ষয়, অজয় আৰু শ্বাহৰুখে কৰিব নোৱাৰা কাম কৰিলে আল্লু অৰ্জুনে…

2 years ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

22 minutes ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

49 minutes ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

1 hour ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

2 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

3 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

4 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

4 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

টকাই সকলো নহয়ঃ অক্ষয়, অজয় আৰু শ্বাহৰুখে কৰিব নোৱাৰা কাম কৰিলে আল্লু অৰ্জুনে…

১০কোটিৰ অফাৰ ১মিনিটতে নাকচ

editor by editor
December 16, 2023
in চিনেমা, বিনোদন
0
টকাই সকলো নহয়ঃ অক্ষয়, অজয় আৰু শ্বাহৰুখে কৰিব নোৱাৰা কাম কৰিলে আল্লু অৰ্জুনে…
0
SHARES
17.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ যি কাম বলিউদৰ ছুপাৰষ্টাৰে কৰিব নোৱাৰিলে সেই কাম কৰি দেখুৱালে দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে। ধনেই যে সৰ্বস্ব নহয়, সেই বাৰ্তা সকলোকে প্ৰদান কৰিলে আল্লু অৰ্জুনে। ১০কোটিৰ অফাৰ ১মিনিটতে নাকচ কৰি আল্লু অৰ্জুনে যি কাম কৰিলে সেই কামৰ পৰা বহুখিনি শিকিবলগীয়া আছে বলিউদৰ ছুপাৰষ্টাৰসকলে।

যিসময়ত বিভিন্ন গুটখা আৰু সুৰা কোম্পানীৰ হৈ বিজ্ঞাপনত ব্যস্ত বলিউদৰ অভিনেতাসকল। তেনে সময়তে সুৰা-গুটখা কোম্পানীৰ বিজ্ঞাপনৰ বাবে আল্লু অৰ্জুনক প্ৰদান কৰা ১০কোটিৰ বিজ্ঞাপন নাকচ কৰিলে। পুষ্পা-২ এটা সুৰা আৰু গুটখা কোম্পানীয়ে প্ৰদান কৰিব বিচাৰিছিল ১০কোটিৰ এটা বিজ্ঞাপন। কিন্তু আল্লু অৰ্জুনে সেই বিজ্ঞাপন দিয়াৰ বাবে বাধা প্ৰদান কৰে।

আল্লু অৰ্জুনে মতপোষণ কৰে যে, সুৰা-গুটখা কোম্পানীৰ এনে বিজ্ঞাপনে দৰ্শকৰ মাজলৈ বেয়া বাৰ্তা প্ৰদান কৰিব। মই মোৰ দৰ্শকসকলক এনে বাৰ্তা প্ৰদান কৰিব নোৱাৰো। উল্লেখ কৰা প্ৰয়োজন যে, যি সময়ত বলিউদৰ অমিতাভ বচ্চনৰ পৰা আৰম্ভ কৰি শ্বাহৰুখ, অক্ষয়ৰ লৈকে সকলো গুটখা প্ৰতিষ্ঠানৰ বিজ্ঞাপনত ব্যস্ত হৈ আছে তেনে সময়ত আল্লু অৰ্জুনে গ্ৰহণ কৰা এই সচেতন সিদ্ধান্তই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা
জীৱনশৈলী

বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা

January 26, 2026
ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?
ক্ৰীড়া

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

January 20, 2026
Next Post
১ঘন্টা গান গালে লয় ডেৰ কোটি টকাঃ সহজ-সৰল অৰিজিত সিঙৰ আছে সম্পত্তিৰ পাহাৰ…

১ঘন্টা গান গালে লয় ডেৰ কোটি টকাঃ সহজ-সৰল অৰিজিত সিঙৰ আছে সম্পত্তিৰ পাহাৰ...

হেক হ’ব সহজতেঃ  খৰখেদাকৈ UPDATE কৰক আপোনাৰ SAMSUNG ফোন…

হেক হ'ব সহজতেঃ খৰখেদাকৈ UPDATE কৰক আপোনাৰ SAMSUNG ফোন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.