• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতিয়াৰে পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা? এই স্থানলৈ যাবলৈ মহাদেৱেও ত্যাগ কৰিছিল সৰ্বস্ব, কিয় বিশেষ অমৰনাথ? জানি থওক সবিশেষ

2 years ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

12 minutes ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

50 minutes ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

1 hour ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

2 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

3 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

4 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

5 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেতিয়াৰে পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা? এই স্থানলৈ যাবলৈ মহাদেৱেও ত্যাগ কৰিছিল সৰ্বস্ব, কিয় বিশেষ অমৰনাথ? জানি থওক সবিশেষ

কেতিয়াৰে পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা? এই স্থানলৈ যাবলৈ মহাদেৱেও ত্যাগ কৰিছিল সৰ্বস্ব, কিয় বিশেষ অমৰনাথ? জানি থওক সবিশেষ

editor by editor
April 28, 2024
in জীৱনশৈলী, ভাৰত
0
কেতিয়াৰে পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা? এই স্থানলৈ যাবলৈ মহাদেৱেও ত্যাগ কৰিছিল সৰ্বস্ব, কিয় বিশেষ অমৰনাথ? জানি থওক সবিশেষ
0
SHARES
63
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই বছৰৰ অমৰনাথ যাত্ৰা আৰম্ভ হ’ব আগন্তুক ২৯জুনত৷ শ্ৰী অমৰনাথ শ্ৰাইন বোৰ্ডে অমৰনাথ যাত্ৰাৰ দিন ঘোষণা কৰিছে৷ ২৯ জুনৰ পৰা আৰম্ভ হ’ব এই বছৰৰ অমৰনাথ যাত্ৰা৷ এই যাত্ৰা চলিব আগন্তুক ১৯আগষ্ট পৰ্যন্ত৷ অৰ্থাৎ মুঠ ৫২ দিন ধৰি চলিব অমৰনাথ যাত্ৰা৷ ইতিমধ্যে ১৫এপ্ৰিলৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচনৰ কাম৷

অমৰনাথ যাত্ৰা

প্ৰতি বছৰে অত্যন্ত কাঢ়া নিৰাপত্তাৰ মাজেৰে অমৰনাথ যাত্ৰা কৰে ভক্তই৷ দুটা পথেৰে অমৰনাথলৈ যাত্ৰা কৰে ভক্তসকলে৷ এটা পথ হৈছে অনন্তনাগ জিলাৰ মাজেৰে নুনৱান-পেহেলগাম ৰাস্তা৷ এই পথ প্ৰায় ৪৮ কিঃমিঃ দৈৰ্ঘৰ৷ এই পথ দীঘল হ’লেও যাত্ৰাৰ বাবে তুলনামূলকভাৱে সহজ৷ আন এটি পথ হৈছে গান্দাৰবাল জিলাৰ মাজেৰে বালতাল ৰাস্তা৷ ১৪ কিঃমিঃ দৈৰ্ঘৰ এই পথ ছুটি যদিও কণ্টকময়৷ ভৌগলিক কাৰণত অমৰনাথ গুহালৈ মাত্ৰ কেইটামান দিনহে ভক্তসকল যাব পাৰে৷

অমৰনাথ গুহাৰ অৱস্থান

অমৰনাথৰ পবিত্ৰ গুহা কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ পৰা ১৪১ কিঃমিঃ দূৰত্বত অৱস্থিত লাদাৰ উপত্যকাত৷ সমুদ্ৰতলৰ পৰা ১২,৭৫৬ ফুট উচ্চতাত এই অমৰনাথ গুহা অৱস্থিত৷ সমুদ্ৰতলৰ পৰা ইমান ওপৰত অৱস্থিত হোৱাৰ বাবেই বছৰৰ বেছিভাগ সময়ে হিমবাহ আৰু বৰফেৰে ঢকা থাকে এই গুহা৷

সৰ্বস্ব ত্যাগ কৰি অমৰনাথত উপস্থিত হৈছিল শিৱ

পুৰাণত উল্লেখ থকা অনুসৰি পাৰ্বতীক অমৰত্বৰ জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যে শিৱই পাৰ্বতীক লৈ এই গোপন স্থানলৈ আহিছিল৷ গভীৰভাৱে ধ্যানমগ্ন হোৱাৰ বাবে মহাদেৱে কৈলাশ পৰ্বত ত্যাগ কৰি অমৰনাথৰ উদ্দেশ্যে যাত্ৰা কৰিছিল৷ প্ৰচলিত বিশ্বাস অনুসৰি এই স্থানত উপস্থিত হ’বলৈকে শিৱই তেওঁৰ সমস্ত কিছু পৰিত্যাগ কৰিছিল৷ অমৰনাথৰ পথত মহাদেৱে তেওঁৰ বাহন ষাঁড় নন্দীক পহেলগাওঁত ত্যাগ কৰে৷ তাৰপিছতেই তেওঁৰ মূৰত স্থান পোৱা চন্দ্ৰক ত্যাগ কৰে চন্দনৱাৰিত, ডিঙিত থকা সাপ ত্যাগ কৰে শেষনাগ হৃদত৷ ইয়াৰ পাছতেই মহাগণেশ পৰ্বতত তেওঁৰ পুত্ৰক থৈ আহে৷ ইয়াৰোপৰি বায়ু, অগ্নি, পানী আৰু মৃত্তিকাক পঞ্জতৰ্ণীত ত্যাগ কৰে৷ সৰ্বস্ব ত্যাগ কৰি তেওঁ অমৰনাথ গুহাত প্ৰৱেশ কৰি দেৱী পাৰ্বতীক জীৱন আৰু অমৰত্বৰ অৰ্থ বুজোৱাত ব্যস্ত হৈ পৰে মহাদেৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

February 21, 2026
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ
জীৱনশৈলী

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

February 21, 2026
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ
জীৱনশৈলী

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

February 21, 2026
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?
জীৱনশৈলী

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

February 21, 2026
Next Post
ফাটিছে দেৱাল, বিশালকায় অট্টালিকা… ৰাস্তা প্ৰায় ২ফুটলৈকে সোমাই পৰিছে! ভূমিকম্পও হোৱা নাই, তেন্তে হঠাৎ কিয় এই ঘটনা ৰামবানত?

তলে তলে আনন্দ মিশ্ৰই খেলিছে গেম! ৭তাৰিখে বক্সাৰত ভোটগ্ৰহণ, প্ৰতিদ্বন্দিতা আগবঢ়াবনে মিশ্ৰই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন