• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তলে তলে আনন্দ মিশ্ৰই খেলিছে গেম! ৭তাৰিখে বক্সাৰত ভোটগ্ৰহণ, প্ৰতিদ্বন্দিতা আগবঢ়াবনে মিশ্ৰই?

তলে তলে আনন্দ মিশ্ৰই খেলিছে গেম! ৭তাৰিখে বক্সাৰত ভোটগ্ৰহণ, প্ৰতিদ্বন্দিতা আগবঢ়াবনে মিশ্ৰই?

2 years ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

2 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

2 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

3 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

4 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

4 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

5 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

5 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

6 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

7 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

8 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তলে তলে আনন্দ মিশ্ৰই খেলিছে গেম! ৭তাৰিখে বক্সাৰত ভোটগ্ৰহণ, প্ৰতিদ্বন্দিতা আগবঢ়াবনে মিশ্ৰই?

তলে তলে আনন্দ মিশ্ৰই খেলিছে গেম! ৭তাৰিখে বক্সাৰত ভোটগ্ৰহণ, প্ৰতিদ্বন্দিতা আগবঢ়াবনে মিশ্ৰই?

editor by editor
April 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
তলে তলে আনন্দ মিশ্ৰই খেলিছে গেম! ৭তাৰিখে বক্সাৰত ভোটগ্ৰহণ, প্ৰতিদ্বন্দিতা আগবঢ়াবনে মিশ্ৰই?
0
SHARES
568
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আনন্দ মিশ্ৰই নিৰ্বাচন খেলিবনে নেখেলে এই বিষয়টোক লৈ সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা হৈ আছিল৷ আই পি এছ চাকৰি এৰি ৰাজনীতিৰ পথাৰত ভৰি দিয়া আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ কথা নিজেই সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল আনন্দ মিশ্ৰই৷

শেহতীয়াকৈ অৱশ্যে তেওঁ নিৰ্বাচন খেলা-নেখেলা বিষয়টোক লৈ একাংশ সন্দিহানো হৈ পৰিছিল৷ কিয়নো আশা কৰা ধৰণে তেওঁ বিহাৰ বিজেপিৰ পৰা সঁহাৰি নাপালে যাৰবাবে নিৰ্দলীয় হৈয়েই বক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ প্ৰস্তুতি চলাইছে৷ অৱশেষত সেই সন্দেহ দূৰ কৰি এক্স হেণ্ডেলত আনন্দ মিশ্ৰই এৰিছে বিশেষ বাৰ্তা৷

https://x.com/anandmishraips/status/1784290459671760999

এক্স যোগে মিশ্ৰই কয়, ‘একাংশই মই নিৰ্বাচন নেখেলো বুলি ভুৱা প্ৰচাৰ চলাইছে৷ মই এনে মানুহ নহয় যে এবাৰ আগুৱাই গ’লে আকৌ পিছুৱাই আহিম৷ মোৰ সৈতে হাজাৰ হাজাৰ মানুহৰ বিশ্বাস, আশা জড়িত হৈ আছে৷ সেই আশাক মই নিৰাশালৈ ৰূপান্তৰ কৰিব নোৱাৰো৷ মই নিৰ্বাচন নিশ্চয় খেলিম৷ ৭ মেত মোৰ সমষ্টিত নিৰ্বাচন৷ মই এইকেইদিনৰ ভিতৰতেই নমিনেছন জমা দিম৷ আপোনালোকৰ আস্থাক মই সন্মান কৰো সেই সন্মান  মই ৰাখিম৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
Next Post
সাৱধান হওক! ফেছিয়েল কৰাবলৈ গৈ HIVত আক্ৰান্ত ৩মহিলা

সাৱধান হওক! ফেছিয়েল কৰাবলৈ গৈ HIVত আক্ৰান্ত ৩মহিলা

দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী

দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.