• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান হওক! ফেছিয়েল কৰাবলৈ গৈ HIVত আক্ৰান্ত ৩মহিলা

সাৱধান হওক! ফেছিয়েল কৰাবলৈ গৈ HIVত আক্ৰান্ত ৩মহিলা

2 years ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

52 minutes ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

1 hour ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

2 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

3 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

4 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

4 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

5 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

6 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

6 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

7 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাৱধান হওক! ফেছিয়েল কৰাবলৈ গৈ HIVত আক্ৰান্ত ৩মহিলা

সাৱধান হওক! ফেছিয়েল কৰাবলৈ গৈ HIVত আক্ৰান্ত ৩মহিলা

editor by editor
April 28, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
সাৱধান হওক! ফেছিয়েল কৰাবলৈ গৈ HIVত আক্ৰান্ত ৩মহিলা
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশেষ কছমেটিক চিকিৎসা ‘ভেম্পায়াৰ ফেছিয়েল’ৰ ইঞ্জেকশ্ব্যনক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰত তিনিগৰাকী মহিলা এইডছত আক্ৰান্ত হৈছে৷ আমেৰিকাৰ দক্ষিণ পশ্চিমাঞ্চলীয় অংগৰাজ্য নিউ মেক্সিকোৰ সকলোতকৈ জনবহুল চহৰ আলবুকাৰ্কত এই ঘটনা৷ মাৰ্কিন চৰকাৰৰ কেন্দ্ৰীয় ৰোগ নিয়ন্ত্ৰক আৰু প্ৰতিৰোধ সংস্থা চেণ্টাৰ ফল ডিজিজ কন্ট্ৰল এণ্ড প্ৰিভেনশ্ব্যনে সোমবাৰে এক বিবৃত্তি দিছে৷

বিবৃত্তিত উল্লেখ থকামতে, মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথমবাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে৷ কছমেটিক ইঞ্জেকশ্ব্যনৰ মাধ্যমেৰে এইডছৰ সংক্ৰমণ ঘটিছে৷ নিউ মেক্সিকোত থকা এই স্পাখনৰ কোনো লাইচেঞ্চো নাছিল বুলি প্ৰকাশ কৰিছে স্বাস্থ্য সংস্থাটোৱে৷ ২০১৮ চনত এই স্পা বন্ধও কৰিছিল প্ৰশাসনে৷ বৰ্তমানো এই স্পাৰ মালিক কাৰাগাৰতেই আছে৷ শেহতীয়া সেই স্পাত ফেছিয়েল কৰা এগৰাকী মহিলাৰ শৰীৰত এইডছৰ বীজাণু লাভ কৰাৰ পাছতেই সষ্টম হৈ পৰিছে প্ৰশাসন৷

মহিলাগৰাকীয়ে সেই স্পাত ভেম্পায়াৰ ফেচিয়েল কৰিছিল৷ ভাইৰেল খবৰ অনুসৰি তেওঁলোকে একেই সা সৰঞ্জাম একাধিকবাৰ ব্যৱহাৰ কৰাৰ ফলতেই এই ৰোগ বিয়পিছে৷ স্বাস্থ্য সংস্থাৰ ৰিপৰ্ট অনুসৰি বৰ্তমানলৈকে সেই স্পা লৈ যোৱা তিনিগৰাকী মহিলাৰ শৰীৰত এইডছৰ বীজাণু ধৰা পৰিছে৷ এই ৩ মহিলাৰ কোনো অনিৰাপদ যৌন সম্পৰ্কও নাছিল৷ তেওঁলোকে কোনো এইডছ ৰোগীৰ পৰা তেজো গ্ৰহণ কৰা নাছিল৷

এই ঘটনাৰ পাছতেই স্পাত তন্নতন্নকৈ স্বাস্থ্যকৰ্মীৰ দলে পৰীক্ষা চলাইছে৷ পৰীক্ষাত লাভ কৰা তথ্য অনুসৰি তেওঁলোকে ভেম্পায়াৰ ফেচিয়েলৰ বাবে ব্যৱহাৰ কৰা ইঞ্জেকছনতেই এই বীজাণুৰ সন্ধান লাভ কৰিছে৷ ৩গৰাকী আক্ৰান্ত মহিলাৰ ভিতৰত দুগৰাকীৰ শৰীৰত ২০১৮ চনত এই বীজাণু ধৰা পৰিছে আৰু তৃতীয়গৰাকীৰ শৰীৰত চলিত বৰ্ষতেই এই বীজাণুৰ সন্ধান পোৱা গৈছে৷

বহুল প্ৰচলিত ভেম্পায়াৰ ফেছিয়েল কি?

বয়সৰ সৈতে ছাল সোতোৰা পৰে৷ চালৰ সৌন্দৰ্য ধৰি ৰখাৰ বাবে পুষ্টিকৰ খাদ্য, নামীদামী প্ৰসাধনী ব্যৱহাৰ কৰিও যদি আশানুৰূপ ফল লাভ নহয় তেন্চতে বহুতেই এই চিকিৎসা কৰাবলৈ আগবাঢ়ি আহে৷ এই ফেছিয়েলৰ সহায়ত বালিৰেখা, দাগ আদি আঁতৰাই দিব পাৰি৷ যিসকল ব্যক্তিয়ে এই ফেছিয়েল কৰিব বিচাৰে তেওঁলোকৰ শৰীৰৰ পৰা প্ৰথমে তেজৰ নমুনা সংৰক্ষণ কৰা হয়৷ তাৰপাছতেই সেই তেজৰ পৰা প্লাজমা পৃথক কৰা হয়৷ ছালৰ ওপৰৰ স্তৰত সেই বিশেষ তৰণ প্ৰৱেশ কৰোৱা হয় বেজীৰ জৰিয়তে৷ যাৰফলত নতুন কোষ তৈয়াৰ হয়৷ পুৰণি দাগ আঁতৰাই ছালত নতুনকৈ প্ৰটিন আৰু কোলাজেন উৎপাদন হ’ব ধৰে৷ এই সমগ্ৰ পদ্ধতিত এনাছথেচিয়াও প্ৰয়োগ কৰা হয়৷ এই কাম কৰোতে সেয়ে ছালত কোনো বিষ অনুভৱ নকৰে৷ কিন্তু এই ফেচিয়েলত বেজীৰ ব্যৱহাৰ হয়৷ সেয়ে এই পদ্ধতিত ব্যৱহাৰ কৰা বেজী পৰিস্কাৰ পৰিচ্ছন্ন হোৱাটো খুবেই জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং
বিনোদন

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
Next Post
দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী

দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী

মণিপুৰৰ ৬টা বুথত ভোট বাতিল কৰিলে নিৰ্বাচন কমিছনে, আকৌ ভোটগ্ৰহণ সেই বুথত, এতিয়াও অব্যাহত আছে হি*সা

মণিপুৰৰ ৬টা বুথত ভোট বাতিল কৰিলে নিৰ্বাচন কমিছনে, আকৌ ভোটগ্ৰহণ সেই বুথত, এতিয়াও অব্যাহত আছে হি*সা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.