• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মণিপুৰৰ ৬টা বুথত ভোট বাতিল কৰিলে নিৰ্বাচন কমিছনে, আকৌ ভোটগ্ৰহণ সেই বুথত, এতিয়াও অব্যাহত আছে হি*সা

মণিপুৰৰ ৬টা বুথত ভোট বাতিল কৰিলে নিৰ্বাচন কমিছনে, আকৌ ভোটগ্ৰহণ সেই বুথত, এতিয়াও অব্যাহত আছে হি*সা

2 years ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

1 hour ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

2 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

3 hours ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

3 hours ago
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

4 hours ago
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

4 hours ago
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

5 hours ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

7 hours ago
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

7 hours ago
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

8 hours ago
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

9 hours ago
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰৰ ৬টা বুথত ভোট বাতিল কৰিলে নিৰ্বাচন কমিছনে, আকৌ ভোটগ্ৰহণ সেই বুথত, এতিয়াও অব্যাহত আছে হি*সা

মণিপুৰৰ ৬টা বুথত ভোট বাতিল কৰিলে নিৰ্বাচন কমিছনে, আকৌ ভোটগ্ৰহণ সেই বুথত, এতিয়াও অব্যাহত আছে হি*সা

editor by editor
April 28, 2024
in উত্তৰ-পূব, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
মণিপুৰৰ ৬টা বুথত ভোট বাতিল কৰিলে নিৰ্বাচন কমিছনে, আকৌ ভোটগ্ৰহণ সেই বুথত, এতিয়াও অব্যাহত আছে হি*সা
0
SHARES
103
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মণিপুৰ কেতিয়াবা শান্ত হ’বনে সেই প্ৰশ্নৰ উত্তৰ কাৰো হাততেই নাই৷ এইবাৰ আকৌ মণিপুৰত আৰম্ভ হৈছে আন এখন নতুন যুঁজ৷ নিৰ্বাচন চলি থকাৰ মাজতেই উত্তাল হৈ আছে মণিপুৰ৷ শুকুৰবাৰে দোভাগ নিশা মণিপুৰৰ বিষ্ণুপুৰ জিলাত দুষ্কৃতিকাৰীৰ হাতত প্ৰাণ হেৰুৱাইছে কেন্দ্ৰীয় ছিআৰপিএফ বাহিনীৰ দুই জোৱানে৷ ইয়াৰ মাজতেই মণিপুৰৰ কেইবাটাও স্থানত ভোটগ্ৰহণ পুনৰ হ’ব বুলি জনাইছে নিৰ্বাচন কমিছনে৷ সূত্ৰৰ খবৰ অনুসৰি আউটাৰ মণিপুৰৰ ৬টাকৈ বুথত নতুনকৈ ভোটগ্ৰহণ হ’ব৷ দুই লোকসভা আসনযুক্ত মণিপুৰত দুই দফীয়া ভোটগ্ৰহণ অনুষ্ঠিত কৰিছে কমিছনে৷

কমিছনৰ সূত্ৰৰ খবৰ অনুসৰি আউটাৰ মণিপুৰৰ ৬টাকৈ বুথত বাতিল হৈছে ভোটগ্ৰহণ৷ সেই সকলো বুথত আকৌ ৩০ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ পুৱা ৭বজাৰ পৰা বিয়লি ৪ বজা পৰ্যন্ত ভোটগ্ৰহণ চলিব সেই বুথত৷ ৰাজ্যৰ মুখ্য নিৰ্বাচনী অফিচাৰ প্ৰদীপ কুমাৰ ঝাই জনোৱা অনুসৰি এই ৬টা বুথত আকৌ নিৰ্বাচন অনুষ্ঠিত হ’ব৷

মণিপুৰত দ্বিতীয় দফাত ভোটগ্ৰহণ কৰোতে বিভিন্ন স্থানত বিক্ষিপ্ত ঘটনা ঘটিছে৷ ৰিগিং আৰু বুথ দখলৰ অভিযোগো তুলিছে বিৰোধীয়ে৷ কমিছনৰ কাষত পুননিৰ্বাচনৰ আৰ্জিও জনাইছে৷ সেই বিষয়টোৰ বাবেই ৬টা বুথত আকৌ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে কমিছনে৷ প্ৰথম দফাৰ ভোটগ্ৰহণত ইনাৰ মণিপুৰৰ ১১ টা বুথত পুন নিৰ্বাচন অনুষ্ঠিত কৰিছিল কমিছনে৷ কংগ্ৰেছে ৪৭টা বুথত পুনঃনিৰ্বাচনৰ আৰ্জি জনাইছিল৷ অৱশ্যে নিৰ্বাচন কমিছনে ৬টা বুথতহে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়৷ ইনাৰ মণিপুৰ আসনৰ বিভিন্ন বুথত ভোট বিশৃঙ্খলৰ কথা উল্লেখ কৰি জাতীয় নিৰ্বাচন কমিছনলৈ কংগ্ৰেছ দলে ৰিপৰ্ট পঠিয়াই৷ শেষ পৰ্যন্ত ১১ বুথত ২২ এপ্ৰিলত আকৌ ভোটগ্ৰহণ অনুষ্ঠিত হয়৷

২৬এপ্ৰিলত ভোটপৰ্ব সমাপ্ত হওঁতেই মণিপুৰত আকৌ হিংসাৰ দাৱানল৷ শুকুৰবাৰে নিশা ২ বজাত কুকি সন্ত্ৰাসবাদীৰ এটা দলে স্বয়ংক্ৰিয় আগ্নেয়াস্ত্ৰ আৰু গ্ৰেনেডেৰে সেনাৰ ঘাটিত আক্ৰমণ চলাই৷ সেই সেনা চাউনীত আছিল চিআৰপিএফৰ ১২৮ নম্বৰ বেটেলিয়ানৰ জোৱানসকল৷ গভীৰ নিশা হঠাৎ হোৱা সেই ঘটনাত  আহত হৈছে দুগৰাকীকৈ সেনা জোৱান৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!
জীৱনশৈলী

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

August 1, 2026
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!
জীৱনশৈলী

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

August 1, 2026
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ
বাণিজ্য

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

August 1, 2026
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ
বিনোদন

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

August 1, 2026
Next Post
মাৰ্ক জুকাৰবাৰ্গে কিয় ব্যৱহাৰ নকৰে এপলৰ ফোন? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

মাৰ্ক জুকাৰবাৰ্গে কিয় ব্যৱহাৰ নকৰে এপলৰ ফোন? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

চাইছেনে ভিডিঅ’ ! জুবিনৰ বিহু অনুষ্ঠানতে ভাঙি পৰিল সম্পূৰ্ণ পেণ্ডেল, কথমপি প্ৰাণ ৰক্ষা

চাইছেনে ভিডিঅ' ! জুবিনৰ বিহু অনুষ্ঠানতে ভাঙি পৰিল সম্পূৰ্ণ পেণ্ডেল, কথমপি প্ৰাণ ৰক্ষা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.