• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্ক জুকাৰবাৰ্গে কিয় ব্যৱহাৰ নকৰে এপলৰ ফোন? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

মাৰ্ক জুকাৰবাৰ্গে কিয় ব্যৱহাৰ নকৰে এপলৰ ফোন? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

2 years ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

2 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

2 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

2 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

3 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

3 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

4 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

4 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

6 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

7 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

9 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

22 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাৰ্ক জুকাৰবাৰ্গে কিয় ব্যৱহাৰ নকৰে এপলৰ ফোন? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

মাৰ্ক জুকাৰবাৰ্গে কি স্মাৰ্টফোন ব্যৱহাৰ কৰে জানেনে? জুকাৰবাৰ্গৰ দৃষ্টিত আইফোনতকৈ ওপৰৰ এই ফোন?

editor by editor
April 28, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিশ্ব
0
মাৰ্ক জুকাৰবাৰ্গে কিয় ব্যৱহাৰ নকৰে এপলৰ ফোন? কাৰণ জানিলে আচৰিত হ’ব আপুনিও
0
SHARES
247
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আইফোন বনাম এণ্ড্ৰইড কোনটো ভাল সেই বিষয়ক লৈ আলোচনা অব্যাহত আছে। কোনোৱে দাবী কৰে আইফোনেই সৰ্বশ্ৰেষ্ঠ। কিছুসংখ্যকে আকৌ এণ্ড্ৰইডেই সৰ্বেশ্ৰেষ্ঠ বুলি দাবী কৰে। একাংশই আকৌ আইফোন আৰু এণ্ড্ৰইড দুয়োটাই একেই বুলি দাবী কৰে। এপলৰ চিফ টম কুকক আইফোনৰ সলনি অন্য ফোন ব্যৱহাৰ কৰা দেখা নাযায়। ইফালে গুগলৰ চিইঅ’ সুন্দৰ পিছাইকো কিন্তু এণ্ড্ৰইডৰ বাদে অন্য ফোন ব্যৱহাৰ কৰা দেখা নাযায়। এয়া এপল আৰু গুগলৰ চিইঅ’ৰ কথা। কিন্তু পৃথিৱীৰ কোটি কোটি মানুহক অনলাইনলৈ অনা,. স্মাৰ্টফোনৰ ব্যৱহাৰ বৃদ্ধি কৰোৱা, মেটা তথা ফেচবুকৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে কি ফোন ব্যৱহাৰ কৰে?

বহুতৰে ধাৰণা যে মাৰ্ক জুকাৰবাৰ্গেও নিশ্চয় আইফোনেই ব্যৱহাৰ কৰে। কিন্তু আপুনিও শুনি আচৰিত হ’ব যে বিশ্বজুৰি ব্যাপক চাহিদা থাকিলেও মাৰ্ক জুকাৰবাৰ্গে কিন্তু আইফোন ব্যৱহাৰ নকৰে। তেওঁ আইফোনৰ সলনি ব্যৱহাৰ কৰে আন এক বিশেষ ফোনহে। শেহতীয়াকৈ এটা ইভেণ্টত যোগদান কৰিবলৈ যাওঁতে মাৰ্ক জুকাৰবাৰ্গৰ হাতত দেখা গৈছে Samsung S চিৰিজৰ স্মাৰ্টফোন। Samsungৰ প্ৰতি ভালপোৱা তেওঁ পূৰ্বেও প্ৰকাশ কৰি আহিছে। ফেছবুকক লৈ তেওঁ দিয়া প্ৰথমটো সাক্ষাৎকাৰতো ছেমচাং ফোনৰ কথা কৈছিল জুকাৰবাৰ্গে। আইফোনৰ সলনি যে এণ্ড্ৰইড ফোন পছন্দ কৰে সেই কথা তেওঁ ২০২০ চনতো কৈছিল।

ইউটিউবাৰ MKBHD অৰ্থাৎ মাৰ্কিও ব্ৰাউনলিয়ে ফেছবুক চিইঅ’ক ফোন কৰি এটা প্ৰশ্ন কৰিছিল। তেওঁৰ জেপত এতিয়া কি ফোন আছে? উত্তৰত মাৰ্ক জুকাৰবাৰ্গে কয়, ‘তুমিতো জানাই বহু বছৰ ধৰি মই ছেমচাঙৰ ফোনেই চলাই আছো। মই তেওঁলোকৰ ডাঙৰ ফেন। মোৰ মতে তেওঁলোকৰ দৰে ভাল ফোন কোনেও নিৰ্মাণ কৰিব নোৱাৰে।’

সম্প্ৰতি টেলৰ ছুইফটৰ এটা কনছাৰ্টতো তেওঁৰ হাতত দেখা গৈছে এটা ছেমচাঙৰ ফোন। তেওঁৰ হাতত আছিল কলা ৰঙৰ Samsung S ছিৰিজৰ স্মাৰ্টফোন। কিন্তু এই চিৰিজৰ কোনটো স্মাৰ্টফোন তেওঁ ব্যৱহাৰ কৰে সেই কথা স্পষ্ট হোৱা নাই। একাধিক সংবাদমাধ্যমে তেওঁৰ এই পষ্ট দেখা মাত্ৰকেই দাবী কৰিছে যে জুকাৰবাৰ্গে ব্যৱহাৰ কৰা ফোনটো Samsung Galaxy S21 নতুবা Samsung Galaxy S21+ নতুবা Samsung S22 স্মাৰ্টফোনৰ ভিতৰৰে এটা।

জুকাৰবাৰ্গে এই স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ এক কাৰণো আছে বুলি আন্তৰাষ্ট্ৰীয় বহুকেইটা সংবাদমাধ্যমে দাবী কৰি আহিছে। ২০১৮ চনত এপলৰ চিইঅ’ টিম কুকে ফেছবুক প্ৰাইভেচী পলিচিক সমালোচনা কৰিছিল। এই সমালোচনাৰ প্ৰত্তুত্ত্যৰো দিছে জুকাৰবাৰ্গে। জুকাৰবাৰ্গে নিজেতো এণ্ড্ৰইড ব্যৱহাৰ কৰেই জনতাকো এণ্ড্ৰইডেই উত্তম ফোন বুলি প্ৰচাৰো চলাই। এইয়া টিম কুকৰ সমালোচনাৰেই হয়তো জৱাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?
জীৱনশৈলী

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

August 24, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
Next Post
চাইছেনে ভিডিঅ’ ! জুবিনৰ বিহু অনুষ্ঠানতে ভাঙি পৰিল সম্পূৰ্ণ পেণ্ডেল, কথমপি প্ৰাণ ৰক্ষা

চাইছেনে ভিডিঅ' ! জুবিনৰ বিহু অনুষ্ঠানতে ভাঙি পৰিল সম্পূৰ্ণ পেণ্ডেল, কথমপি প্ৰাণ ৰক্ষা

ভাৰতৰ ভুৱনেশ্বৰক পিছ পেলাই বিশ্ব ৰেকৰ্ডৰ গৰাকী হ’ল পাকিস্তানৰ শ্বাহিন আফ্ৰিডী

ভাৰতৰ ভুৱনেশ্বৰক পিছ পেলাই বিশ্ব ৰেকৰ্ডৰ গৰাকী হ'ল পাকিস্তানৰ শ্বাহিন আফ্ৰিডী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.