• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফাটিছে দেৱাল, বিশালকায় অট্টালিকা… ৰাস্তা প্ৰায় ২ফুটলৈকে সোমাই পৰিছে! ভূমিকম্পও হোৱা নাই, তেন্তে হঠাৎ কিয় এই ঘটনা ৰামবানত?

ফাটিছে দেৱাল, বিশালকায় অট্টালিকা… ৰাস্তা প্ৰায় ২ফুটলৈকে সোমাই পৰিছে! ভূমিকম্পও হোৱা নাই, তেন্তে হঠাৎ কিয় এই ঘটনা ৰামবানত?

2 years ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

53 minutes ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

1 hour ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

2 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

3 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

4 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

4 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

5 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

6 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

6 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

7 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফাটিছে দেৱাল, বিশালকায় অট্টালিকা… ৰাস্তা প্ৰায় ২ফুটলৈকে সোমাই পৰিছে! ভূমিকম্পও হোৱা নাই, তেন্তে হঠাৎ কিয় এই ঘটনা ৰামবানত?

ফাটিছে দেৱাল, বিশালকায় অট্টালিকা… ৰাস্তা প্ৰায় ২ফুটলৈকে সোমাই পৰিছে! ভূমিকম্পও হোৱা নাই, তেন্তে হঠাৎ কিয় এই ঘটনা ৰামবানত?

editor by editor
April 28, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
ফাটিছে দেৱাল, বিশালকায় অট্টালিকা… ৰাস্তা প্ৰায় ২ফুটলৈকে সোমাই পৰিছে! ভূমিকম্পও হোৱা নাই, তেন্তে হঠাৎ কিয় এই ঘটনা ৰামবানত?
0
SHARES
547
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেৱভূমিত হোৱা ঘটনাৰ পুনৰাবৃত্তি এইবাৰ ভূস্বৰ্গতো৷ ভয়ংকৰ বিপদ এইবাৰ জম্মু-কাশ্মীৰতো৷ জম্মু-কাশ্মীৰৰ ৰামবান জিলাত খহি পৰিছে বিশাল বিশাল অট্টালিকা৷ দেৱালসমূহো ফাটিবলৈ আৰম্ভ কৰিছে৷ ৰাস্তাঘাটসমূহো ভূমিকম্পত ফঁটাৰ দৰে ফাটিব ধৰিছে৷ ইতিমধ্যে জম্মু-কাশ্মীৰ সংযোগী পথো বন্ধ হৈ পৰিছে৷

ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা ৩৫০তকৈয়ো বেছি মানুহক নিৰাপদ আশ্ৰয় শিৱিৰলৈ লৈ যোৱা হৈছে৷ কিন্তু এই ভূমিস্খলনৰ কাৰণ কি? এই ভূমিস্খলন ৰোধ কৰিব পৰা যাবনে? বৃহস্পতিবাৰে নিশা জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ পেৰনত গাওঁত সৰ্বাধিক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ ঘৰসমূহো ফাটিবলৈ আৰম্ভ কৰাৰ লগতে মাটিৰ ভিতৰলৈ ধীৰে ধীৰে সোমাই গৈছে অট্টালিকাসমূহ৷ এই অঞ্চলৰ ৬০তকৈয়ো অধিক ঘৰ ক্ষতিগ্ৰস্থ হোৱা বুলি জনাইছে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে৷

https://x.com/ANI/status/1783881243161202723

এই ৬০টা ঘৰৰ ভিতৰত ৩০টাতকৈয়ো অধিক ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ হৈছে৷ ১০টাকৈ ঘৰ সম্পূৰ্ণৰূপে ভাঙি পৰিছে৷ ৰামবানৰ এগৰাকী প্ৰাক্তন গাওঁ প্ৰধান কলস দেৱীয়ে এই সন্দৰ্ভত কয়, ‘বৃহস্পতিবাৰে সন্ধিয়া ৭বজাত প্ৰথমে এটা ৰাস্তা হঠাৎ ফাঁটি যোৱা দেখা পাইছিলো৷ ইয়াৰপাছতেই গোটেই ৰাস্তাটোৱেই বহি যায়৷ নিশা ১০-১১ বজাৰ ভিতৰত আমাৰ চকুৰ সন্মুখতে ৰাস্তাটো প্ৰায় এক ফুট তললৈ সোমাই যায়৷’

কেৱল ঘৰ আৰু পাহাৰেই ফাটিছে তেনে নহয়৷ শস্য খেতিৰো ব্যাপক ক্ষতি হৈছে৷ গ্ৰীড ষ্টেচন ক্ষতিগ্ৰস্থ হোৱাৰ বাবে বহু এলেকাত কৰ্তন কৰা হৈছে বিদ্যুৎ৷ পানীৰ পাইপলাইনো ক্ষতিগ্ৰস্থ হৈছে৷ প্ৰশাসনৰ তৰফৰ পৰা জনোৱা অনুসৰি কমবেছি পৰিমানে ৩৫০গৰাকী ব্যক্তিক সেই স্থানৰ পৰা নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে৷ তেওঁলোকৰ বাবে অন্য কোনো স্থানত স্থায়ী ব্যৱস্থা গঢ়ি তোলাৰ কথাও জনাইছে প্ৰশাসনে৷ ইতিমধ্যে সেই স্থানত ভূতত্ত্ববিদ আৰু জিঅলজিৰ এক্সপাৰ্টসকল উপস্থিত হৈ মাটি ফটাৰ কাৰণ বিচাৰি আৰম্ভ কৰিছে তদন্ত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
Next Post
তলে তলে আনন্দ মিশ্ৰই খেলিছে গেম! ৭তাৰিখে বক্সাৰত ভোটগ্ৰহণ, প্ৰতিদ্বন্দিতা আগবঢ়াবনে মিশ্ৰই?

তলে তলে আনন্দ মিশ্ৰই খেলিছে গেম! ৭তাৰিখে বক্সাৰত ভোটগ্ৰহণ, প্ৰতিদ্বন্দিতা আগবঢ়াবনে মিশ্ৰই?

সাৱধান হওক! ফেছিয়েল কৰাবলৈ গৈ HIVত আক্ৰান্ত ৩মহিলা

সাৱধান হওক! ফেছিয়েল কৰাবলৈ গৈ HIVত আক্ৰান্ত ৩মহিলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.