• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিনি প্ৰেমিকাৰে ১৫ বছৰীয়া লিভ-ইন, একেটা মণ্ডপতে বিয়া তিনি প্ৰেমিকাক

তিনি প্ৰেমিকাৰে ১৫ বছৰীয়া লিভ-ইন, একেটা মণ্ডপতে বিয়া তিনি প্ৰেমিকাক

4 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

1 hour ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

2 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

2 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

3 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

3 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

3 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

4 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

4 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

5 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

5 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

5 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

তিনি প্ৰেমিকাৰে ১৫ বছৰীয়া লিভ-ইন, একেটা মণ্ডপতে বিয়া তিনি প্ৰেমিকাক

editor by editor
May 3, 2022
in বিবিধ, ভাৰত
0
তিনি প্ৰেমিকাৰে ১৫ বছৰীয়া লিভ-ইন, একেটা মণ্ডপতে বিয়া তিনি প্ৰেমিকাক
0
SHARES
85
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তিনিগৰাকী প্ৰেমিকাৰে লিভ-ইন সম্পৰ্ক বজাই ৰাখি একেটা মণ্ডপতে তিনিওগৰাকী প্ৰেমিকাৰে বিবাহপাশত আৱদ্ধ হৈছে এগৰাকী জনজাতীয় দৰাই৷ ইমানেই নহয় উক্ত বিবাহ অনুষ্ঠানত তিনিওগৰাকী প্ৰেমিকাৰ ছয় সন্তানো উপস্থিত আছিল৷

আজিৰ দিনৰ এই বিস্ময়কৰ প্ৰেম বিবাহখন সম্পন্ন হৈছে মধ্যপ্ৰদেশৰ আলিৰাজপুৰত৷ সংবাদ সংস্থা এএনআইৰ বাতৰিৰ মতে ৩৫ বছৰীয়া চমৰথ মৌৰ্য নামৰ লোকজনে যোৱা ১৫ টা বছৰে তিনিগৰাকীৰ প্ৰেমিকাৰে লিভ-ইনত বাস কৰি আহিছিল৷ সেই সময়তে তেওঁৰ তিনিওগৰাকী প্ৰেমিকাই ছয়টি সন্তানৰ জন্ম দিয়ে৷

MP: After being in a live-in relationship for 15 years with 3 women, a tribal man tied knot with them in Nanpur, Alirajpur

“I got married on April 30. As per our tradition, we are not allowed to participate in social functions till we get married,” said Samarth Maurya, the groom pic.twitter.com/bsgdhnpTG7

— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) May 2, 2022

দৰা চমৰথ মৌৰ্যৰ মতে তেওঁৰ আৰ্থিক অৱস্থা সুস্থিৰ নোহোৱাৰ বাবে বিবাহ অনুষ্ঠান আয়োজন কৰিব পৰা নাছিল আৰু সেয়ে তিনিওগৰাকী প্ৰেমিকাৰে লিভ-ইনত বাস কৰি আহিছিল৷

লগতে পঢ়ক ‘প্ৰধানমন্ত্ৰী মোদীৰ দৰে নৱাব শ্বৰীফৰ অনুষ্ঠানত কেক কটা নাই ৰাহুলে’ বিজেপিক আক্ৰমণ

কিন্তু তিনিওগৰাকী প্ৰেমিকাৰে লিভ-ইনত বাস কৰাৰ বাবে তেওঁলোক জনজাতীয় সমাজখনৰ সকলো মাংগলিক কৰ্ম আৰু অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছিল৷ চমৰথৰ ভিলালা জনজাতীয় সম্প্ৰদায়টোৱে লিভ-ইনত বাস কৰিবলৈ অনুমতি দিয়াৰ লগতে সন্তান জন্ম দিয়াৰো অধিকাৰ দিয়ে৷ কিন্তু সামাজিক স্বীকৃতি লাভ নকৰাৰ বাবে কোনো ধৰণৰ মাংগলিক অনুষ্ঠান আৰু কৰ্ম আদিত অংশগ্ৰহণ কৰিবলৈ দিয়া নহয়৷

ইয়াৰ বাবেই চমৰথ মৌৰ্যই যোৱা ৩০ এপ্ৰিল আৰু ১ মে’ত বিবাহ অনুষ্ঠানৰ আয়োজন কৰি তিনিওগৰাকী প্ৰেমিকাকে জনজাতীয় ৰীতি-নীতিৰে পত্নীৰ সামাজিক মৰ্যাদা প্ৰদান কৰে৷ এই বিবাহ অনুষ্ঠানৰ বাবে চমৰথে তিনিওগৰাকী প্ৰেমিকা ক্ৰমে নান বাই, মেলা আৰু চকৰিৰ নাম বিয়াৰ নিমন্ত্ৰণী পত্ৰত উল্লেখ কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
Next Post
কেঞ্চাৰ হাস্পতালৰ পিছত এইবাৰ অসমত পলিটেকনিক আৰু ITI স্থাপন কৰিব TATAএ

কেঞ্চাৰ হাস্পতালৰ পিছত এইবাৰ অসমত পলিটেকনিক আৰু ITI স্থাপন কৰিব TATAএ

প্ৰাক্তন প্ৰেমিকৰ সৈতে পত্নীৰ যৌনালাপ! ইয়াৰ পিছত কি কৰিলে স্বামীয়ে?

প্ৰাক্তন প্ৰেমিকৰ সৈতে পত্নীৰ যৌনালাপ! ইয়াৰ পিছত কি কৰিলে স্বামীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.