• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিথি ৰাণীৰ পৰা বিশ্বৰ ধনী ব্যক্তিলৈ, খৰচ ৫হাজাৰ কোটি! ৫৫ বছৰীয়া প্ৰেমিকাৰ সৈতে বিয়াত বহিবলৈ সাজু জেফ বে’জছ

অতিথি ৰাণীৰ পৰা বিশ্বৰ ধনী ব্যক্তিলৈ, খৰচ ৫হাজাৰ কোটি! ৫৫ বছৰীয়া প্ৰেমিকাৰ সৈতে বিয়াত বহিবলৈ সাজু জেফ বে’জছ

1 year ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

5 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

6 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

6 hours ago
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

7 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

7 hours ago
পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

7 hours ago
কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

8 hours ago
গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

9 hours ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

9 hours ago
১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

10 hours ago
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

10 hours ago
এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অতিথি ৰাণীৰ পৰা বিশ্বৰ ধনী ব্যক্তিলৈ, খৰচ ৫হাজাৰ কোটি! ৫৫ বছৰীয়া প্ৰেমিকাৰ সৈতে বিয়াত বহিবলৈ সাজু জেফ বে’জছ

অতিথি ৰাণীৰ পৰা বিশ্বৰ ধনী ব্যক্তিলৈ, খৰচ ৫হাজাৰ কোটি! ৫৫ বছৰীয়া প্ৰেমিকাৰ সৈতে বিয়াত বহিবলৈ সাজু জেফ বে’জছ!

editor by editor
December 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অতিথি ৰাণীৰ পৰা বিশ্বৰ ধনী ব্যক্তিলৈ, খৰচ ৫হাজাৰ কোটি! ৫৫ বছৰীয়া প্ৰেমিকাৰ সৈতে বিয়াত বহিবলৈ সাজু জেফ বে’জছ
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বছৰৰ শেষত ৫৫বছৰীয়া প্ৰেয়সীক বিয়া কৰাবলৈ সাজু হৈছে আমাজনৰ প্ৰতিষ্ঠাতা তথা এগজিকিউটিভ চেয়াৰমেন জেফ বেজোছ৷ দীৰ্ঘ ৮বছৰীয়া সম্পৰ্কত থকাৰ পাছত বান্ধৱী লৰেন ছাঞ্চেজক বিয়া কৰাবলৈ সাজু হৈছে বেজছ৷ সংবাদসূত্ৰৰ খবৰ অনুসৰি ডিচেম্বৰ মাহৰ ২৮ তাৰিখে বিবাহপাশত আৱদ্ধ হ’ব জেফ আৰু লৰেন৷ আমেৰিকাৰ কলোৰাডোৰ এস্পেইনত আয়োজিত হ’ব এই তাৰকাদ্বয়ৰ বিবাহ৷

জনা গৈছে যে সম্পৰ্কত থকাৰ সময়ত এস্পেইন চহৰত মাজে মাজে সময় কটাইছিল জেফ বেজোছ আৰু লৰেনে৷ এই চহৰত অধিকাংশ সময় দুজনক একেলগে দেখাও পাইছিল বহুজনে৷ সেয়ে নিজৰ নতুন জীৱন আৰম্ভ কৰাৰ বাবে সেই প্ৰিয় চহৰকেই বাচি লৈছে জেফ বেজছ আৰু লৰেনাই৷

২৮ ডিচেম্বৰত বিয়াৰ তাৰিখ চূড়ান্ত হ’লেও তেওঁ পূৰ্বৰ দুদিনৰ পৰাই  এই অনুষ্ঠানৰ আৰম্ভ হ’ব বুলি জনাইছে৷ এস্পেইনৰ এক বিলাসবহুল ৰেস্তোৰাত দুদিন ধৰি চলিব অনুষ্ঠান৷ তাৰবাবে বিলাসবহুল হোটেলো ইতিমধ্যেই বুকিং হৈ গৈছে বুলিও সংবাদসূত্ৰই প্ৰকাশ কৰিছে৷

সংবাদমাধ্যমৰ সূত্ৰৰ পৰা জনা গৈছে যে বিয়া উপলক্ষে ৬০০ মিলিয়ন ডলাৰ ভাৰতীয় মুদ্ৰাত ৫ হাজাৰ ৯৭ কোটি ১৫ লাখ টকা খৰত হৈছে জেফ বেজছৰ৷ অতিথিৰ তালিকা অৱশ্যে বৰ বেছি দীঘল নহয় বেজছৰ৷ ঘনিষ্ঠ সূত্ৰৰ খবৰ অনুসৰি জেফ আৰু লৰেনৰ বিয়াত মুঠ ১৮০ জন অতিথি নিমন্ত্ৰিত হৈছে৷ বিবাহৰ অনুষ্ঠানত থাকিব দেশী বিদেশী কেইবাজনো তাৰকা৷ সেই তালিকাত থাকিব জৰ্ডানৰ ৰানীৰ পৰা হলীউডৰ নায়কো৷

জেফ বেজছে তেওঁৰ বিয়াত নিমন্ত্ৰণ জনাইছে মাইক্ৰছফ্টৰ কৰ্তা বিল গেটছকো৷ হলীউড অভিনেতা লিঅ’নাৰ্ডো ডিকপ্ৰিঅ’ৰ ওপৰিও একাধিক তাৰকাক দেখা যাব পাৰে জেফ আৰু লৰেনৰ বিবাহৰ অনুষ্ঠানত৷ জৰ্ডানৰ ৰানী কুইন ৰাণীকো নিমন্ত্ৰণ জনাইছে জেফ আৰু লৰেনে৷ ১৯৬৯ চনৰ ডিচেম্বৰ মাহত নিউ মেক্সিকোৰ আলবুকাৰ্কত জন্ম লৰেনৰ৷ বৰ্তমান তেওঁৰ বয়স ৫৫ বছৰ৷ লৰেনৰ কৰ্মজীৱন আৰম্ভ হৈছিল সাংবাদিক হিচাপে৷ একাধিক শ্ব’ৰ সঞ্চালিকা হিচাপেও কাম কৰিছে তেওঁ৷

দ্যা লঙ্গেষ্ট ইয়াৰ্ড, ফাইট ক্লাব, ফেণ্টাষ্টিক ফোৰ আৰু টেড-২ নামৰ একাধিক হলীউড ছবিত অভিনয় কৰা দেখা গৈছে লৰেনক৷ এক বিখ্যত পত্ৰিকাৰ বিচাৰত বিশ্বৰ প্ৰথম ৫০গৰাকী সুন্দৰী মহিলাৰ তালিকাত আছে লৰেন৷ ২০১৬ চনত প্ৰযোজনা সংস্থা খোলে লৰেনে৷ বিমানকৰ্মী হিচাপে কেৰিয়াৰ গঢ়াৰ ইচ্ছা আছিল তেওঁৰ৷ কিন্তু ওজন বেছি হোৱাৰ বাবে সেই ইচ্ছা পূৰণ নহ’ল বুলিও তেওঁ এক সাক্ষাৎকাৰত জনাইছিল৷

২০০৫ চনত হলীউডৰ এজেণ্ট পেট্ৰিক হোৱাইটছেলক বিয়া কৰাই লৰেনে৷ বিবাহৰ পাছত ২০০৬ চনত পুত্ৰসন্তান ইভান আৰু ২০০৮ চনত কন্যাসন্তান এলাৰ জন্ম দিয়ে তেওঁ৷  ২০১৮ চনত জেখৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্কত সোমাই পৰে লৰেন৷ যাৰবাবে তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছিল লৰেন৷ ২৫ বছৰ পাছত মেকেঞ্জি স্কটৰ সৈতে বিবাহত আছিল জেফ বেজছো৷ লৰেনৰ কাৰণেই জেফ আৰু মাকেঞ্জিৰ ২৫ বছৰীয়া দাম্পত্য জীৱনৰ ছেদ হয়৷

জেফ আৰু মেকেঞ্জিৰ বিচ্ছেদ আছিল বিশ্বৰ সকলোতকৈ দামী বিচ্ছেদ৷ মেকেঞ্জিৰ সৈতে বিচ্ছেদৰ পাছত ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা ঘৰ ভাড়া কৰি সংগী লৰেনৰ লগত আছিল জেফ৷ তাৰবাবে তেওঁ প্ৰায় ৫কোটি টকা ভাড়াও দিব লাগিছিল জেফ বেজছে৷ বিবাহৰ পূৰ্বে তেওঁৰ বিয়া ভঙাৰ মূল্য কিমান হ’ব সেই বিষয়টোক লৈ চৰ্চা হৈছিল সংবাদমাধ্যমত৷ প্ৰিনাপ নামৰ এক চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল জেফ আৰু লৰেন দুজনেই৷ তাতেই কোৱা গৈছে যে বিবাহ নিটিকিলে বিশাল অংকৰ ক্ষতিপূৰণ পাব লৰেনে৷

জেফৰ প্ৰাক্তন পত্নী মেকেঞ্জিয়ে বিবাহবিচ্ছেদৰ পাছত প্ৰায় ৩১৪ কোটি ৩২ লাখ ৪৬ হাজাৰ টকা ক্ষতিপূৰণ পাইছিল৷ ইয়াৰ সৈতে আমাজনৰ যৌথ মালিকানাৰ ২০০ লাখ শ্বেয়াৰ৷ সেই ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় তাৰবাবে বিয়াৰ পূৰ্বৰে পৰাই চুক্তি ৰাখিছে জেফে৷ ২০২৩ চনৰ মে মাহত জেফ আৰু লৰেন ফ্ৰান্সৰ দক্ষিণলৈ ছুটি কটাবলৈ গৈছিল৷ তাতেই এক প্ৰমোদতৰীত লৰেনক ২১ কোটি ১১ লাখ টকাৰ এটা গোলাপী হীৰাৰ আঙঠি দি বিবাহৰ প্ৰস্তাৱ দিছিল আমাজন কৰ্তাই৷ সেই বিৰল হীৰাটো ২০ কেৰেটৰ৷

জেফ আৰু লৰেনৰ বাগদান অনুষ্ঠানটিও কম আকৰ্ষণীয় নাছিল৷ ৪ হাজাৰ কোটিৰ বিলাসবহুল প্ৰমোদতৰী কুৰুত বাগদত্তাৰ সৈতে আঙঠিসলনি পৰ্ব কৰিছিল জেফে৷ বিশ্বৰ অন্যতম ধনকুবেৰ জেফৰ প্ৰমোদতৰীও যেন বিলাসিতাৰে ভৰা৷ ছুইমিং পুলৰ পৰা হেলিপে়ড, কি নাই তাত?

জেফৰ দৰে লৰেনো মহাকাশ অভিযানক লৈ অত্যন্ত উৎসাহী৷ লৰেনে নিজে বিমান আৰু হেলিকপ্টাৰ চলোৱাৰ প্ৰশিক্ষণ দিছে৷ আগন্তুক দিনত জেফৰ মহাকাশ অভিযান সংস্থা ব্লু অৰিজিনৰ সৈতে মহাকাশলৈ যোৱাৰো পৰিকল্পনা কৰিছে তেওঁ৷ বিবাহক লৈ জেফে নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘সমগ্ৰ বিষয়টো একদমেই সঁচা নহয়৷ একোৱেই ঘটা নাই৷ এইবোৰ বিশ্বাস নকৰিব৷ দিনৰ পাছত দিন একে খবৰেই নিজেও দেখি আছো৷ সত্যতকৈ অসত্য বাতৰি বেছিকৈ ভাইৰেল হৈছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?
জীৱনশৈলী

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

March 25, 2026
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত
জীৱনশৈলী

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

March 25, 2026
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো
চিনেমা

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

March 25, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
Next Post
দামী বাহন হ’লেই নিৰাপদ নে? বাংগালুৰুত VOLVO বাহনৰ দুৰ্ঘটনা, থিতাতেই শেষ এটি পৰিয়াল, কেনেকৈ সংঘটিত হৈছিল এই দুৰ্ঘটনা?

দামী বাহন হ’লেই নিৰাপদ নে? বাংগালুৰুত VOLVO বাহনৰ দুৰ্ঘটনা, থিতাতেই শেষ এটি পৰিয়াল, কেনেকৈ সংঘটিত হৈছিল এই দুৰ্ঘটনা?

পাকিস্তানৰ পৰা ভাৰতলৈ অহা চাৰি সন্তানৰ মাতৃ সীমা মীনা আকৌ সন্তান সম্ভৱা,  ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভাল খবৰ

পাকিস্তানৰ পৰা ভাৰতলৈ অহা চাৰি সন্তানৰ মাতৃ সীমা মীনা আকৌ সন্তান সম্ভৱা, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভাল খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.