• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানৰ পৰা ভাৰতলৈ অহা চাৰি সন্তানৰ মাতৃ সীমা মীনা আকৌ সন্তান সম্ভৱা,  ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভাল খবৰ

পাকিস্তানৰ পৰা ভাৰতলৈ অহা চাৰি সন্তানৰ মাতৃ সীমা মীনা আকৌ সন্তান সম্ভৱা, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভাল খবৰ

2 years ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

3 minutes ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

46 minutes ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

1 hour ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

2 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

3 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

3 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

4 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

5 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

5 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

6 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

7 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাকিস্তানৰ পৰা ভাৰতলৈ অহা চাৰি সন্তানৰ মাতৃ সীমা মীনা আকৌ সন্তান সম্ভৱা, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভাল খবৰ

পাকিস্তানৰ পৰা ভাৰতলৈ অহা চাৰি সন্তানৰ মাতৃ সীমা মীনা আকৌ সন্তানসম্ভৱা, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভাল খবৰ

editor by editor
December 23, 2024
in জীৱনশৈলী
0
পাকিস্তানৰ পৰা ভাৰতলৈ অহা চাৰি সন্তানৰ মাতৃ সীমা মীনা আকৌ সন্তান সম্ভৱা,  ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভাল খবৰ
0
SHARES
295
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
পাকিস্তানৰ বৰ্ডাৰ পাৰ হৈ ভাৰতীয় প্ৰেমিকৰ হাতত ধৰি ভাৰতলৈ অহা সীমা হায়দৰক মনত আছেনে? চাৰি সন্তানক লৈ নেপাল হৈ ভাৰতত প্ৰৱেশ কৰা সীমাই শচীন মীনা নামৰ এগৰাকী ভাৰতীয় যুৱকৰ সৈতে সংসাৰ কৰাৰ এটা বছৰ ইতিমধ্যেই পাৰ হৈছে৷ পূৰ্বে পাকিস্তানৰ স্বামীৰ ৪টাকৈ সন্তান থকা সীমাই এইবাৰ ভাৰতত জন্ম দিব সন্তান৷ অৰ্থাৎ আকৌ গৰ্ভৱতী সীমা৷ সীমা বৰ্তমান গ্ৰেটাৰ নয়ডাৰ বাসিন্দা শচীন মীনাৰ সন্তানৰ জন্ম দিব সীমাই৷ সীমা আৰু শচীনৰ প্রথম পৰিচয় হৈছিল PUBG গেমৰ মাধ্যমেৰে৷
গ্ৰেটাৰ নয়ডাত শচীন মীনাৰ সৈতে সীমাই সংসাৰ গঢ়িছে৷ লগত আছে পূৰ্বৰ ৪সন্তানো৷ ইতিমধ্যেই সীমাই এটা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷ সেই ভিডিঅ’ত সীমাই দিছে সন্তান সম্ভৱা হোৱাৰ খবৰ৷ ভাইৰেল ভিডিঅ’ত ইতিমধ্যেই তেওঁৰ বেবী বাম্প স্পষ্ট হৈছে৷ ভিডিঅ’টোৰ আৰম্ভণিতে তেওঁ বমি ভাৱ, মূৰ ঘূৰোৱা আদি কথাও কোৱা দেখা গৈছে৷ ইয়াৰপাছতেই তেওঁ প্ৰেগনেন্সি কীটত টেষ্ট কৰি লগে লগেই পজিটিভ ফলাফল অহাও ভিডিঅ’টোতেই দেখুৱাইছে৷

লগতে ভিডিঅ’টোত দেখা গৈছে যে সীমাই শচীনকো মাতি আনি এই কীট দেখুৱাইছে৷ শচীনেও এই খবৰত সুখী হোৱা পৰিলক্ষিত হৈছে ভিডিঅ’টোত৷ সীমাই এই বিশেষ ভিডিঅ’টোতেই জনাইছে যে তেওঁ এতিয়া সাতমাহৰ গৰ্ভৱতী৷ আৰু আহিবলগীয়া সন্তানৰ বাবে তেঁওলোকে আশাৰে বাট চাই আছে৷

উল্লেখ্য যে মুছলমান ধৰ্মাৱলম্বী সীমাই শচীনৰ সৈতে নেপালৰ পশুপতিনাথ মন্দিৰত বিয়া কৰাইছে৷ তাতেই তেওঁ হিন্দু ধৰ্মলৈকো ধৰ্ম পৰিবৰ্তন কৰিছে৷ ভাৰতলৈ অহাৰ সময়ত তেওঁ লগত লৈ আহিছে তেওঁৰ ৮বছৰ বয়সীয়া সন্তান ফাৰহান আলি, কন্যা ফাৰভা, ফাৰিহা বতুল আৰু ফাৰহাক৷ ইতিমধ্যেই তেওঁলোকৰ নাম সলনি কৰি লৰাৰ নাম ৰাজ, কন্যাৰ নাম ক্ৰমে মুন্নি, পাৰি আদি নামেৰে নামকৰণ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
Next Post
মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

পালন কৰিব নোৱাৰিব বৰদিনঃ বিশ্বৰ এইকেইখন দেশত আছে বৰদিন পালনত নিষেধাজ্ঞা

পালন কৰিব নোৱাৰিব বৰদিনঃ বিশ্বৰ এইকেইখন দেশত আছে বৰদিন পালনত নিষেধাজ্ঞা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.