• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পালন কৰিব নোৱাৰিব বৰদিনঃ বিশ্বৰ এইকেইখন দেশত আছে বৰদিন পালনত নিষেধাজ্ঞা

পালন কৰিব নোৱাৰিব বৰদিনঃ বিশ্বৰ এইকেইখন দেশত আছে বৰদিন পালনত নিষেধাজ্ঞা

1 year ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

58 seconds ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

45 minutes ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

2 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

3 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

3 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

12 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

13 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

14 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

14 hours ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

15 hours ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

15 hours ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পালন কৰিব নোৱাৰিব বৰদিনঃ বিশ্বৰ এইকেইখন দেশত আছে বৰদিন পালনত নিষেধাজ্ঞা

পালন কৰিব নোৱাৰিব বৰদিনঃ বিশ্বৰ এইকেইখন দেশত আছে বৰদিন পালনত নিষেধাজ্ঞা

editor by editor
December 23, 2024
in জীৱনশৈলী, বিবিধ
0
পালন কৰিব নোৱাৰিব বৰদিনঃ বিশ্বৰ এইকেইখন দেশত আছে বৰদিন পালনত নিষেধাজ্ঞা
0
SHARES
230
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বজুৰি বৰদিনৰ উছাহ। খ্ৰীষ্টমাছ ট্ৰী, ছাণ্টা ক্লজ, নানান স্বাদৰ কেকৰ আদান প্ৰদানেৰে যীশুখৃষ্টৰ জন্মদিন পালন কৰে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকে। ২৫ ডিচেম্বৰত প্ৰায় সমগ্ৰ বিশ্বই পালন কৰে এই উৎসৱ। কিন্তু এই কথা জানি আপোনালোকো আচৰিত হ’ব যে, বিশ্বত এনে কেইখনমান দেশ আছে য’ত আজিও বৰদিন পালন কৰা নহয়। কিয় এইসমূহ দেশত বৰদিন পালন কৰা নহয় সেই কথা জানিলে আপোনাৰো চকু কঁপালত উঠিব।

কোন কোন দেশত খ্ৰীষ্টমাছ পালন কৰা নহয়?

ভুটান

ভুটানৰ জনসংখ্যাৰ অধিকাংশই বৌদ্ধ ধৰ্মাৱলম্বী। হিমালয়ৰ কোলাত থকা এই ক্ষুদ্ৰ দেশখনৰ খ্ৰীষ্টিয়ান ধৰ্মৰ মানুহ এক শতাংশতকৈয়ো কম। সেয়ে ভুটানত বৰদিন পালন কৰা নহয়। আনকি ভুটানৰ কেলেণ্ডাৰতো খ্ৰীষ্টমাছৰ কোনো স্থান নাই।

পাকিস্তান

পাকিস্তানতো খ্ৰীষ্টমাছ পালন কৰা নহয়। বৰদিন পালন নকৰিলেও কিন্তু পাকিস্তানৰ কেলেণ্ডাৰত এই দিনটো বন্ধৰ দিন বুলি উল্লেখ কৰা আছে। বৰদিন উপলক্ষে অৱশ্যে এই বন্ধ নহয়। ২৫ ডিচেম্বৰৰ দিনটো প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী মহম্মদ আলি জিন্নাৰ জন্মদিন। মহম্মদ আলি জিন্না পাকিস্তানৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল। সেয়ে এই দিনটো বিশেষভাৱে পালন কৰে পাক জনতাই।

ছোমালিয়া

২০১৫ চনত আফ্ৰিকা মহাদেশৰ অন্যতম দেশ ছোমালিয়াত বিশেষ ধৰ্মীয় আইন বলবৎ কৰা হয়। তেতিয়াৰে পৰাই ছোমালিয়াত খ্ৰীষ্টমাছৰ পালন নিষিদ্ধ ঘোষণা কৰা হৈছে। ধৰ্মীয় কাৰণতেই ছোমালিয়াতো বৰদিন পালন কৰা নহয়।

আফগানিস্তান

খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীসকলৰ বৰদিন অন্যতম হ’লেও মুছলমান দেশত ইয়াৰ আয়োজন মুঠেও নাই। খ্ৰীষ্টিয়ান ধৰ্মৰ কোনো উৎসৱেই আফগানিস্তানত পালন কৰা নহয়। ইয়াৰ প্রশাসনেও কোনো খ্ৰীষ্টিয়ান উৎসৱ পালনৰ বাবে অনুমতি নিদিয়ে।

চীন

বিশ্বৰ প্ৰায় সকলো দেশতেই বৰদিন পালন কৰিলেও চীনে এই দিনটোক উদযাপন নকৰে। চীন কোনো ধৰ্মীয় উৎসৱ পালনত বিশ্বাসী নহয়। সেয়ে বৰদিনো এই দেশত পালন কৰা নহয়। খ্ৰীষ্টমাছৰ দিনটো অন্য দিনাৰ দৰেই জীৱন নিৰ্বাহ কৰে চীনৰ জনতাই।

এইকেইখন দেশৰ ওপৰিও ইৰাণ, উজবেকিস্তান, তুৰস্ক, বাহৰিন, লিবিয়া, কম্বোডিয়া আৰু ইজৰাইলতো খ্ৰীষ্টমাছ পালন কৰা নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?
বিনোদন

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

June 20, 2026
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প
বিশ্ব

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

June 20, 2026
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ
বিশ্ব

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

June 20, 2026
Next Post
ফোন সলোৱাৰ বাদে উপায় নাইঃ ১ জানুৱাৰীৰ পৰা এইকেইটা এণ্ড্ৰয়েডত বন্ধ হ’ব হোৱাটছএপ, আপোনাৰ ফোনটোও আছে নেকি তালিকাত?

ফোন সলোৱাৰ বাদে উপায় নাইঃ ১ জানুৱাৰীৰ পৰা এইকেইটা এণ্ড্ৰয়েডত বন্ধ হ’ব হোৱাটছএপ, আপোনাৰ ফোনটোও আছে নেকি তালিকাত?

৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.