• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দামী বাহন হ’লেই নিৰাপদ নে? বাংগালুৰুত VOLVO বাহনৰ দুৰ্ঘটনা, থিতাতেই শেষ এটি পৰিয়াল, কেনেকৈ সংঘটিত হৈছিল এই দুৰ্ঘটনা?

দামী বাহন হ’লেই নিৰাপদ নে? বাংগালুৰুত VOLVO বাহনৰ দুৰ্ঘটনা, থিতাতেই শেষ এটি পৰিয়াল, কেনেকৈ সংঘটিত হৈছিল এই দুৰ্ঘটনা?

1 year ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

36 minutes ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

1 hour ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

10 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

11 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

11 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

12 hours ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

13 hours ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

13 hours ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

14 hours ago
চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

15 hours ago
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

16 hours ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দামী বাহন হ’লেই নিৰাপদ নে? বাংগালুৰুত VOLVO বাহনৰ দুৰ্ঘটনা, থিতাতেই শেষ এটি পৰিয়াল, কেনেকৈ সংঘটিত হৈছিল এই দুৰ্ঘটনা?

দামী বাহন হ’লেই নিৰাপদ নে? বাংগালুৰুত VOLVO বাহনৰ দুৰ্ঘটনা, থিতাতেই শেষ এটি পৰিয়াল, কেনেকৈ সংঘটিত হৈছিল এই দুৰ্ঘটনা?

editor by editor
December 23, 2024
in বিবিধ, ভাৰত
0
দামী বাহন হ’লেই নিৰাপদ নে? বাংগালুৰুত VOLVO বাহনৰ দুৰ্ঘটনা, থিতাতেই শেষ এটি পৰিয়াল, কেনেকৈ সংঘটিত হৈছিল এই দুৰ্ঘটনা?
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিবাৰে বাংগালুৰুৰ কাষত নেলমঙ্গল-তুমকুৰু হাইৱেত ভয়াৱহ দুৰ্ঘটনাত ৬গৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷ এখন কণ্টেনাৰ কঢ়িওৱা ট্ৰাকে ডিভাইডাৰ পাৰ হৈ সন্মুখৰ দিশৰ পৰা আহি থকা ভলভ এক্স চি ৯০ ক ধাক্কা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাইছে ৬জনকৈ ব্যক্তিয়ে৷ মৃতসকল ক্ৰমে চন্দ্ৰাম ইয়েগাপাগোল, তেওঁৰ পত্নী গৌৰাবাঈ, সন্তান গিয়ান, কন্যা দীক্ষা, তেওঁৰ পত্নীৰ ককায়েক বিজয়লক্ষ্মী আৰু আৰ্য্যা৷ চন্দ্ৰাম বাংগালুৰুৰ ছফ্টৱেৰ সংস্থা IAST ছফ্টৱেৰ চলিউশ্ব্যনৰ মেনেজিং ডাইৰেক্টৰ আছিল৷ তেওঁ মাত্ৰ দুমাহ পূৰ্বে এই বিলাসী ভলভো এক্স চি ৯০ বাহনখন ক্ৰয় কৰিছিল৷

এই বাহনত উঠি ইয়েগাপাগোল পৰিয়ালে মহাৰাষ্ট্ৰৰ সাংলিত চন্দ্ৰামৰ পিতৃৰ সৈতে দেখা কৰিবলৈ গৈছিল৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি এই বাহন সঠিক গতিতেই চলাইছিল চালকে৷ অৰ্থাৎ চালকৰ কোনো ভুল নাছিল৷ তাতেই একাধিক প্ৰশ্ন উদিত হৈছে৷ কেনেকৈ এই দুৰ্ঘটনা সংঘটিত হৈছে? ছেফ্টি ৰেটিং উন্নত এই বাহনক কেনেকৈ নিৰাপদ বুলি ধৰিব পাৰি?

কণ্টেইনাৰ কঢ়িওৱা ট্ৰাকৰ চালক আৰিফে জনাইছে যে হঠাৎ সন্মুখৰ পৰা অহা এখন বাহন দেখি তেওঁ ব্ৰেক মাৰি ৰখোৱাৰ চেষ্টা কৰিছিল৷ কিন্তু ওজন কঢ়িওৱা বাহন বাবে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়৷ সোঁফালে ঘূৰি ডিভাইডাৰ পাৰ হৈ যায়৷ ইয়াৰপাছতেই ট্ৰাকখনে এখন গাখীৰৰ ট্ৰাকক ধাক্কা মাৰি ভলভো বাহনৰ ওপৰত পৰে৷ ট্ৰাকখনত এলুমিনিয়াম কণ্টেনাৰেৰে ভৰ্তি হৈ আছিল৷ এলুমিনিয়ামৰ ভৰত ভলভো বাহনখন চেপেটা হৈ পৰে৷

ট্ৰাকখন উঠাবলৈ ছখন ক্ৰেন ব্যৱহাৰ কৰা হৈছে৷ ইয়াৰপাছতেই এটা এটাকৈ মৃতদেহকেইটা ওলিওৱা হৈছে৷ এই দুৰ্ঘটনাক লৈ ছচিয়েল মিডিয়াত উঠিছে কেইবাটাও বিতৰ্ক৷ বহুতেই কৈছে ছেফটি কাৰ থাকিলেও ৰাস্তাত যদি সকলো সঠিক নাথাকে তেন্তে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰা সম্ভৱ নহয়৷ টুইটাৰ পেজ ড্ৰাইভস্মাৰ্টত লিখিছে, ‘ছেফটি ৰেটিং পোৱা বাহনেই কেৱল জীৱনৰ সুৰক্ষা দিব নোৱাৰে৷ ৰাস্তা, সুৰক্ষিত চালক আৰু সুৰক্ষিত বাহন এই তিনিটা বিষয়েই জৰুৰী৷’ ভাল ৰাস্তা আৰু ট্ৰেফিক আইন আৰু কঠোৰ হোৱাটো জৰুৰী বুলিও কেন্দ্ৰীয় পৰিবহন মন্ত্ৰীক টেগ কৰিছে বহুতেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ
বিশ্ব

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

June 20, 2026
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা
বিনোদন

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

June 20, 2026
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

June 19, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

June 19, 2026
Next Post
পাকিস্তানৰ পৰা ভাৰতলৈ অহা চাৰি সন্তানৰ মাতৃ সীমা মীনা আকৌ সন্তান সম্ভৱা,  ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভাল খবৰ

পাকিস্তানৰ পৰা ভাৰতলৈ অহা চাৰি সন্তানৰ মাতৃ সীমা মীনা আকৌ সন্তান সম্ভৱা, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভাল খবৰ

মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.