• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
stephanie matto

সুন্দৰী যুৱতীয়ে নিজৰ ‘পাদ’ বিক্ৰি কৰি মাত্ৰ তিনি সপ্তাহত হ’ল কোটিপতি। আচৰিত লাগিলেও কিন্তু সঁচা ঘটনা

4 years ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

13 minutes ago
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

31 minutes ago
অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

51 minutes ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

1 hour ago
পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

2 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

3 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

3 hours ago
ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

5 hours ago
কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

6 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

ৰাতিপুৱা নে সন্ধিয়া? হনুমানক কোনটো সময়ত পূজা কৰা উচিত জানক

6 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

7 hours ago
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সুন্দৰী যুৱতীয়ে নিজৰ ‘পাদ’ বিক্ৰি কৰি মাত্ৰ তিনি সপ্তাহত হ’ল কোটিপতি। আচৰিত লাগিলেও কিন্তু সঁচা ঘটনা

editor by editor
January 5, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব, স্বাস্থ্য
0
stephanie matto

american-girl-stephanie-matto-sells-her-fart-and-earns-money

0
SHARES
15.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজৱ বিশ্বৰ আজৱ ঘটনা। এই বিশ্বত এটা দিনত বিভিন্ন ঘটনা সংঘটিত হয়। তাৰে কিছুমান ঘটনা ভাল কিছুমান ঘটনা বেয়া। কিছুমান ঘটনা সাধাৰণ আৰু তাৰে কিছুমান ঘটনা আচহুৱা। মুঠৰ ওপৰত এই বিশ্বত ঘটনাৰ আকাল বা অভাৱ নাই। এইবাৰ তেনে এক নাভূত-নাশ্ৰুত ঘটনাই সংঘটিত হ’ল।

ওপৰত দেখা যুৱতীগৰাকী অতি সন্দৰী যুৱতী। কিন্তু মানৱ দেহৰ পেটত জমা হোৱা গেছে কি জানে যুৱতী সুন্দৰী নে দেখাত কুৎচিত। পিছে পেটত জমা হোৱা এই গেছ যেতিয়া আমাৰ দেহৰ পিছফালৰ এক বিশেষ অংগৰে বাহিৰ হয় তেতিয়া তাক আমি “পাদ” বা “অৰ্ধবায়ু” বুলিয়েই কওঁ।

পিছে আপুনি জানেনে যে আপোনাৰ পাদৰো কিমান মূল্য বা দাম আছে? জানি আচৰিত হ’ব আপুনি। এই যুৱতীগৰাকীৰ ঘৰ আমেৰিকাত। তাইৰ অন্য কোনা সাধাৰণ লোকতকৈ গেছৰ সমস্যা বেছি। যাৰ বাবে যুৱতীগৰাকীয়ে পাদে বেছি। ষ্টেফানিয়া মাট্টৰ নামৰ যুৱতীগৰাকীক গেছৰ এই সমস্যাৰ বাবে ভবিষ্যতে কিবা ডাঙৰ ষ্ট্ৰ’ক হোৱাৰ ভয়ে খেদি মাৰিছিল।

কিন্তু শেষত চিকিৎসকৰ পৰামৰ্শত যুৱতীগৰাকীয়ে নিজৰ সমস্যাকেই ধন ঘটাৰ সমাধান হিচাপে নিৰ্বাচন কৰে। আৰু চিকিৎসালয়ত প্ৰয়োজন হোৱা কিছু বিশেষ গেছৰ অভাৱ তাই পাদৰ জড়িয়তে যোগান ধৰাৰ সিদ্ধান্ত লয়।

জাৰত ভৰাই পাদি প্ৰেৰণ কৰা যি গেছৰ দাম হিচাপে যুৱতীগৰাকীয়ে প্ৰথম সপ্তাহতে আয় কৰিছিল ৩৮ লাখ টকা। অথাৎ এই হিচাপেৰে মাত্ৰ তিনিটা সপ্তাহতে কোটিপতি হোৱাৰ দিশে আগবাঢ়িছে আমেৰিকাৰ এই পাদোৱা ছোৱালীগৰাকীয়ে।

সেয়েহে আপুনিও ডাক্তৰৰ সৈতে যোগাযোগ কৰক যদি আপুনি বেছি পাদে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: american girl sells her fart and earn moneyasom live 24assam live 24axom live 24fart sellingstephanie matto
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত
বাণিজ্য

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

June 2, 2026
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

June 2, 2026
অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!
জীৱনশৈলী

অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

June 2, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

June 2, 2026
Next Post
ihu

আতংকৰ যেন অন্ত নাই! ভূতৰ ওপৰত দানহ পৰাদি আকৌ সন্মুখত নতুন আতংক 'IHU'

১ কেজি পিয়াঁজত ৫টকা, আপুনি কিমানত কিনে?

১ কেজি পিয়াঁজত ৫টকা, আপুনি কিমানত কিনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.