• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ihu

আতংকৰ যেন অন্ত নাই! ভূতৰ ওপৰত দানহ পৰাদি আকৌ সন্মুখত নতুন আতংক ‘IHU’

5 years ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

9 minutes ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

37 minutes ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

1 hour ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

2 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

3 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

4 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

5 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

6 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

7 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

আতংকৰ যেন অন্ত নাই! ভূতৰ ওপৰত দানহ পৰাদি আকৌ সন্মুখত নতুন আতংক ‘IHU’

editor by editor
January 5, 2022
in বিশ্ব, ভাৰত, স্বাস্থ্য
0
ihu

new-variant-of-covid-19-identified-namely-ihu

0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ একৈশ শতিকাৰ প্ৰাক মধ্যভাগ সঁচাকৈ কালিকা লগা। যেন কাৰোবাৰ অভিশাপত দগ্ধ একৈশ শতিকা। বিপদৰ অন্ত নাই বিশ্ববাসীৰ মাজত। মুকলি মনেৰে খাব নোৱাৰা হ’ল, ঘূৰিব নোৱাৰা হ’ল, মুকলি মনেৰে আনন্দ-ফুৰ্টি একোৱে কৰিব নোৱাৰ হ’ল বিশ্ববাসী। বিভিন্ন সমস্যাৰ মাজতে দুটা বৰ্ষৰ পূৰ্বে আহিল ক’ৰোণা নামৰ এটা বিশেষ সংক্ৰমিত ৰোগ। যি ৰোগত বিধ্বস্ত বিশ্ববাসী।

ক’ভিডৰ দুটা ঢৌৰ বিধ্বস্ত ৰূপত কোনোমতে বিশ্ববাসীয়ে নিজকে চম্ভালি লৈছিলহে। কিন্তু, তাৰ মাজতে আকৌ বিশ্ববাসীৰ মাজত পুনৰ ত্ৰাসৰ সৃষ্টি কৰিবলৈ আহিল অমিক্ৰণ নামৰ ক’ভিডৰ অন্য এটা ৰূপ। য’ত ক’ভিডৰ পূৰ্বৰ প্ৰায়বোৰ চৰিত্ৰ সলনি কৰি নিজৰ চৰিত্ৰৰ নতুন ৰূপ দি দক্ষিণ আফ্ৰিকাত জন্মলাভ কৰিছিল অমিক্ৰণ।

ক’ভিডৰ এই অমিক্ৰণৰ নতুন ৰূপত স্বাস্থ্য বিজ্ঞানীৰ পৰীক্ষাত ধৰা পৰিছিল অমিক্ৰণৰ দেহত পূৰ্বৰ সংখ্যাত কৈ অধিক স্পাইক প্ৰটিনৰ । ক’ভিডৰ ন-ৰূপ অমিক্ৰণৰ দেহত ধৰা পৰিছল প্ৰায় ৩২টা কৈ স্পাইক প্ৰ’টিন। য’ত পূৰ্বৰ ভেৰিয়েন্ট সমূহত ধৰা পৰিছিল অতি বেছি ৯ টা স্পাইক প্ৰ’টিন। আৰু নতুন ভেৰিয়েন্ট অমিক্ৰণৰ দেহত ৩২টা স্পাইক প্ৰ’টিন ধৰা পৰাৰ লগে লগে বিশ্ববাসীৰ মাজত ত্ৰাস আৰু হাঁহাকাৰৰ সৃষ্টি হৈছিল।

কিন্তু, এইবাৰ বিশ্ববাসীক আকৌ ভয় আৰু ভয়ংকৰ বিপদলৈ ঠেলি দি ফ্ৰান্সত ধৰা পৰিছে ক’ভিডৰ আন এটা নতুন ভেৰিয়েন্ট। যি ভেৰিয়েন্টৰ দেহত এইবাৰ স্পাইক প্ৰ’টিনৰ সংখ্যা অমিক্ৰণ ভেৰিয়েন্টতকৈ আৰু অধিক। ইতিমধ্যে ক’ভিডৰ এই নতুন ভেৰিয়েন্টত ফ্ৰান্সত আক্ৰান্ত হৈছে প্ৰায় ১২ জনতকৈয়ো অধিক লোক। আৰু এই ভেৰিয়েন্টৰ নতুন নাম দিয়া হৈছে ‘IHU’।

আৰু ক’ভিডৰ এই নতুন ভেৰিয়েন্টৰ উৎপত্তিস্থল হিচাপে চিনাক্ত কৰা হৈছে মধ্য আফ্ৰিকাৰ কেমাৰ’ন নামৰ এখন ৰাষ্ট্ৰৰ পৰা। IHUৰ নতুন ভেৰিয়েন্টত আক্ৰান্ত হোৱা ফ্ৰান্সৰ লোক কেইগৰাকীৰ শেহতীয়া ভ্ৰমণৰ ইতিবৃত্তি ধৰা পেলোৱা হৈছে মধ্য আফ্ৰিকাৰ কেমেৰ’নৰ দেশৰ লগত।

IHU কভিডৰ নতুন ভেৰিয়েন্টত ১৪ বিধ Amino acid substitutions হৈতে য’ত সংযুক্ত হৈ আছে N501Y আৰু E484K আৰু বিশেষ ৯ বিধ deletion। আৰু এই নতুন সংমিশ্ৰিত পেটাৰ্নটোৱে সৃষ্টি কৰিছে ক’ভিডৰ নতুন জি’নটাপ চিকোৱেঞ্চ B.1.640.2ৰ। যাক ভগ্নী গ্ৰুপ বুলি ক’ব পাৰি B.1.640 আৰু B.1.640.1ৰ। এতিয়া ক’ভিডৰ এই নতুন ভেৰিয়েন্টক লৈ পুনৰ চিন্তিত বিশ্ব স্বাস্থ্য সংস্থা আৰু বিভিন্ন চিকিৎসা বিজ্ঞানীসকল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19ihu new varient of covid 19omicron
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত
জীৱনশৈলী

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

July 26, 2026
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

July 26, 2026
Next Post
১ কেজি পিয়াঁজত ৫টকা, আপুনি কিমানত কিনে?

১ কেজি পিয়াঁজত ৫টকা, আপুনি কিমানত কিনে?

স্বামীৰ সন্মতিত ভণ্ডবাবাৰ সৈতে নৈশ যাপন ন-বোৱাৰীৰ, তাৰ পাছত…

স্বামীৰ সন্মতিত ভণ্ডবাবাৰ সৈতে নৈশ যাপন ন-বোৱাৰীৰ, তাৰ পাছত…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.