• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্পৰ্কত ফাঁট মেলাটো সঁচা কথা! ঐশ্বৰ্যৰ পাছত আৰাধ্যাৰ জন্মদিনতো শুভেচ্ছা নজনালে বচ্চন পৰিয়ালৰ কোনো এজন সদস্যইয়ো

সম্পৰ্কত ফাঁট মেলাটো সঁচা কথা! ঐশ্বৰ্যৰ পাছত আৰাধ্যাৰ জন্মদিনতো শুভেচ্ছা নজনালে বচ্চন পৰিয়ালৰ কোনো এজন সদস্যইয়ো

2 years ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

23 minutes ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

41 minutes ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

1 hour ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

2 hours ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

3 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

4 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

5 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

6 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

7 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

8 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সম্পৰ্কত ফাঁট মেলাটো সঁচা কথা! ঐশ্বৰ্যৰ পাছত আৰাধ্যাৰ জন্মদিনতো শুভেচ্ছা নজনালে বচ্চন পৰিয়ালৰ কোনো এজন সদস্যইয়ো

editor by editor
November 17, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
সম্পৰ্কত ফাঁট মেলাটো সঁচা কথা! ঐশ্বৰ্যৰ পাছত আৰাধ্যাৰ জন্মদিনতো শুভেচ্ছা নজনালে বচ্চন পৰিয়ালৰ কোনো এজন সদস্যইয়ো
0
SHARES
9.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত কেইবামাহ ধৰি বলীউডত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে এটা বিষয়েই৷ বচ্চন পৰিয়ালত ফাঁট মেলিছে৷ মূলত ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে দূৰত্ব বাঢ়িছে বচ্চন পৰিয়ালৰ প্ৰতিজন সদস্যৰ৷ চলিত মাহৰ প্ৰথমভাগত নিজৰ ৫০তম জন্মদিনত অকলেই কেক কাঁটি জন্মদিন পালন কৰিছে প্ৰাক্তন বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায় বচ্চনে৷ ১ নৱেম্বৰত তেওঁৰ কাষত নাছিল স্বামী অভিষেক বচ্চনো৷

কন্যা আৰাধ্যা বচ্চন আৰু মাতৃ বৃন্দা ৰায়ৰ সৈতে নিজৰ বিশেষ দিনটো উদযাপন কৰিছিল ঐশ্বৰ্য ৰায়ে৷ দায়সৰাভাৱেই শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰিছিল অভিষেক বচ্চনে৷ ঐশ্বৰ্যৰ জন্মদিনত বচ্চন পৰিয়ালৰ অন্যান্য সদস্যসকলৰ ভিতৰত কোনে এজনেই শুভেচ্ছা জনোৱা নাছিল ঐশ্বৰ্যক৷ ঐশ্বৰ্যৰ পাছতেই এইবাৰ অভিষেক-ঐশ্বৰ্যৰ কন্যা আৰাধ্যাৰ ওপজা দিন৷ বোৱাৰীয়েকক শুভেচ্ছা নজনোৱাকলৈ কথাবোৰ ইমানো চৰ্চা হোৱা নাছিল যিমান আৰাধ্যাৰ বাৰ্থডেত শুভেচ্ছা নজনোৱাকলৈ হৈছে৷ নাতিনীৰ ওপজা দিনত বচ্চন পৰিয়ালৰ কোনো এজন সদস্যই শুভেচ্ছা জনোৱা নাই৷

সামাজিক মাধ্যমত প্ৰায়েই সক্ৰিয় হৈ থকা অমিতাভ বচ্চনেও শুভেচ্ছা জনোৱা নাই নাতিনী আৰাধ্যক৷ বিশ্বকাপক লৈ তেওঁ প্ৰতিদিনেই বিভিন্ন পোষ্ট শ্বেয়াৰ কৰিলেও নাতিনীক লৈ এটাও পোষ্ট শ্বেয়াৰ কৰা নাই৷ সামাজিক মাধ্যমত শুভেচ্ছা নজনোৱাক লৈ সমালোচনা চলিলেও একাংশই কৈছে সামাজিক মাধ্যমেই সৰ্বচ্চ নহয়৷ আৰাধ্যা অমিতাভ বচ্চনৰ খুবেই মৰমৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ
জীৱনশৈলী

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

March 16, 2026
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

March 16, 2026
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?
স্বাস্থ্য

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

March 16, 2026
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

March 16, 2026
Next Post
সকলোৱে তেওঁক Follow কৰে, কিন্তু জুবিন গাৰ্গে Follow কৰে কেৱল পত্নী গৰিমা গাৰ্গকেই! ৫১ সংখ্যক ওপজা দিনতেই জানি থওক জুবিন গাৰ্গৰ ৫১টা অজানা কথা

সকলোৱে তেওঁক Follow কৰে, কিন্তু জুবিন গাৰ্গে Follow কৰে কেৱল পত্নী গৰিমা গাৰ্গকেই! ৫১ সংখ্যক ওপজা দিনতেই জানি থওক জুবিন গাৰ্গৰ ৫১টা অজানা কথা

বন্ধু অশেষ ধন্যবাদ, মোৰ ঘৰলৈ আহিবা! সকলোৱে সসন্মানে ঘৰলৈ মাতি আপ্যায়ণ কৰিলেও বেকহামে ধন্যবাদ দি নিজ দেশলৈ মাতিলে কেৱল শ্বাহৰুখকহে

বন্ধু অশেষ ধন্যবাদ, মোৰ ঘৰলৈ আহিবা! সকলোৱে সসন্মানে ঘৰলৈ মাতি আপ্যায়ণ কৰিলেও বেকহামে ধন্যবাদ দি নিজ দেশলৈ মাতিলে কেৱল শ্বাহৰুখকহে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.