• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্ধু অশেষ ধন্যবাদ, মোৰ ঘৰলৈ আহিবা! সকলোৱে সসন্মানে ঘৰলৈ মাতি আপ্যায়ণ কৰিলেও বেকহামে ধন্যবাদ দি নিজ দেশলৈ মাতিলে কেৱল শ্বাহৰুখকহে

বন্ধু অশেষ ধন্যবাদ, মোৰ ঘৰলৈ আহিবা! সকলোৱে সসন্মানে ঘৰলৈ মাতি আপ্যায়ণ কৰিলেও বেকহামে ধন্যবাদ দি নিজ দেশলৈ মাতিলে কেৱল শ্বাহৰুখকহে

3 years ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

44 minutes ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

1 hour ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

2 hours ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

3 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

4 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

4 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

5 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

6 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

7 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

16 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

17 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বন্ধু অশেষ ধন্যবাদ, মোৰ ঘৰলৈ আহিবা! সকলোৱে সসন্মানে ঘৰলৈ মাতি আপ্যায়ণ কৰিলেও বেকহামে ধন্যবাদ দি নিজ দেশলৈ মাতিলে কেৱল শ্বাহৰুখকহে

editor by editor
November 18, 2023
in ক্ৰীড়া, চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব, ভাৰত
0
বন্ধু অশেষ ধন্যবাদ, মোৰ ঘৰলৈ আহিবা! সকলোৱে সসন্মানে ঘৰলৈ মাতি আপ্যায়ণ কৰিলেও বেকহামে ধন্যবাদ দি নিজ দেশলৈ মাতিলে কেৱল শ্বাহৰুখকহে
0
SHARES
875
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰত ভ্ৰমণ সামৰাৰ শেষ নিশা শ্বাহৰুখৰ মন্নতত পাৰ্টী কৰি ভাৰত এৰিলে ফুটবলাৰ ডেভিড বেকহামে। শ্বাহৰুখৰ পূৰ্বে অভিনেত্ৰী চনম কাপূৰ আৰু তেওঁৰ স্বামী আনন্দ আহুজাই আয়োজন কৰা বিশেষ পাৰ্টীত অংশগ্ৰহণ কৰিছিল বেকহামে। ইয়াৰোপৰি তেওঁ নিমন্ত্ৰণ লাভ কৰিছিল আম্বানীৰ এণ্টেলিয়ালৈকো। সকলোবোৰৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ শেষত শেষ নিশা তেওঁ মন্নতত উপস্থিত হয়। সকলোৱে ৰাজকীয় পাৰ্টীৰে আপ্যায়িত কৰিছিল ফুটবলাৰ বেকহামক। তেওঁ ভালপোৱা ধৰণেই সকলোবোৰ আয়োজনো কৰিছিল। কিন্তু দেশ এৰাৰ পূৰ্বে কিং খানে সলাই দিলে পাৰ্টীৰ মজা।

বেকহামে ভাৰতৰ পৰা উভতি গৈয়েই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট। সকলোৱে তেওঁৰ বাবে আয়োজন কৰা ৰাজকীয় পাৰ্টীৰ ধন্যবাদ দিলেও শ্বাহৰুখ আৰু গৌৰী খানৰ আতিথ্যকহে পোষ্টযোগে প্ৰশংসা কৰিছে বেকহামে। দেশলৈ উভতি গৈয়েই তেওঁ ৰিটাৰ্ণ পাৰ্টীৰ বাবে শ্বাহৰুখক নিজক ঘৰলৈ আমন্ত্ৰণ জনালে। বেকহাম ভাৰতলৈ আহিছিল ইউনিছেফৰ প্ৰচাৰক হিচাপে। বেছ কিছু দিন তেওঁ গুজৰাটত কটায়। বুধবাৰে ৱানখেড়ে ষ্টেডিয়ামত বহি ভাৰত বনাম নিউজিলেণ্ডৰক ছেমি ফাইনেলো উপভোগ কৰে বেকহামে। বানখেড়ত মেচ উপভোগ কৰাৰ পাছতেই তেওঁ আনন্দ আহুজা আৰু চনম কাপূৰৰ ঘৰত উপস্থিত হয়। সেই পাৰ্টীত একাধিক বলীউড তাৰকাও উপস্থিত থাকে। কিন্তু সকলোৰে শেষত শ্বাহৰুখে তেওঁৰ ঘৰত পৃথকে আমন্ত্ৰণ জনাই বেকহামক।

বৃহস্পতিবাৰে নিশা পাৰ্টী কৰি শুকুৰবাৰে নিজৰ এক্স একাউণ্টত বেকহামৰ সৈতে তুলা ফটো শ্বেয়াৰ কৰিছে শ্বাহৰুখে। শুকুৰবাৰেই তেওঁ মুম্বাই এৰে। মুম্বাইত থকা দিনকেইটা সোঁৱৰি তেওঁ লিখিছে, ‘প্ৰায় প্ৰতিটো দিনেই মোৰ ব্যস্ততাৰে পাৰ হ’ল। মায়ানগৰীৰ খ্যাতনামা শিল্পীসকলৰ সৈতে সময় কটাই খুবেই সুখী। এই সকলোবোৰৰ মাজত মই বাদশ্বাহে দিয়া পাৰ্টী, তেওঁৰ আতিথ্যত মই খুবেই সুখী।’ ইয়াৰোপৰি শ্বাহৰুখক ধন্যবাদ জনাই বেকহামে লিখিছে, ‘তোমাৰ দৰে এজন মানুহৰ ঘৰত অতিথি হিচাপে নিমন্ত্ৰিত হৈ মই খুবেই সুখী। প্রথমবাৰ মই ভাৰতলৈ গৈছিলো। ধন্যবাদ বন্ধু। তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে মোৰ ঘৰলৈকো নিমন্ত্ৰণ জনালো। শেষত চনম আৰু আনন্দক টেগ কৰি বেকহামে লিখিছে, ‘তোমালোকে মোক যেনেদৰে ঘৰলৈ স্বাগত জনালা, তোমালোক সঁচায়ে ভাল মনৰ মানুহ। মোক ইমান সুন্দৰ সন্ধ্যা উপহাৰ দিয়াৰ বাবে তোমালোকক অশেষ ধন্যবাদ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ
বিনোদন

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

September 17, 2026
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়
বিনোদন

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

September 17, 2026
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক
অপৰাধ

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

September 17, 2026
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?
ভাৰত

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

September 17, 2026
Next Post
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি

'হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী', হাৰ্টথ্ৰ'বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি

বিশ্বকাপৰ পৰা মাত্ৰ কেইগজমান দূৰত্বত টীম ব্লু! দেওবাৰে বিশ্বকাপ যুঁজৰ মূল একাদশত কোন কোন থাকিব?

বিশ্বকাপৰ পৰা মাত্ৰ কেইগজমান দূৰত্বত টীম ব্লু! দেওবাৰে বিশ্বকাপ যুঁজৰ মূল একাদশত কোন কোন থাকিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.