• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নগাঁৱৰ SP আনন্দ মিশ্ৰৰ বিৰুদ্ধে NIAৰ তদন্তৰ দাবী ৰমেন ডেকাৰ

5 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নগাঁৱৰ SP আনন্দ মিশ্ৰৰ বিৰুদ্ধে NIAৰ তদন্তৰ দাবী ৰমেন ডেকাৰ

editor by editor
June 7, 2021
in অসম, গুৱাহাটী, ভাৰত
0
নগাঁৱৰ SP আনন্দ মিশ্ৰৰ বিৰুদ্ধে NIAৰ তদন্তৰ দাবী ৰমেন ডেকাৰ
0
SHARES
594
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ SP আনন্দ মিশ্ৰৰ জনপ্ৰিয়তা সন্দৰ্ভত প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ বিতৰ্কিত মন্তব্য। আৰক্ষী অধীক্ষকগৰাকীৰ জনপ্ৰিয়তাক কৃত্ৰিম আৰু সংবাদ মাধ্যমৰ সৃষ্ট বুলি অভিহিত কৰিছে ৰমেন ডেকাই। এই সন্দৰ্ভত NIAৰ তদন্তৰো দাবী জনাইছে প্ৰাক্তন সাংসদগৰাকীয়ে। ৰমেন ডেকাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এই পোষ্টে এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

The image of the present SP, Nagaon is synthetic and media generated. A proper enquiry of his tenure as Dhubri SP is required and it will reveal many things. NIA investigation is the need of the hour.@himantabiswa @assampolice

— Ramen Deka (@ramendeka16) June 7, 2021

উল্লেখ্য, ধুবুৰীৰ পৰা বদলি হৈ নগাঁৱলৈ অহাৰ সময়ৰে পৰা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল আনন্দ মিশ্ৰৰ কেঅবাটাও ভিডিঅ’। কিন্তু শেহতীয়াকৈ আনন্দ মিশ্ৰৰ জনপ্ৰিয়তা সন্দৰ্ভত মঙলদৈৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যত। আৰক্ষী বিষয়াগৰাকীৰ সততাক বহুতেই একেমুখে শলাগ লোৱাৰ বিপৰীতে ৰমেন ডেকাই এনেদৰে ক্ষোভ উজাৰি কৰা মন্তব্যই আচম্বিত কৰিছে ৰাজ্যবাসীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: anand mishraasom live 24assam live 24axom live 24ramen deka
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

Next Post
প্ৰধানমন্ত্ৰীৰ এলানি গুৰুত্বপূর্ণ ঘোষণা

প্ৰধানমন্ত্ৰীৰ এলানি গুৰুত্বপূর্ণ ঘোষণা

GMDAৰ ফ্লেট কেলেংকাৰিক লৈ তোলপাৰ দিছপুৰ

GMDAৰ ফ্লেট কেলেংকাৰিক লৈ তোলপাৰ দিছপুৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন