• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খেলা হ’বেঃ  তলে তলে আঙুৰলতাই কৰিছে এটা ডাঙৰ প্লেন!

খেলা হ’বেঃ তলে তলে আঙুৰলতাই কৰিছে এটা ডাঙৰ প্লেন!

2 years ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

7 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

8 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

8 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

9 hours ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

9 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

10 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

11 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

11 hours ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

11 hours ago
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

12 hours ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

12 hours ago
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

খেলা হ’বেঃ তলে তলে আঙুৰলতাই কৰিছে এটা ডাঙৰ প্লেন!

হঠাতে বিৰতি লোৱাৰ আঁৰৰ কাৰন

editor by editor
December 15, 2023
in অসম, ৰাজনীতি
0
খেলা হ’বেঃ  তলে তলে আঙুৰলতাই কৰিছে এটা ডাঙৰ প্লেন!
0
SHARES
34.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ সকলো কামতে অতিকৈ সক্ৰিয়তা প্ৰদৰ্শন কৰা আঙুৰলতা ডেকাই ৰাজনৈতিক ক্ষেত্ৰখনক লৈ হঠাতে গ্ৰহণ কৰিলে এটা বিশেষ সিদ্ধান্ত। ৰাজনৈতিক সকলো দায়িত্ব-কৰ্তব্য এৰি প্ৰায় ৪মাহ সময় নিজৰ লগত কটাব বিচাৰিছে বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকাগৰাকীয়ে। নিজ কন্যাক কিছু সময় দিয়াৰ উদ্দেশ্যৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ দৰে গধুৰ দায়িত্বৰ পৰাও অব্যাহতি ললে আঙুৰলতাই।

ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীৰ দৰে গধুৰ তথা দায়িত্বশীল পদবী এটা হঠাতে এৰাৰ সিদ্ধান্তৰ পাছতে চৰ্চা হৈছিল যে, আঙুৰলতাক এই পদবীৰ পৰা অপসাৰণহে কৰা হৈছে। কিন্তু শেহতীয়াকৈ আঙুৰলতাই সকলো কথা মুকলি কৰিছে। সকলো কথা মুকলিকৈ কলেও আঙুৰলতাই হঠাতে গ্ৰহণ কৰা এই সিদ্ধান্তৰ আঁৰত এটা ডাঙৰ ৰাজনৈতিক প্লেন থকা বুলি একাংশ ৰাজনীতিবিদে সন্দেহ প্ৰকাশ কৰিছে।

এতিয়া প্ৰশ্ন উঠিব যে, মহিলা মৰ্চাৰ সভানেত্ৰীৰ দৰে পদবী এৰা আঙুৰলতাৰ পৰৱৰ্তী প্লেন কি! প্ৰাপ্ত খবৰ অনুসৰি, পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বাবেই এই বিৰতি ঘোষণা কৰিছে আঙুৰলতাই। ইতিমধ্যে আঙুৰলতাই ঘোষণা কৰিছে যে, ২০২৪ৰ ফেব্ৰুৱাৰী মাহলৈকে তেওঁ এই বিৰতি গ্ৰহণ কৰিছে। লক্ষ্যণীয়ভাৱে, লোকসভা নিৰ্বাচন অনুষ্ঠিত হব এপ্ৰিল- মে মাহত। গতিকে সকলো দায়িত্ব এৰি বৰ্তমান একপ্ৰকাৰৰ মুকলি হৈ থকা আঙুৰলতা ডেকা ফেব্ৰুৱাৰী মাহত বিৰতি শেষ কৰিয়ে লোকসভা নিৰ্বাচনক লৈ সক্ৰিয়তা প্ৰদৰ্শন কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে আশংকা কৰিছে।

যদিহে লোকসভা নিৰ্বাচনৰ বাবেই আঙুৰলতাৰ এই ৰণকৌশল! তেনেহলে কোন সমষ্টিৰ পৰা আঙুৰলতাই টিকট পোৱাৰ সম্ভাৱনা আছে। চৰ্চা অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ পৰা টিকট পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আঙুৰলতাৰ । মহিলাৰ বাবে বিজেপিয়ে একপ্ৰকাৰৰ সংৰক্ষণ কৰি ৰখা গুৱাহাটী লোকসভা সমষ্টিত নিৰ্বাচন খেলাৰ সপোন আঙুৰলতাইও বহু সময়ত ব্যক্ত কৰিছে।

যদিহে আঙুৰলতাক গুৱাহাটীত বিজেপিয়ে টিকট প্ৰদান কৰে, তেনেহলে কি হব বৰ্তমানৰ সাংসদ কুইন ওজাৰ! বৰ্তমানৰ পৰিৱেশ-পৰিস্থিতিলৈ চাই বহুখিনিলৈকে এই প্ৰশ্নৰ উত্তৰো উদ্ধাৰ কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। শেহতীয়াকৈ দেশৰ ৩ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনৰ ক্ষেত্ৰত বিজেপিয়ে যি নীতি গ্ৰহণ কৰিলে আগন্তুক লোকসভা নিৰ্বাচনৰ টিকট প্ৰদান প্ৰক্ৰিয়াতো সেই নীতি গ্ৰহণ কৰিলে আঙুৰলতাৰ কপাল ফুলাতো একপ্ৰকাৰৰ নিশ্চিত।

নতুন নেতা সৃষ্টি কৰি পুৰণিক অন্য স্থানত সংস্থাপন কৰা বিজেপিৰ যি কৌশল সেই কৌশলৰ আধাৰতেই গুৱাহাটীত টিকট লাভ কৰিব পাৰে আঙুৰলতাই। দেশৰ ৩ৰাজ্যত মুখ্যমন্ত্ৰী নিৰ্বাচন প্ৰক্ৰিয়াতো দেখা গল যে বিজেপিয়ে নতুন নেতাক সৃষ্টি কৰি পুৰণি নেতাক অন্য স্থানত সংস্থাপনৰ যোজা কৰিছে। ভালদৰে লক্ষ্য কৰিলে দেখা যাব যে, বিজেপিয়ে ৬৫-৭০বছৰ বয়সৰ প্ৰায় নেতাক বহু গুৰুত্বপূৰ্ণ পদবীৰ পৰা অব্যাহতি প্ৰদান কৰিছে। ইয়াৰ উদাহৰণ- শিৱৰাজ সিং চৌহান, বসুন্ধৰা ৰাজে আৰু নৰেন্দ্ৰ সিং তোমৰ।

গতিকে এনে প্ৰেক্ষাপটলৈ চাই বৰ্তমান ৭৩বছৰত ভৰি থোৱা কুইন ওজাক লৈও আগন্তুক লোকসভা নিৰ্বাচনত কিছু অন্য চিন্তা কৰিব পাৰে বিজেপি নেতৃত্বই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?
অসম

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

April 16, 2026
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
Next Post
প্লীজ COME- পৰেশ বৰুৱাক মুকলি নিমন্ত্ৰণ DGPৰ…

প্লীজ COME- পৰেশ বৰুৱাক মুকলি নিমন্ত্ৰণ DGPৰ...

ডিচেম্বৰেই শেষঃ  DANGER জ’নত অসম আৰক্ষী!

ডিচেম্বৰেই শেষঃ DANGER জ'নত অসম আৰক্ষী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.