কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ গুণ্ডাৰাজ। প্ৰাণনাশৰ ভাবুকি NSUIৰ নেতা পংকজ বৰাক। পংকজ বৰাৰ বাসগৃহৰ সন্মুখত অনিল শইকীয়াৰ গুণ্ডাবাহিনী। অনিল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল পংকজৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ