• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহ বিচ্ছেদৰ ঘাটি বলিউদ! আকৌ এজন অভিনেতাৰ বিবাহ বিচ্ছেদ

বিবাহ বিচ্ছেদৰ ঘাটি বলিউদ! আকৌ এজন অভিনেতাৰ বিবাহ বিচ্ছেদ

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

6 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

7 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

7 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

8 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

9 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

9 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

10 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

11 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

12 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

13 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

13 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিবাহ বিচ্ছেদৰ ঘাটি বলিউদ! আকৌ এজন অভিনেতাৰ বিবাহ বিচ্ছেদ

editor by editor
May 16, 2022
in চিনেমা, বিবিধ
0
বিবাহ বিচ্ছেদৰ ঘাটি বলিউদ! আকৌ এজন অভিনেতাৰ বিবাহ বিচ্ছেদ
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহ বিচ্ছেদৰ অনত্যম ঘাটি হৈ পৰিছে বলিউদ৷ ইগৰাকীৰ পিছত সিগৰাকীকৈ বলিউদৰ তাৰকাৰ বিবাহ বিচ্ছেদে খবৰে সংবাদ মাধ্যমক গৰম কৰি ৰাখে৷

কিছুদিন পূৰ্বে চলমান খানৰ কণিষ্ঠ ভাতৃ ছবি নিৰ্মাত তথা অভিনেতা ছোহেইল খানে পত্নী সীমা শচদেৱ খানেৰে বিচ্ছেদ বিচাৰি মুম্বাইৰ এখন পাৰিবাৰিক আদালতত আবেদন কৰাৰ খবৰ আহিছিল৷

তাৰ মাত্ৰ কেইটামান দিনৰ পিছতে এইবাৰ খবৰ আহিছে যে বলিউদৰ আন এগৰাকী তাৰকাইও এইবাৰ বিবাহ বিচ্ছেদৰ সিন্ধান্ত গ্ৰহণ কৰিছে৷ শেহতীয়া খবৰ অনুসৰি বলীউডৰ অভিনেতা ইমৰাণ খান আৰু তেওঁৰ পত্নী অৱন্তিকা মালিকে সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক আকৌ দেশত মন্দিৰ-মছজিদৰ সংঘাত! জ্ঞানবাপী মছজিদ-মন্দিৰৰ বিতৰ্কৰ ভিত্তি কি?

দীৰ্ঘদিন ধৰি বলীউদ উদ্যোগৰ পৰা আঁতৰি আছে বলিউদৰ এইগৰাকী অভিনেতা। ২০১৫ চনৰ ‘কট্টি বট্টি’ ছবিত শেষবাৰৰ বাবে তেওঁক দেখা গৈছিল। চলচ্চিত্ৰ আৰু কেৰিয়াৰৰ উপৰিও অভিনেতাগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনক লৈও বহু চৰ্চা চলিছে। বিগত কেইবাবছৰ ধৰি অভিনেতাগৰাকী আৰু তেওঁৰ পত্নীৰ মাজৰ ক্ৰমবৰ্ধমান দূৰত্বৰ বিষয়ে পূৰ্বেই বাতৰি বিয়পিছিল৷

শেহতীয়া খবৰৰ মতে অভিনেতাগৰাকীয়ে পত্নী অৱন্তিকা মালিকৰ সৈতে বৈবাহিক সম্পৰ্ক অন্ত পেলোৱাৰ সিদ্ধান্ত লৈছে। দুয়োজনে বহুদিনৰ পৰা ইজনে সিজনৰ পৰা পৃথকে বসবাস কৰি আছিল। আচলতে বহুদিন ধৰি ইমৰাণ খানৰ পত্নী অৱন্তিকা মালিকৰ সৈতে সম্পৰ্ক বেয়া হৈ আছিল।

দুয়োৰে মাজৰ দূৰত্ব ইমানেই বাঢ়ি গৈছিল যে যোৱা কেইবছৰমানৰ পৰা দম্পতীহালে পৃথকে পৃথকে বসবাস কৰি আহিছিল। এনে অৱস্থাত এতিয়া দুয়োজনে এই সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ, কিয় চীনৰ বাবে বিপদজনক এই ভ্ৰমণ?

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইমৰাণ খান দীৰ্ঘদিন ধৰি ছবি উদ্যোগৰ পৰা সন্ধানহীন হৈ আছে। উদ্যোগটোত কামৰ অভাৱত তেওঁ আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। এনে অৱস্থাত আৰ্থিক অসুবিধাৰ বাবে ইমৰাণ-অৱন্তিকাৰ মাজত কাজিয়া সূত্ৰপাত হয়, যাৰ ফলত তেওঁলোকৰ কন্যাৰ জীৱনকো প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে। দুয়োৰে পৰিয়ালে তেওঁলোকৰ সম্পৰ্ক বচাবলৈ চেষ্টা কৰিছিল যদিও কোনো সমাধান উলোৱা নাছিল৷

তাৎপৰ্যপূৰ্ণভাৱে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত ২০১১ চনত ইমৰানে অৱন্তিকা মালিকৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছত ২০১৪ চনত এই দম্পতীহাল ইমাৰা নামৰ এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হয়।

কিন্তু কন্যা সন্তানৰ জন্মৰ পিছত দুয়োৰে সম্পৰ্কত বিচ্যুতি আহিবলৈ ধৰিলে। পিছলৈ তেওঁলোকৰ সম্পৰ্কত তিক্ততা ইমানেই বাঢ়িছিল যে ২০১৯ চনত ইমৰাণৰ পৰা বিচ্ছিন্ন হৈ মাক-দেউতাকৰ ঘৰলৈ গুচি যায় অৱন্তিকা।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Actor Imran Khanasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambollywood actorimran khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
অৰুণাচলৰ পৰা পলুৱাই আনিলে কিশোৰীক, বাল্য বিবাহকলৈ উত্তপ্ত অসমৰ এখন গাঁও

অৰুণাচলৰ পৰা পলুৱাই আনিলে কিশোৰীক, বাল্য বিবাহকলৈ উত্তপ্ত অসমৰ এখন গাঁও

উলংগ হৈ শুৱাৰ উপকাৰিতা: ৰাতি উলংগ হৈ শুলে স্বাস্থ্যৰ কি কি উপকাৰ হয়?

উলংগ হৈ শুৱাৰ উপকাৰিতা: ৰাতি উলংগ হৈ শুলে স্বাস্থ্যৰ কি কি উপকাৰ হয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.