• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰুণাচলৰ পৰা পলুৱাই আনিলে কিশোৰীক, বাল্য বিবাহকলৈ উত্তপ্ত অসমৰ এখন গাঁও

অৰুণাচলৰ পৰা পলুৱাই আনিলে কিশোৰীক, বাল্য বিবাহকলৈ উত্তপ্ত অসমৰ এখন গাঁও

4 years ago
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

17 minutes ago
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

35 minutes ago
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

1 hour ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

2 hours ago
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

2 hours ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

2 hours ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

3 hours ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

4 hours ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

4 hours ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

4 hours ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

5 hours ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

অৰুণাচলৰ পৰা পলুৱাই আনিলে কিশোৰীক, বাল্য বিবাহকলৈ উত্তপ্ত অসমৰ এখন গাঁও

editor by editor
May 16, 2022
in অসম, উত্তৰ-পূব
0
অৰুণাচলৰ পৰা পলুৱাই আনিলে কিশোৰীক, বাল্য বিবাহকলৈ উত্তপ্ত অসমৰ এখন গাঁও
0
SHARES
459
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ এগৰাকী কিশোৰীক পলুৱাই আনি বিবাহ পাশত আৱদ্ধ হোৱাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে উজনি অসমৰ শিৱসাগৰ জিলা৷

জিলাখনৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ভীমপোৱা মিছিং গাঁৱত এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ সৈতেও সংঘাতত লিপ্ত হৈছে একাংশ মহিলা৷

ঘটনাৰ বিৱৰণীৰ মতে, কিছু দিনৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ এগৰাকী ১২ বছৰীয়া কিশোৰীক ডিমৌ আৰক্ষী থানাৰ অধীনৰ বৰগুৰি ভীমপোৱা গাঁৱৰ নীলকান্ত পাংগিং ওৰফে ৰুবুল নামৰ যুৱকজনে পলুৱাই আনে৷

লগতে পঢ়ক ব্ৰা ফিটিং টিপছ: ব্ৰা পিন্ধোতে নাৰীয়ে কি কি কথা মনত ৰখা উচিত!

ইয়াৰ পিছতে পাছতে কিশোৰী গৰাকীৰ পৰিয়ালে অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ আৰক্ষী থানাত অভিযুক্ত নীলকান্তৰ বিৰুদ্ধে এক অপহৰণৰ গোচৰ তৰে।

কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে শনিবাৰে ডিমৌ আৰক্ষীৰ এটা দলসহ নীলকান্ত পাংগিঙৰ বাসগৃহত উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰি থানালৈ অনাৰ চেষ্টা কৰে৷ তেনে সময়তে গাওঁখনৰ একাংশ মহিলাই উগ্ৰমূৰ্তি ধাৰণ কৰি উদ্ধাৰকাৰী মহিলা আৰক্ষীক চুলিত ধৰি টনা আজুৰা কৰাৰ উপৰি ডিমৌ আৰক্ষী থানাৰ এছ আই পূৰৱী নৰহক শৰীৰৰ কেইবা ঠাইতো কামুৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে।

আনহাতে, পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষীৰ দলটোৱে নীলকান্ত পাংগিঙৰ বাসগৃহৰ পৰা খালি হাতে উভতিবলৈ বাধ্য হয়।

লগতে পঢ়ক আকৌ দেশত মন্দিৰ-মছজিদৰ সংঘাত! জ্ঞানবাপী মছজিদ-মন্দিৰৰ বিতৰ্কৰ ভিত্তি কি?

উল্লেখ্য যে, অৰুণাচলৰ মহাদেৱপুৰ চিলাথু গাঁৱৰ এইগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰী এতিয়াও ডিমৌৰ বৰগুৰি ভীমপোৱা গাঁৱতে আবদ্ধ হৈ আছে।

ইফালে কিশোৰীগৰাকীৰ পৰিয়ালে নিতাইপুখুৰী আৰক্ষী চকীত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে কিশোৰীগৰাকীয়ে দুই সতীৰ্থাৰ সৈতে টিউচনলৈ ওলাই অহাৰ সময়তে যুৱকজনে বলপূৰ্বকভাৱে অপহৰণ কৰি লৈ আহে৷

আনহাতে যুৱকজনৰ পৰিয়ালৰ মতে কিশোৰীগৰাকীৰ যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু তেওঁ স্বচ্ছাৰে যুৱকজনৰ সৈতে পলাই আহি বিবাহপাশত আৱদ্ধ হৈছে৷

জানিব পৰা মতে আৰক্ষীয়ে অভিযান চলোৱাৰ উমান পাই অভিযুক্ত নীলকান্তই ঘৰৰ পৰা পলায়ন কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?
অপৰাধ

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

May 25, 2026
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?
অসম

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

May 25, 2026
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?
অসম

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

May 25, 2026
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত
অসম

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

May 23, 2026
Next Post
উলংগ হৈ শুৱাৰ উপকাৰিতা: ৰাতি উলংগ হৈ শুলে স্বাস্থ্যৰ কি কি উপকাৰ হয়?

উলংগ হৈ শুৱাৰ উপকাৰিতা: ৰাতি উলংগ হৈ শুলে স্বাস্থ্যৰ কি কি উপকাৰ হয়?

বাওঁ আঁঠুত ভৰ দি প্ৰেমৰ প্ৰস্তাৱ কিয় আগবঢ়োৱা হয়? কি গোপন ৰহস্য আছে?

বাওঁ আঁঠুত ভৰ দি প্ৰেমৰ প্ৰস্তাৱ কিয় আগবঢ়োৱা হয়? কি গোপন ৰহস্য আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.