• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰা ফিটিং টিপছ: ব্ৰা পিন্ধোতে নাৰীয়ে কি কি কথা মনত ৰখা উচিত!

ব্ৰা ফিটিং টিপছ: ব্ৰা পিন্ধোতে নাৰীয়ে কি কি কথা মনত ৰখা উচিত!

4 years ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

13 minutes ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

46 minutes ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

2 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

3 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

4 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

5 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

18 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

18 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

19 hours ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

20 hours ago
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

20 hours ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ব্ৰা ফিটিং টিপছ: ব্ৰা পিন্ধোতে নাৰীয়ে কি কি কথা মনত ৰখা উচিত!

editor by editor
May 16, 2022
in জীৱনশৈলী, বিবিধ
0
ব্ৰা ফিটিং টিপছ: ব্ৰা পিন্ধোতে নাৰীয়ে কি কি কথা মনত ৰখা উচিত!
0
SHARES
531
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্তৰ্বাসৰ আকাৰ সঠিক হোৱাটো অতিকৈ প্ৰয়োজনীয়। বিশেষকৈ মহিলাৰ ব্ৰাৰ ক্ষেত্ৰত এই কথা অতিকৈ প্ৰযোজ্য। নহ’লে গৰমৰ দিনত অস্বস্তি হোৱাই নহয়, স্তনৰ গঠনো বেয়া হ’ব পাৰে। তদুপৰি ভুল ধৰণে ব্ৰা পিন্ধিলে কান্ধৰ বিষ, কঁকালৰ বিষ আদি বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। ব্ৰা পিন্ধিলে কেইটামান কথা মনত ৰাখিব লাগে।

১. নতুন ব্ৰা পিন্ধিলে অন্তৰ্বাসৰ শেষ অংশটো স্তনৰ আকাৰ অনুযায়ী নিৰ্দিষ্ট হুকটোত সংলগ্ন কৰিব লাগে। এই অন্তৰ্বাসত মূলতঃ হুকটো সংলগ্ন কৰিবলৈ তিনিটা ঠাই থাকে। বহুতে খৰখেদাকৈ একো নেদেখাকৈ এঠাইত হুক আপ কৰে। এইটো এটা সমস্যা হ’ব পাৰে। হুক ক’ত আৰামদায়ক হয় সেই কথা বুজি ব্ৰা পিন্ধিব লাগে।

লগতে পঢ়ক প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ, কিয় চীনৰ বাবে বিপদজনক এই ভ্ৰমণ?

২) ব্ৰা পিন্ধিলে কাপবোৰ সঠিক ঠাইত থকাটো নিশ্চিত কৰিব লাগে। বহু সময়ত বিভিন্ন কাৰণত ৰেট্ৰ’গ্ৰেড হৈ পৰে। গতিকে সাজ-পোছাক পিন্ধাৰ পিছত ভালদৰে চাওক।

৩) ব্ৰা পিন্ধাৰ পিছত ষ্ট্ৰেপবোৰ কান্ধত ভালদৰে বহিব পৰাটো গুৰুত্বপূৰ্ণ। লগতে মনত ৰাখিব যে ব্ৰাৰ ষ্ট্ৰেপবোৰ ঢিলা হ’ব নালাগে।

লগতে পঢ়ক ‘গুৰুতৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন, উন্মাদৰ দৰেই আচৰণ কৰিছে পুটিনে’

৪) ষ্ট্ৰেপবোৰ উলটিবৰ উপৰিও ব্ৰাৰ পিছফালটোও প্ৰায়ে গুটিয়াই লোৱা হয়। ই অস্বস্তিৰ জন্ম দিয়ে। সেই কথা মনত ৰখাটো জৰুৰী।

৫) বহু সময়ত স্তনৰ মাংসপেশীবোৰ ব্ৰাৰ বাহিৰলৈ ওলাই আহে। কাপোৰ পিন্ধিলেও ওলাই আহে। সাধাৰণতে স্তনতকৈ সৰু ব্ৰা পিন্ধিলে এনে হয়। ফলত স্তনৰ আকাৰ বুজি এটা উপযুক্ত ব্ৰা কিনাটো ভাল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBra Fitting Tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’
ৰাজনীতি

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

July 30, 2026
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’
বিনোদন

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

July 30, 2026
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’
অসম

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

July 30, 2026
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?
বিনোদন

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

July 30, 2026
Next Post
বিবাহ বিচ্ছেদৰ ঘাটি বলিউদ! আকৌ এজন অভিনেতাৰ বিবাহ বিচ্ছেদ

বিবাহ বিচ্ছেদৰ ঘাটি বলিউদ! আকৌ এজন অভিনেতাৰ বিবাহ বিচ্ছেদ

অৰুণাচলৰ পৰা পলুৱাই আনিলে কিশোৰীক, বাল্য বিবাহকলৈ উত্তপ্ত অসমৰ এখন গাঁও

অৰুণাচলৰ পৰা পলুৱাই আনিলে কিশোৰীক, বাল্য বিবাহকলৈ উত্তপ্ত অসমৰ এখন গাঁও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.