• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘গুৰুতৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন, উন্মাদৰ দৰেই আচৰণ কৰিছে পুটিনে’

‘গুৰুতৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন, উন্মাদৰ দৰেই আচৰণ কৰিছে পুটিনে’

4 years ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

9 minutes ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

32 minutes ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

2 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

3 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

5 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

6 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

7 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

7 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

8 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

8 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘গুৰুতৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন, উন্মাদৰ দৰেই আচৰণ কৰিছে পুটিনে’

editor by editor
May 16, 2022
in বিশ্ব, ৰাজনীতি
0
‘গুৰুতৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন, উন্মাদৰ দৰেই আচৰণ কৰিছে পুটিনে’
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ‘গুৰুতৰভাৱে অসুস্থ’৷ দূৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ বাবেই নিজৰ কাৰ্যকালতে ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইন আক্ৰমণ কৰা বুলি দাবী কৰিছে এগৰাকী প্ৰাক্তন ব্ৰিটিছ চোৰাংচোৱাই। ৰাষ্ট্ৰপতি পুটিন দূৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত বুলিও প্ৰকাশ পাইছে৷

প্ৰাক্তন ব্ৰিটিছ চোৰাংচোৱা ক্রিষ্টোফাৰ ষ্টিলে স্কাই নিউজক কয় যে, “নিশ্চিতভাৱে, আমি ৰাছিয়া আৰু অন্যান্য ঠাইৰ সূত্রৰ পৰা যি শুনিছো যে পুটিন গুৰুতৰভাৱে অসুস্থ।’’

ইফালে, ৰাছিয়াৰ নেতাগৰাকীৰ এজন ঘনিষ্ঠ লোকে সংবাদ সংস্থাক সদৰী কৰা মতে “পুটিন তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ আছে৷”

লগতে পঢ়ক লকডাউনৰ মাজতো উত্তৰ কোৰিয়াত ক’ৰনাৰ গণ সংক্ৰমণ

আমেৰিকাৰ এখন আলোচনী নিউ লাইন-এ লাভ কৰা এটা ৰেকৰ্ডিঙত নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক পুটিনৰ একালৰ ঘণিষ্ঠ উক্ত লোকজনে কয় যে পশ্চিমীয়া এজন কেঞ্চাৰ বিশেষজ্ঞৰ সৈতে পুটিনৰ স্বাস্থ্যৰ বিষয়ে আলোচনা কৰা শুনা গৈছে।

উল্লেখ্য যে যোৱা সপ্তাহত বিজয় দিৱস উদযাপনকে ধৰি অন্যান্য ৰাজহুৱা অনুষ্ঠানত ৰুছ ৰাষ্ট্ৰপতি পুটিনক শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল যেন দেখা পোৱাৰ পিছতে ইউক্ৰেইন আক্ৰমণ আৰম্ভণিৰ সময়ৰে পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্যক কেন্দ্ৰ কৰি চলা জল্পনা-কল্পনা অধিক ৰহস্যময় হৈ পৰিছে।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটো আৰু ভিডিঅ’সমূহত পুটিনে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰবীণ সৈনিক আৰু জ্যেষ্ঠ বিশিষ্ট ব্যক্তিসকলৰ মাজত বহি মস্কোৰ ৰেড স্কোৱাৰৰ সামৰিক পেৰেড চাই থকাৰ সময়ত ভৰিৰ ওপৰত ডাঠ সেউজীয়া আৱৰণ এখন ঢাকি ৰাখিছিল।

লগতে পঢ়ক ভয়াতুৰ আমেৰিকাই এইবাৰ পিছ লৈছে ভাৰতৰ

স্বতন্ত্ৰ সংবাদ সংস্থাৰ বাতৰি অনুসৰি, ক’লা বোমাৰু জেকেট পিন্ধা পুটিনক কাঁহি থকা দেখা গৈছিল আৰু গোটৰ ভিতৰত তেওঁ একমাত্ৰ ব্যক্তি যিয়ে তুলনামূলকভাৱে ৯ ডিগ্ৰী চেলছিয়াছত আনতকৈ অধিক গৰম কাপোৰ পিন্ধি থকা দেখা গৈছিল৷

ৰাছিয়াৰ অলিগাৰ্কগৰাকীয়ে ৰেকৰ্ডিঙত কৈছে যে ইউক্ৰেইন আক্ৰমণৰ নিৰ্দেশ দিয়াৰ কিছু সময়ৰ পূৰ্বে পুটিনে তেওঁৰ তেজৰ কৰ্কট ৰোগৰ সৈতে জড়িত এটা পিঠিৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল। তেওঁ লগতে কয় যে ৰাষ্ট্ৰপতিগৰাকী প্ৰায় ‘উন্মাদ’ হৈ পৰিছে।

শেহতীয়াকৈ পুটিন আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছাৰ্গেই শ্বোইগুৰ মাজত হোৱা এক ভিডিঅ’ মিটিঙত পুটিনক টেবুলত জোৰেৰে খামুচি ধৰি থকাও দেখা গৈছে৷

লগতে পঢ়ক আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?

তেওঁ লগতে কয়, ‘‘আমি সকলোৱে আশা কৰো যে মিষ্টাৰ পুটিনৰ মৃত্যু হ’ব। তেওঁ ৰাছিয়াৰ অৰ্থনীতি, ইউক্ৰেইনৰ অৰ্থনীতি আৰু আন বহু দেশৰ অৰ্থনীতি একেবাৰে ধ্বংস কৰি পেলালে৷’’

ইফালে, ইউক্ৰেইনৰ এজন শীৰ্ষ সামৰিক বিষয়াইও দাবী কৰিছে যে ক্ৰেমলিনৰ নেতাগৰাকীৰ কৰ্কট ৰোগৰ লগতে আৰু অন্যান্য ৰোগত ভুগি আছে। তেওঁ স্কাই নিউজক জনোৱা মতে, পুটিনৰ মানসিক আৰু শাৰীৰিক অৱস্থা অতি বেয়া আৰু তেওঁ অতি অসুস্থ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamVladimir PutinVladimir Putin illnes
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য
ভাৰত

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

September 18, 2026
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক
ভাৰত

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

September 18, 2026
Next Post
প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ, কিয় চীনৰ বাবে বিপদজনক এই ভ্ৰমণ?

প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ, কিয় চীনৰ বাবে বিপদজনক এই ভ্ৰমণ?

আকৌ দেশত মন্দিৰ-মছজিদৰ সংঘাত! জ্ঞানবাপী মছজিদ-মন্দিৰৰ বিতৰ্কৰ ভিত্তি কি?

আকৌ দেশত মন্দিৰ-মছজিদৰ সংঘাত! জ্ঞানবাপী মছজিদ-মন্দিৰৰ বিতৰ্কৰ ভিত্তি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.