• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?

আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?

4 years ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

43 minutes ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

1 hour ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

3 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

4 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

4 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

5 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

5 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

7 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

8 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

8 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?

editor by editor
May 14, 2022
in ভাৰত
0
আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ আইডি সংযোগ কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই নিয়ম আনিব পাৰে। এই সন্দৰ্ভত তথ্য প্ৰদান কৰি বিদায়ী মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই কয় যে নিৰ্বাচনী তালিকা সম্পৰ্কীয় নিয়ম শীঘ্ৰেই জাৰি কৰা হ’ব। তেওঁ কয় যে ভোটাৰে আধাৰ তথ্য শ্বেয়াৰ কৰাটো বাধ্যতামূলক নহ’ব, কিন্তু যিসকলে শ্বেয়াৰ নকৰে তেওঁলোকে ইয়াৰ বৈধসন্মত কাৰণ দিব লাগিব।

উল্লেখ্য যে ১৪ মে’ শনিবাৰে অন্ত পৰিছে সুশীল চন্দ্ৰৰ কাৰ্যকাল। তেওঁৰ ঠাইত ৰাজীৱ কুমাৰক দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। ভোটাৰ তালিকা আধাৰৰ সৈতে সংযোগ কৰাৰ সন্দৰ্ভত চৰকাৰে কেতিয়া নিয়ম জাৰি কৰিব বুলি প্ৰশ্ন কৰাত সুশীল চন্দ্ৰই কয় যে এই সন্দৰ্ভত প্ৰস্তাৱ প্ৰেৰণ কৰাৰ লগে লগে শীঘ্ৰেই অধিসূচনা জাৰি কৰা হ’ব।

লগতে পঢ়ক কোন হ’ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী?

‘‘আমি পৰিৱৰ্তন প্ৰ-পত্ৰও প্ৰেৰণ কৰিছো যিটো আইন মন্ত্ৰালয়ৰ ওচৰত আছে। মই ভাবো তেওঁলোকে সোনকালে অনুমোদন পাব।’’ বিদায়ী মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰই কয়৷

তেওঁ লগতে কয় যে চলিত বৰ্ষৰ মাৰ্চ মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচখন ৰাজ্যত টিকাকৰণ অভিযান তীব্ৰতৰ কৰাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ভোটাৰ আৰু নিৰ্বাচনী কৰ্তব্যৰ সৈতে জড়িতসকলক যাতে কৰোণা ভাইৰাছৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে সেয়া কৰা হৈছিল।

সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা এক বাৰ্তালাপত চন্দ্ৰই তেওঁৰ কাৰ্যকালৰ দুটা ডাঙৰ কৃতিত্বৰ বিষয়ে উল্লেখ কৰে, য’ত ১৮ বছৰীয়া ভোটাৰক মনোনীত কৰাৰ বাবে এটা তাৰিখৰ পৰিৱৰ্তে এবছৰত চাৰিটা তাৰিখ অন্তৰ্ভুক্ত কৰা হয়৷

লগতে পঢ়ক শ্বেয়াৰ বজাৰত পতন আৰু দেশৰ ভৱিষ্যৎ

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১ জানুৱাৰীত ১৮ বছৰত ভৰি দিয়াসকলকহে ভোটাৰ তালিকাত এই নাম অন্তভুৰ্ক্ত কৰা হৈছিল। ২ জানুৱাৰীত যদি কোনোবাই ১৮ বছৰ সম্পূৰ্ণ কৰে তেন্তে তেওঁ এবছৰ অপেক্ষা কৰিব লগা হৈছিল৷ এতিয়া এই নিয়ম বছৰত চাৰিবাৰকৈ সলনি কৰা হৈছে। ইয়াৰ উপৰিও তেওঁ কয় যে আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ তালিকা সংযোগ কৰাটো এক গুৰুত্বপূৰ্ণ কাম।

আধাৰ তথ্য স্বেচ্ছাই দিব লাগিব যেতিয়া চন্দ্ৰক আধাৰ তথ্য শ্বেয়াৰ কৰাটো স্বেচ্ছামূলক হ’ব নে নহয় বুলি সোধাত তেওঁ কয়, ‘‘এয়া স্বেচ্ছামূলক হ’ব কিন্তু ভোটাৰে আধাৰ নম্বৰ নিদিয়াৰ পৰ্যাপ্ত কাৰণ দৰ্শাব দিব লাগিব৷’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: adhaar cardasom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in Assamvoter id card
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!
জীৱনশৈলী

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

October 16, 2026
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

October 16, 2026
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন
অপৰাধ

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

October 16, 2026
Next Post
ভয়াতুৰ আমেৰিকাই এইবাৰ পিছ লৈছে ভাৰতৰ

ভয়াতুৰ আমেৰিকাই এইবাৰ পিছ লৈছে ভাৰতৰ

লকডাউনৰ মাজতো উত্তৰ কোৰিয়াত ক’ৰনাৰ গণ সংক্ৰমণ

লকডাউনৰ মাজতো উত্তৰ কোৰিয়াত ক'ৰনাৰ গণ সংক্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.