• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকক নিয়ন্ত্ৰণৰ বাবে ৮ টা কঠোৰ নিয়ম প্ৰেমিকাৰ! কি কি এই নিয়মসমূহ?

প্ৰেমিকক নিয়ন্ত্ৰণৰ বাবে ৮ টা কঠোৰ নিয়ম প্ৰেমিকাৰ! কি কি এই নিয়মসমূহ?

4 years ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

8 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

8 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

9 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

10 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

10 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

11 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

12 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

13 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

14 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

14 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

14 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰেমিকক নিয়ন্ত্ৰণৰ বাবে ৮ টা কঠোৰ নিয়ম প্ৰেমিকাৰ! কি কি এই নিয়মসমূহ?

editor by editor
May 14, 2022
in বিবিধ
0
প্ৰেমিকক নিয়ন্ত্ৰণৰ বাবে ৮ টা কঠোৰ নিয়ম প্ৰেমিকাৰ! কি কি এই নিয়মসমূহ?
0
SHARES
277
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্পৰ্কবোৰ সদায় পৰস্পৰৰ বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। সংগীৰ মাজত বিশ্বাস থাকিলেহে যিকোনো সম্পৰ্ক ভাল হ’ব পাৰে বুলি বিশ্বাস কৰা হয়।

কিন্তু, এগৰাকী প্ৰেমিকাই প্ৰেমিকৰ ওপৰত বিশ্বাস টুটি অহাৰ ফলত কিছুমান কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিছে৷ ইতিমধ্যে সামাজিক মাধ্যমত এই সম্পৰ্কীয় এটা ভিডিঅ’ ভাইৰেল হৈছে৷

প্ৰেমিকগৰাকীয়ে প্ৰেমিকক নিয়ন্ত্ৰণ কৰিবলৈ অতি কঠোৰ ৮ টা নিয়ম প্ৰণয়ন কৰিছে। সামাজিক মাধ্যমত এই আঠটা নিয়ম ভাইৰেল হোৱাৰ পিছতে এতিয়া ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে। ইতিমধ্যে ভিডিঅ’টোক ৩০ লাখ লোক দৰ্শন কৰিছে৷

লগতে পঢ়ক শ্বেয়াৰ বজাৰত পতন আৰু দেশৰ ভৱিষ্যৎ

প্ৰেমিকাগৰাকীৰ অনুৰাগীসকলে ভিডিঅ’টো চাই সামাজিক মাধ্যমত বিভিন্ন মতামত ব্যক্ত কৰা দেখা গৈছে। কিছুমানে তেওঁক প্ৰশংসা কৰিলেও আন কিছুমানে তাইক ট্ৰল কৰাও দেখা গৈছে।

ভিডিঅ’টোত নিজৰ নিয়মবোৰ বুজাই ছোৱালীজনীয়ে কৈছে যে ‘‘আজি মই আপোনালোকক কিছুমান বিতৰ্কিত নিয়মৰ বিষয়ে ক’ম যিবোৰ মই মোৰ প্ৰেমিকে মানি চলিব লাগিব।’’

লগতে পঢ়ক হঠাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ, কিয় পদত্যাগ কৰিলে বিপ্লৱ কুমাৰ দেৱে?

এই আঠটা নিয়ম কি কি?

১. তুমি যিসকল ছোৱালীৰ সৈতে ৰোমান্টিক কথা পাতিছা সেই সকলো ছোৱালীক ব্লক কৰিব লাগিব।

২. যি দিনাৰ পৰা মোৰ সৈতে ডেটিং আৰম্ভ কৰিছা সেইদিনাৰ পৰাই আন কোনো ছোৱালীক অনুসৰণ কৰিব নোৱাৰিবা।

৩. অনলাইন চাইটত ছোৱালী বিচাৰিব নোৱাৰিবা।

৫. ছোৱালীৰ ফ’টোত ৰিয়েক্ট কৰিব নোৱাৰিবা। আৰু কাৰো ষ্ট’ৰীত উত্তৰ দিব নোৱাৰিবা।

লগতে পঢ়ক বাওঁপন্থী নেতা তথা শিক্ষকৰ কু-কৰ্ম! ৬০ ছাত্ৰীক যৌন নিৰ্যাতন কৰি হ’ল গ্ৰেপ্তাৰ

৬. এক্সপ্ল’ৰ পেজটো স্ক্ৰ’ল কৰি থাকোতে কোনো ছোৱালীক চাব নোৱাৰিবা।

৭. যদি কোনোবা ছোৱালীয়ে অনবৰতে বিকিনিৰ ফ’টো পোষ্ট কৰে তেন্তে তাইক আনফ’ল’ কৰিব লাগিব।

৮. লিংক ট্ৰীত ক্লিক কৰিব নোৱাৰিবা।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamviral newsviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

July 6, 2026
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ
বিনোদন

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

July 6, 2026
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

July 6, 2026
Next Post
আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?

আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?

ভয়াতুৰ আমেৰিকাই এইবাৰ পিছ লৈছে ভাৰতৰ

ভয়াতুৰ আমেৰিকাই এইবাৰ পিছ লৈছে ভাৰতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.