• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাওঁপন্থী নেতা তথা শিক্ষকৰ কু-কৰ্ম! ৬০ ছাত্ৰীক যৌন নিৰ্যাতন কৰি হ’ল গ্ৰেপ্তাৰ

বাওঁপন্থী নেতা তথা শিক্ষকৰ কু-কৰ্ম! ৬০ ছাত্ৰীক যৌন নিৰ্যাতন কৰি হ’ল গ্ৰেপ্তাৰ

4 years ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

2 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

3 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

4 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

5 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

5 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

5 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

6 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

7 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

8 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

8 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

9 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বাওঁপন্থী নেতা তথা শিক্ষকৰ কু-কৰ্ম! ৬০ ছাত্ৰীক যৌন নিৰ্যাতন কৰি হ’ল গ্ৰেপ্তাৰ

editor by editor
May 14, 2022
in অপৰাধ, ভাৰত
0
বাওঁপন্থী নেতা তথা শিক্ষকৰ কু-কৰ্ম! ৬০ ছাত্ৰীক যৌন নিৰ্যাতন কৰি হ’ল গ্ৰেপ্তাৰ
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৰেলাৰ বাওঁপন্থী চৰকাৰৰ সুনামত কালিমা সানিছে চিপিএমৰ এগৰাকী নেতা তথা অৱসৰপ্ৰাপ্ত শিক্ষকে৷ অভিযোগ অনুসিৰ নিজৰ ৩০ বছৰীয়া শিক্ষকতাৰ কালত শিক্ষকগৰাকীয়ে ৬০ গৰাকীতকৈও অধিক শিক্ষাৰ্থীক যৌন নিৰ্যাতন কৰিছে৷

কেৰেলাৰ মালাপ্পুৰম জিলাৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা স্থানীয় পৌৰসভাৰ চিপিএম কাউন্সিলাৰ কে ভি শশীকুমাৰক একাধিক নিৰ্যাতনৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

চলিত বৰ্ষৰ মাৰ্চ মাহত মালাপ্পুৰমৰ ছেইণ্ট জেমছ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল শশীকুমাৰে। ইয়াৰ কিছু দিনৰ পিছতে এগৰাকী শিক্ষাৰ্থীয়ে প্ৰথমে নেটত তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে।

লগতে পঢ়ক ‘বিজেপিয়ে কংগ্ৰেছক ফাণ্ডিং কৰে’, কংগ্ৰেছ ত্যাগৰ পূৰ্ণ সম্ভাৱনা বিধায়ক শ্বেৰমানৰ

তাৰ পিছত অৱসৰপ্ৰাপ্ত শিক্ষক তথা চিপিএমৰ নেতাগৰাকীৰ বিৰুদ্ধে এটাৰ পিছত আন এটা যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈ থাকে। ইয়াৰ মাজৰে একাংশ ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। সেই এজাহাৰসমূহ ভিত্তিতে মালাপ্পুৰম পৌৰসভাৰ তিনিবাৰৰ চিপিএম কাউন্সিলাৰ শশীকুমাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷

আৰক্ষীয়ে তদন্তৰ আৰম্ভ কৰি শশীকুমাৰৰ বিৰুদ্ধে বহু যৌন নিৰ্যাতনৰ তথ্য লাভ কৰে। এই অভিযোগসমূহৰ ভিতৰত আজিৰ পৰা তিনিটা দশক পুৰণি অভিযোগো আছে। বিদ্যালয় আৰু স্থানীয় ৰাজনীতিত প্ৰভাৱশালী শশীকুমাৰে নিজৰ প্ৰভূত্বৰ বলতে ভুক্তভোগীসকলক মৌনতা অৱলম্বন কৰিবলৈ বাধ্য কৰাই আহিছিল।

লগতে পঢ়ক ২৩ হাজাৰ চাকৰিত নিযুক্তি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

শুকুৰবাৰে আৰক্ষীয়ে মালাপ্পুৰমৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত প্ৰাক্তন শিক্ষকজনক। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এতিয়ালৈকে ৫০ জনতকৈ অধিক শিক্ষাৰ্থীয়ে শশীকুমাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছে৷

ভুক্তভোগী শিক্ষাৰ্থীসকলৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে POCSO আইনকে ধৰি ভাৰতীয় দণ্ডবিধি আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে।

কেৰেলাৰ শিক্ষামন্ত্ৰী ভি শিৱানকুট্টীয়ে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। ৰাজ্যৰ জনশিক্ষা বিভাগৰ মুৰব্বী কে বাবুৱে কয় যে সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষক পৰিচালনা ব্যৱস্থাৰ ত্ৰুটিসমূহ চাবলৈ কোৱা হৈছে আৰু অতি শীঘ্ৰে প্ৰতিবেদন প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamraped
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
Next Post
হঠাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ, কিয় পদত্যাগ কৰিলে বিপ্লৱ কুমাৰ দেৱে?

হঠাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ, কিয় পদত্যাগ কৰিলে বিপ্লৱ কুমাৰ দেৱে?

শ্বেয়াৰ বজাৰত পতন আৰু দেশৰ ভৱিষ্যৎ

শ্বেয়াৰ বজাৰত পতন আৰু দেশৰ ভৱিষ্যৎ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.