• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিজেপিয়ে কংগ্ৰেছক ফাণ্ডিং কৰে’, কংগ্ৰেছ ত্যাগৰ পূৰ্ণ সম্ভাৱনা বিধায়ক শ্বেৰমানৰ

‘বিজেপিয়ে কংগ্ৰেছক ফাণ্ডিং কৰে’, কংগ্ৰেছ ত্যাগৰ পূৰ্ণ সম্ভাৱনা বিধায়ক শ্বেৰমানৰ

4 years ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

2 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

2 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

3 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

3 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

4 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

4 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

6 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

6 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

6 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

7 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

8 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

‘বিজেপিয়ে কংগ্ৰেছক ফাণ্ডিং কৰে’, কংগ্ৰেছ ত্যাগৰ পূৰ্ণ সম্ভাৱনা বিধায়ক শ্বেৰমানৰ

editor by editor
May 14, 2022
in Uncategorized
0
‘বিজেপিয়ে কংগ্ৰেছক ফাণ্ডিং কৰে’, কংগ্ৰেছ ত্যাগৰ পূৰ্ণ সম্ভাৱনা বিধায়ক শ্বেৰমানৰ
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘‘ডিচেম্বৰৰ ভিতৰত সমষ্টিবাসীৰ পৰা মতামত সংগ্ৰহ কৰিম৷ কংগ্ৰেছে মই কৰা প্ৰশ্নৰ উত্তৰ নিদিয়ে, সেয়ে কংগ্ৰেছ দল এৰা কথা চিন্তা কৰিছো৷ ৯৫% নিশ্চিত মই কংগ্ৰেছ দল ত্যাগ কৰাটো৷ প্ৰতিটো চুবুৰীলৈ গৈ আলোচনা কৰিম৷’’ কংগ্ৰেছ এৰাৰ ইংগিত দি এইদৰে কয় কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে৷

উল্লেখ্য যে দলৰ নীতি আদৰ্শৰ বিপৰীতে কাম কৰাৰ অভিযোগত কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছে নিলম্বিত কৰি ৰাখিছে৷ নিলম্বিত বিধায়কগৰাকীয়ে কংগ্ৰেছক কেইটামান পোনপতীয়া প্ৰশ্ন কৰি তাৰ উত্তৰ বিচাৰি আহিছিল৷

বিধায়কগৰাকীয়ে পূৰ্বতে ঘোষণা কৰিছিল যে কংগ্ৰেছে দিয়া উত্তৰৰ পিছতে তেওঁ কংগ্ৰেছ ত্যাগ কৰিব নে দলটোতে থাকিব সেই সিদ্ধান্ত গ্ৰহণ কৰিব৷

লগতে পঢ়ক চৰ্চাৰ কেন্দ্ৰ বিন্দুত কিয় বিজয় আৰু অনন্যা? বিজয়ক কি বুলি ক’লে অনন্যাই?

বিধায়ক শ্বেৰমান আলীয়ে লগতে এইটো কৈ আহিছিল যে কংগ্ৰেছে উত্তৰ নিদিলে তেওঁ সমষ্টিবাসীৰ মতামত গ্ৰহণ কৰিব আৰু সমষ্টিবাসীয়ে যি ৰায় দিয়ে তাৰ ভিত্তিতে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব৷ বিধায়ক শ্বেৰমান আলী আহমেদে শনিবাৰে সংবাদ মাধ্যমত এই প্ৰসংগতে উক্ত মন্তব্য কৰিছে৷

ইফালে বিধায়কগৰাকীয়ে সেই সন্দৰ্ভত মন্তব্য কৰাৰ লগতে কংগ্ৰেছ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক তীব্ৰ আক্ৰমণ কৰিছে৷ ৰকিবুল হুছেইনক আক্ৰমণ কৰি বিধায়ক শ্বেৰমান আলীয়ে কয় যে ৰকিবুল হুছেইনহঁতৰ দৰে নেতাই সংখ্যলঘু জনগোষ্ঠীক প্ৰতাৰণা কৰিছে৷

কংগ্ৰেছৰ হাইকামাণ্ডক বিপথে পৰিচালিত কৰি কংগ্ৰেছ দলটোকো ৰকিবুল হুছেইনহঁতৰ দৰে নেতাই ধ্বংস কৰিছে বুলিও বিস্ফোৰক অভিযোগ কৰিছে বিধায়ক শ্বেৰমান আলীয়ে৷

লগতে পঢ়ক চৰ্চাৰ কেন্দ্ৰ বিন্দুত কিয় বিজয় আৰু অনন্যা? বিজয়ক কি বুলি ক’লে অনন্যাই?

দলটোৰ নেতৃত্বক তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁ লগতে কয় ‘‘যিদৰে কংগ্ৰেছত দল এৰা প্ৰৱণতা চলি আছে, তেনে সময়ত এয়া অলীক কল্পনা যে কংগ্ৰেছে নিৰ্বাচনত জিকি দেশ শাসন কৰিব পাৰিব৷’’

‘‘দেশ মাতৃৰ সেৱাৰ বিপৰীতে ধনৰ পিছত দৌৰিব ধৰিলে কংগ্ৰেছৰ নেতাই৷ কংগ্ৰেছৰ ৰাজনীতি কেৱল ক্ষমতাকেন্দ্ৰিক, ধনকেন্দ্ৰিক৷ বিজেপিৰ দ্বাৰা কংগ্ৰেছ পৰিচালিত হৈ আছে৷ মই নাম জানো কাক ফাণ্ডিং কৰি আছে বিজেপিয়ে৷’’ এই দৰে বিস্ফোৰক মন্তব্যও কৰিছে বিধায়ক শ্বেৰমানে৷

ইফালে AIUDF, TMC, AAP আৰু ৰাইজৰ দল আদিয়ে তেওঁক জে’লত থকাৰ পৰাই তেওঁলোকৰ দলত যোগদান কৰিবলৈ আহ্বান জনাই আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে শ্বেৰমান আলীয়ে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
যৌন সংক্ৰামক ৰোগ বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? এইবোৰ লক্ষণ দেখা পালে সাৱধান হওক

যৌন সংক্ৰামক ৰোগ বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? এইবোৰ লক্ষণ দেখা পালে সাৱধান হওক

বাওঁপন্থী নেতা তথা শিক্ষকৰ কু-কৰ্ম! ৬০ ছাত্ৰীক যৌন নিৰ্যাতন কৰি হ’ল গ্ৰেপ্তাৰ

বাওঁপন্থী নেতা তথা শিক্ষকৰ কু-কৰ্ম! ৬০ ছাত্ৰীক যৌন নিৰ্যাতন কৰি হ’ল গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.