• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৩ হাজাৰ চাকৰিত নিযুক্তি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

২৩ হাজাৰ চাকৰিত নিযুক্তি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

4 years ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

36 minutes ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

58 minutes ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

1 hour ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

2 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

4 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

4 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

12 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

12 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

13 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

13 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

14 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

২৩ হাজাৰ চাকৰিত নিযুক্তি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

editor by editor
May 14, 2022
in অসম, ৰাজনীতি
0
২৩ হাজাৰ চাকৰিত নিযুক্তি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
0
SHARES
224
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ কে’বাটাও বিভাগত প্ৰায় ২৩ হাজাৰ চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰে৷

নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে নিৰ্বাচনৰ সময়ত ১ লাখ নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি দি হৈছিল সেই প্ৰতিশ্ৰুতিৰ অংশ হিচাপে অনুসৰি আজি ২২ হাজাৰ ৯ শ ৯৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছে৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যোৱা এটা বছৰত ক’ভিডৰ বাবে আমাৰ আন কথা চিন্তা কৰাৰ সময় নাছিল যদিও ক’ভিডৰ অন্ত পৰাত আমি আমাৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ কাম আৰম্ভ কৰিছো৷

 

লগতে পঢ়ক ছলমানৰ ভাতৃৰ ২৪ বছৰীয়া বিবাহৰ বিচ্ছেদ! ৰোহিত শৰ্মাৰে চোহেল খানৰ পত্নীৰ সম্পৰ্ক কি?

বিৰোধীয়ে ভাবিছিল আমি ১ লাখ নিযুক্তি দিব নোৱাৰিব আৰু বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে কথা ক’বলৈ সুযোগ লাভ কৰিব বুলি ভাবিছিল যদিও চৰকাৰে সেই সুযোগ নিদিয়ে বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷

মুখ্যমন্ত্ৰীয়ে লগতে দাবী কৰে যে ১০ মে’ত চৰকাৰ গঠন হোবাৰ পাছতে শিক্ষা বিভাগত ৪৭৭৯ পদ নিযুক্তি দিয়া হৈছিল৷

‘‘২০১১ চনত টেটৰ জৰিয়তে নিকা নিযুক্তি দিবলৈ সক্ষম হৈছিলো৷ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা কৰিবলৈ কৈছিলো৷ শিক্ষা বিভাগৰ নিযুক্তিত যাতে কোনোধৰণৰ কেলেংকাৰী সংঘটিত হ’ব নোৱাৰে তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰখা হৈছে৷’’ মুখ্যমন্ত্ৰীয়ে আৰু কয়৷

 

লগতে পঢ়ক ভৱিষ্যদ্ৰষ্টাৰ দাবী, পৃথিৱীৰ পৰা হঠাতে ২০ লক্ষ লোক অন্তৰ্ধান হ’ব! কিন্তু কিয়?

টেটত গ্ৰেচ নম্বৰ পোৱা সকলে যদি আদালতলৈ নগৈ আমাৰ ওচৰলৈ আহিল হয় তেওলোককো আজি সমানে সমানে নিযুক্তি দিলো হয় বুলিও অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

ইফালে জুলাই শেষলৈকে ২৬ হাজাৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব বুলি দোহাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assam CM Himanta Biswa Sarmaassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!
বিশ্ব

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

October 17, 2026
Next Post
‘বিজেপিয়ে কংগ্ৰেছক ফাণ্ডিং কৰে’, কংগ্ৰেছ ত্যাগৰ পূৰ্ণ সম্ভাৱনা বিধায়ক শ্বেৰমানৰ

‘বিজেপিয়ে কংগ্ৰেছক ফাণ্ডিং কৰে’, কংগ্ৰেছ ত্যাগৰ পূৰ্ণ সম্ভাৱনা বিধায়ক শ্বেৰমানৰ

যৌন সংক্ৰামক ৰোগ বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? এইবোৰ লক্ষণ দেখা পালে সাৱধান হওক

যৌন সংক্ৰামক ৰোগ বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? এইবোৰ লক্ষণ দেখা পালে সাৱধান হওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.