• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বেয়াৰ বজাৰত পতন আৰু দেশৰ ভৱিষ্যৎ

শ্বেয়াৰ বজাৰত পতন আৰু দেশৰ ভৱিষ্যৎ

4 years ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

28 minutes ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

2 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

2 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

10 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

10 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

11 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

11 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

12 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

12 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

13 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

13 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

শ্বেয়াৰ বজাৰত পতন আৰু দেশৰ ভৱিষ্যৎ

editor by editor
May 14, 2022
in অসম, লেখা
0
শ্বেয়াৰ বজাৰত পতন আৰু দেশৰ ভৱিষ্যৎ
0
SHARES
336
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ যোৱা এপ্ৰিল মাহৰ পৰা ভাৰতৰ শ্বেয়াৰ বজাৰত পতন আৰম্ভ হৈছে। এনে ধাৰাবাহিক পতন অৰ্থাৎ নিম্নগামী ধাৰা অভাৱনীয়। কিন্তু কিয় এই অভাৱনীয় অৱস্থা? ইয়াৰ পূৰ্বে আমি বহুবাৰ উল্লেখ কৰিছো যে, দেশৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থাৰ ওপৰত শ্বেয়াৰ বজাৰ চলি থাকে। অন্য অৰ্থত শ্বেয়াৰ বজাৰে দেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ভৱিষ্যতৰ ইংগিত দিয়ে। গতিকে আমাৰ দেশৰ শ্বেয়াৰ বজাৰে কি ইংগিত দিছে? তলত ইয়াৰ কিছু দিশ আলোচনা কৰা হৈছে।

বৰ্তমান ভাৰতত দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ লগতে দীৰ্ঘম্যাদী ব্যৱহাৰ্য সামগ্ৰীৰো অত্যধিক মূল্য বৃদ্ধি হৈছে। তাৰ পৰিণতিত গ্ৰাহক মূল্য সূচাংক (Consumer Price Index) চমুকৈ চিপিআইৰ হাৰ উদ্বেজনক ভাৱে বৃদ্ধি হৈছে। সাধাৰণ অৰ্থত ইয়েই মুদ্ৰাস্ফীতি। যোৱা মাৰ্চ মাহত ভাৰতত মুদ্ৰাস্ফীতি বা ‘ইনফ্লেচন‘ৰ হাৰ আছিল ৬.৯৫ শতাংশ। মুদ্ৰাস্ফীতিৰ হাৰ ৩.৪৫ শতাংশতকৈ অধিক হ’লে ভাৰতৰ দৰে দেশত বিনিয়োগ প্ৰতিকূল হৈ উঠে। তেনে পৰিবেশত ঘৰুৱা বিনিয়োগকাৰীয়ে বজাৰ অৰ্থনীতি বা দেশৰ অৰ্থনৈতিক ব্যৱস্থাত বিনিয়োগ নকৰে। আৰু নগদ ধন মজুত ৰাখিবলৈ তৎপৰ হয়। ঠিক তেনেদৰে স্থাৱৰ সম্পত্তি ক্ৰয় কৰাৰ কথা চিন্তা কৰে।

 

লগতে পঢ়ক বাওঁপন্থী নেতা তথা শিক্ষকৰ কু-কৰ্ম! ৬০ ছাত্ৰীক যৌন নিৰ্যাতন কৰি হ’ল গ্ৰেপ্তাৰ

সেইবাবে যোৱা মাৰ্চ মাহৰ পৰা ভাৰতৰ শ্বেয়াৰ বজাৰত শ্বেয়াৰ বিক্ৰীৰ প্ৰৱণতা বাঢ়িছে। শ্বেয়াৰ বজাৰৰ ভাষাত এনে পৰিবেশক অ’ভাৰ চেলিং প্ৰেচাৰ বুলি কোৱা হয়। সেইবাবে ঘৰুৱা বিনিয়োগকাৰীয়ে ক্ষীপ্ৰতাৰে শ্বেয়াৰ বিক্ৰী কৰিছে। বহুতে প্ৰ’ফিট বুক কৰাৰ সুবিধা পাইছে যদিও আন বহুতে লোকচানতো শ্বেয়াৰ বিক্ৰী কৰা পৰিলক্ষিত হৈছে। যাৰ বাবে যোৱা তিনিটা ট্ৰেডিং চেছনত ৩৫ লাখ কোটি টকাৰ শ্বেয়াৰ বিনিয়োগকাৰীয়ে লোকচানত বিক্ৰী কৰিছে। অৰ্থাৎ যোৱা ১১,১২ আৰু ১৩ মে’ত ভাৰতৰ ঘৰুৱা বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰত ৩৫ লাখ কোটি টকাৰো অধিক লোকচান ভৰিবলগীয়া হ‘ল। ই দেশৰ অৰ্থনৈতিৰ বাবে শুভ লক্ষণ নহয়।

ধাৰাবাহিক মূল্য বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতীয় অৰ্থনীতিৰ নিৰ্ভৰযোগ্যতাও বহু হ্ৰাস হৈছে। সেইবাবে বিদেশী বিনিয়োগকাৰীসকলে ভাৰতৰ শ্বেয়াৰ বজাৰত অত্যধিক বিক্ৰী প্ৰৱণতা সৃষ্টি কৰিছে। যোৱা এপ্ৰিল আৰু মে’ মাহত কেৱল আমেৰিকাৰ বিনিয়োগকাৰীয়ে ১৭,৪০৩ লাখ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰিছে। যোৱা জানুৱাৰীৰ পৰা ১৩ মে’লৈ বৈদেশিক বিনিয়োগকাৰীয়ে ভাৰতৰ শ্বেয়াৰ বজাৰত ১,৪৪,৫৬৫ লাখ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰিছে। এনেদৰে বৃহৎ সংখ্যক শ্বেয়াৰ বিক্ৰী হোৱা বাবে আমাৰ দেশৰ শ্বেয়াৰ বজাৰত পতন অবধাৰিত হৈ পৰে।

 

লগতে পঢ়ক যৌন সংক্ৰামক ৰোগ বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? এইবোৰ লক্ষণ দেখা পালে সাৱধান হওক

একে সময়তে ভাৰতীয় মুদ্ৰাৰ মূল্যও বহু হ্ৰাস হৈছে। যোৱা ১৩ মে’ত এক আমেৰিকান ডলাৰৰ মূল্য হৈছে ৭৭.৪৪ টকা। আৰু সেইবাবে আগন্তুক সময়চোৱাত ভাৰতৰ শ্বেয়াৰ বজাৰত অধিক বিক্ৰীৰ চাপ সৃষ্টি হ’ব পাৰে। কিন্তু এইটো দেশৰ বাবে মুঠেই শুভ নহয়। এপ্ৰিল মাহত ভাৰতত মুদ্ৰাস্ফীতিৰ হাৰ ৭.৪০ শতাংশ। ভাৰতৰ দৰে এখন বিকাশশীল ৰাষ্ট্ৰৰ বাবে এই হাৰ উদ্বেজনক। তেনে পৰিবেশত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতীয় অৰ্থনীতিৰ নিৰ্ভৰযোগ্যতাও কম হয়। পৰিস্থিতি অধিক শোচনীয় হ’ব পাৰে বুলি শংকিত হৈ গৰিষ্ঠসংখ্যক বিদেশী বিনিয়োগকাৰীয়ে ভাৰতৰ শ্বেয়াৰ বজাৰ ত্যাগ কৰিছে। ধাৰাবাহিক মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ পৰিণতিত চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত যি ভয়াৱহ ঘটনা ঘটিব লাগিছে, তাৰবাবেও শংকিত হৈছে বিনিয়োগকাৰী। ভৰতো সেই দিশে আগবাঢ়িছে নেকি?

যোৱ সপ্তাহত ভাৰতীয় শ্বেয়াৰ বজাৰৰ কিছু তথ্যও উল্লেখ কৰা ভাল হ‘ব। এই সময়ছোৱাত শ্বেয়াৰ বজাৰত বঢ়া টুটাৰ অনুপাত ২:৯। অৰ্থাৎ দুটা শ্বেয়াৰ বঢ়াৰ বিপৰীত ন টা শ্বেয়াৰৰ দাম কমিছে। যোৱা সময়চোৱাত ৭৬০ টা কোম্পানীৰ শ্বেয়াৰৰ দাম বাঢ়িছে। নিম্নগামী হৈছে ২৬০১ টা শ্বেয়াৰৰ দাম। ৫৫৩ টা শ্বেয়াৰে ল’ৱাৰ শ্বাৰ্কিত স্পৰ্শ কৰে। অৱশ্যে তাৰ মাজতো বহুকেইটা শ্বেয়াৰত বিনিয়োগ কৰাৰ সুযোগ আহিছে। কিয়নো স্থিতাৱস্থা সৰহ দিনলৈ নাথাকে। তথাপিও কিন্তু শ্বেয়াৰ বজাৰে ভয়াৱহ অৰ্থনৈতিক অৱস্থাৰ ইংগিত দিছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamshare marketshare market advice
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা
ভাৰত

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

October 18, 2026
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ
জীৱনশৈলী

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

October 18, 2026
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
Next Post
কোন হ’ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী?

কোন হ’ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী?

প্ৰেমিকক নিয়ন্ত্ৰণৰ বাবে ৮ টা কঠোৰ নিয়ম প্ৰেমিকাৰ! কি কি এই নিয়মসমূহ?

প্ৰেমিকক নিয়ন্ত্ৰণৰ বাবে ৮ টা কঠোৰ নিয়ম প্ৰেমিকাৰ! কি কি এই নিয়মসমূহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.