• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হ’ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী?

কোন হ’ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী?

1 week ago
পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

51 mins ago
কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

2 hours ago
কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

3 hours ago
ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

4 hours ago
কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

5 hours ago
দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

6 hours ago
বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

7 hours ago
স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

8 hours ago
পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

1 day ago
অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

1 day ago
পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

1 day ago
‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

1 day ago
  • About
  • Advertise
  • Careers
Saturday, May 21, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কোন হ’ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী?

editor by editor
May 14, 2022
in উত্তৰ-পূব, ৰাজনীতি
0
কোন হ’ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী?
0
SHARES
142
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ত্ৰিপুৰাৰ বিদায়ী মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগৰ পিছতে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব তাকে লৈ ব্যাপক জল্পনা কল্পনা চলি থকাৰ সময়তে নতুন মুখ্যমন্ত্ৰী নাম ঘোষণা কৰিছে বিজেপিৰ দলীয় সূত্ৰই৷

ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ডঃ মাণিক সাহাক বিধায়নী দলে নিৰ্বাচিত কৰে৷

ইফালে কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক, শিক্ষামন্ত্ৰী ৰতন নাথ, আৰু অধ্যক্ষ ৰতন চক্ৰৱৰ্তীৰ নামো চিন্তা চৰ্চালৈ আহিছিল যদিও বিপ্লৱ দেৱৰ বাসগৃহত অনুষ্ঠিত বিজেপিৰ বিধায়নী দল বৈঠকত ডঃ মাণিক সাহাক মুখ্যমন্ত্ৰী হিচাপে বিজেপিৰ বিধায়কসকলে সমৰ্থন কৰে।

 

লগতে পঢ়ক হঠাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ, কিয় পদত্যাগ কৰিলে বিপ্লৱ কুমাৰ দেৱে?

বৈঠকত ত্ৰিপুৰাত থকা বিজেপিৰ জ্যেষ্ঠ নেতা ভূপেন্দৰ যাদৱ আৰু বিনোদ টাউডেক বিধায়িনী দলৰ নেতাগৰাকীৰ নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল।তেওঁলোকৰ উপৰি দলৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত বিনোদ সোণকাৰেও এই বৈঠকত অংশ লয়।

ইয়াৰ পূৰ্বে বিপ্লৱ কুমাৰ দেৱে ৰাজ্যপাল সত্যদেউ নাৰায়ণ আৰ্য্যৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছিল। পদত্যাগৰ পিছতে সংবাদ মাধ্যমৰ সৈতে সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে দলটোৰ কিছু পৰিকল্পনা আছে আৰু তেওঁৰ পদত্যাগে নিশ্চিতভাৱে ই দলটোৰ বাবে ফলদায়ক হ’ব৷

২০২৩ চনৰ ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এই সিদ্ধান্ত লোৱা বুলি কোৱা হৈছে যাতে দলটোৱে পুনৰ জয়ী হৈ ৰাজ্যখনত ক্ষমতা দখল কৰিব পাৰে৷

 

লগতে পঢ়ক বাওঁপন্থী নেতা তথা শিক্ষকৰ কু-কৰ্ম! ৬০ ছাত্ৰীক যৌন নিৰ্যাতন কৰি হ’ল গ্ৰেপ্তাৰ

উল্লেখ্য যে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ২৫ বছৰীয়া শাসনৰ অন্ত পেলাই ২০১৮ চনত বিপ্লৱ কুমাৰ দেৱ ৰাজ্যখনৰ প্ৰথমজন বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়।

তদুপৰি জানিব পৰা গৈছে যে ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ নেতাসকলে দেৱৰ কৰ্মসূচী আৰু নীতিক লৈ সুখী নহয়৷ ইফালে বিগত আঠ মাহৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক অবিৰতভাৱে বিজপি নেতাসকলে বিপ্লৱ কুমাৰ দেৱক বৰ্খাস্ত কৰিবলৈ অনুৰোধ কৰি অহাৰ ফলতে বিপ্লৱ কুমাৰ দেৱে পদত্যাগ কৰিবলৈ বাধ্য হৈ পৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamtripura
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?
ৰাজনীতি

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

May 21, 2022
পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?
ৰাজনীতি

পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

May 20, 2022
‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী
ৰাজনীতি

‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

May 20, 2022
চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী
ৰাজনীতি

চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

May 19, 2022
Next Post
প্ৰেমিকক নিয়ন্ত্ৰণৰ বাবে ৮ টা কঠোৰ নিয়ম প্ৰেমিকাৰ! কি কি এই নিয়মসমূহ?

প্ৰেমিকক নিয়ন্ত্ৰণৰ বাবে ৮ টা কঠোৰ নিয়ম প্ৰেমিকাৰ! কি কি এই নিয়মসমূহ?

আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?

আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.