• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ড্ৰামা কুইন ৰাখীৰ নতুন প্ৰেমিক! প্ৰেমিকৰ সৈতে ভিডিঅ’ শ্বেয়াৰ কৰি কি ক’লে ৰাখীয়ে?

ড্ৰামা কুইন ৰাখীৰ নতুন প্ৰেমিক! প্ৰেমিকৰ সৈতে ভিডিঅ’ শ্বেয়াৰ কৰি কি ক’লে ৰাখীয়ে?

4 years ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

1 hour ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

3 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

4 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

5 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

6 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

6 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

7 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

7 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

8 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

8 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ড্ৰামা কুইন ৰাখীৰ নতুন প্ৰেমিক! প্ৰেমিকৰ সৈতে ভিডিঅ’ শ্বেয়াৰ কৰি কি ক’লে ৰাখীয়ে?

editor by editor
May 16, 2022
in চিনেমা, বিনোদন
0
ড্ৰামা কুইন ৰাখীৰ নতুন প্ৰেমিক! প্ৰেমিকৰ সৈতে ভিডিঅ’ শ্বেয়াৰ কৰি কি ক’লে ৰাখীয়ে?
0
SHARES
145
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় মনোৰঞ্জন জগতৰ ড্ৰামা কুইন ৰাখী সাৱন্তক হয়তো চিনি নোপোৱা মানুহ নোলাব। যি ৰাখীয়ে বহু চিনেমা, গীত আদিত কাম কৰাৰ লগতে বিগ ব’ছতো দুবাৰকৈ অংশ লৈ বিশেষ চৰ্চিত হৈ পৰিছে।

বিগ বছৰৰ বিগ ব’ছৰ মজিয়াত শেষৰ বাৰ নিজৰ স্বামীকো নি বেছ চৰ্চিচ হৈ পৰিছিল ৰাখী। স্বামী ৰিতেশৰ সৈতে যোৱা ৰাখীয়ে বিগ বছৰ টিআৰপিও বহু ওপৰলৈ তুলিছিল।

পাছে বিগ ব’ছ এৰাৰ পাছতে বিচ্ছেদ হৈছিল ৰাখী আৰু স্বামী ৰিতেশৰ। অৱশ্যে সেই ৰিতেশ সঁচাকৈয়ে ৰাখীৰ স্বামী আছিল নে বিগ ব’ছৰে এক অভিসন্ধি সেয়া আজি পৰ্যন্ত গোপন হৈয়ে থাকিল।

লগতে পঢ়ক ভয়াতুৰ আমেৰিকাই এইবাৰ পিছ লৈছে ভাৰতৰ

মনোৰঞ্জন জগতৰ ‘ড্ৰামা কুইন’ ৰাখী সাৱন্তই ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় আৰু প্ৰতিদিনে নিজৰ ফটো, ভিডিঅ’ শ্বেয়াৰ কৰে। ৰাখীয়ে নিজৰ বিয়াৰ বিষয়ে বহুবাৰ মুখ খুলি আহিছে আৰু তাৰ পিছত ‘বিগ বছ’ৰ ঘৰতো বহুবাৰ তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে চৰ্চা হৈছিল। শেহতীয়াকৈ ৰাখীয়ে পুনৰ এক ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰি মানুহক আচৰিত কৰি নিজৰ প্ৰেমৰ সৈতে পুনৰ মিলিত হৈছে।

আচলতে ৰাখী সাৱন্তই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে৷ য’ত তেওঁক এজন বন্ধুৰ সৈতে দেখা গৈছে। ভিডিঅ’টোত এনে বহু ছবি আছে, য’ত কেতিয়াবা ৰাখীয়ে সেই ব্যক্তিজনক সাৱটি ধৰিছে আৰু কেতিয়াবা চুমা খাই থকা দেখা যায়। ৰাখীৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত তীব্ৰ ভাইৰেল হৈ পৰিছে আৰু মানুহেও সুধিছে তাইৰ লগত কোন আছে?

লগতে পঢ়ক আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?

ৰাখীৰ এই ভিডিঅ’টোৰ ওপৰত মন্তব্য কৰি এজন ইউজাৰে সুধিলে ৰিতেশৰ পিছত এতিয়া এয়া কোন? ইয়াৰ পিছত আন এজনে লিখিছে যে প্ৰথমবাৰৰ বাবে ভাল ল’ৰা এটা পাইছে, এৰি নিদিব। ইয়াৰ সমান্তৰালকৈ বহু লোকে ৰাখীক আগৰ দৰে কোনো ভুল নকৰিবলৈ উপদেশ দিছে। এজনে লিখিছিল যে ৰাখীৰ যত্ন লোৱা, কাকো বেছি সোনকালে বিশ্বাস নকৰিবা।

ইয়াৰ পূৰ্বেও ৰাখীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁক একেজন ব্যক্তিৰ সৈতে দেখা গৈছে। ৰাখীয়ে পাপাৰাজীক ক’লে যে সেই ব্যক্তিজনৰ তাইৰ প্ৰেয়সী আৰু তেওঁ প্ৰেমিক। প্ৰেমিকৰ কথা কৈ ৰাখীয়ে কয় যে তেওঁলোক বহুদিনৰ মূৰত দুয়োৰে লগ হৈছে।

ৰাখীয়ে আকৌ এবাৰ প্ৰেমিকৰ সৈতে বিগ ব’ছলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে। শেহতীয়াকৈ ৰাখীয়ে উপহাৰ হিচাপে পোৱা গাড়ীখনো তেওঁৰ প্ৰেমিকে দিছিল৷

ইফালে সামাজিক মাধ্যমত বিভিন্নজনে কৰা মন্তব্যৰ পিছতে ড্ৰামা কুইনগৰাকীয়ে ইনষ্টাগ্ৰামৰ পৰা ভিডিঅ’টো দিলিট কৰা পৰিলক্ষিত হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrakhi sawant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?
অসম

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

September 19, 2026
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?
বিনোদন

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

September 19, 2026
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি
অসম

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

September 19, 2026
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক
অসম

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

September 18, 2026
Next Post
‘গুৰুতৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন, উন্মাদৰ দৰেই আচৰণ কৰিছে পুটিনে’

‘গুৰুতৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন, উন্মাদৰ দৰেই আচৰণ কৰিছে পুটিনে’

প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ, কিয় চীনৰ বাবে বিপদজনক এই ভ্ৰমণ?

প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ, কিয় চীনৰ বাবে বিপদজনক এই ভ্ৰমণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.