• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

5 months ago
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

18 minutes ago
সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

2 hours ago
হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

2 hours ago
বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

3 hours ago
আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

4 hours ago
ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

5 hours ago
শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

12 hours ago
“তুমি বডিছুট খুলিব লাগিব!” ঋষিৰ সৈতে বাথৰুমট কি ঘটিছিল অভিনেত্ৰীৰ?

“তুমি বডিছুট খুলিব লাগিব!” ঋষিৰ সৈতে বাথৰুমট কি ঘটিছিল অভিনেত্ৰীৰ?

13 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

13 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

বলীউডকো প্ৰত্যাহ্বান জনাইছে অসমীয়া ছবি ‘চুপা চুপি’য়ে! গঢ়িছে নতুন ৰেকৰ্ড

14 hours ago
শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

15 hours ago
আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

editor by editor
January 22, 2026
in জীৱনশৈলী
0
২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট
0
SHARES
9.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বছৰৰ প্ৰথমমাহ শেষ হ’বলৈ বেছি দিন নাই৷ আৰু জানুৱাৰীৰ অন্তিমসময়তেই তৈয়াৰ হ’ব এক বিশেষ যোগ৷ জ্যোতিষমতে ২৮ জানুৱাৰীৰ পুৱা ৭বাজি ৩০ মিনিটত শুক্ৰ আৰু শনি গ্ৰহই এটাই আনটোৰ পৰা ৪৫ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ আৰু জ্যোতিষত এই যোগক অৰ্থকেন্দ্ৰ যোগ বুলি কোৱা হয়৷

বৰ্তমান শনি আছে মীন ৰাশিত৷ আৰু শুক্ৰ আছে মকৰ ৰাশিত৷ মকৰ ৰাশিত সূৰ্য, বুধ আৰু শুক্ৰ মিলি এক চতুৰ্গ্ৰহী যোগ তৈয়াৰ কৰিব৷ যাৰ ফলত কিছু ৰাশিৰ ভাগ্য সলনি হব৷ দূৰ হব অৰ্থকষ্ট৷ জানি থওক এই কেন্দ্ৰ যোগৰ ফলত কোন কোন ৰাশিৰ জীৱনলৈ আহিব ভাল সময়৷

বৃষ ৰাশি

শনি আৰু শুক্ৰ মিলি তৈয়াৰ কৰিছে এক দুৰ্লভ যোগ৷ যাৰ ফলত এই সময়ত ভাল ফল পাব বৃষ ৰাশিৰ জাতকে৷ তেওঁলোকে জীৱনত আগুৱাই যাব৷ পৰিশ্ৰমৰ ফল পাব৷ কেৰিয়াৰত পদোন্নতি হব পাৰে আপোনাৰ৷ ইয়াৰোপৰি ব্যৱসায়ত আগুৱাই যাব৷ ইয়াৰ সৈতে আয়ো বাঢ়িব৷ আৰ্থিক স্থিতি মজবুত হব৷ চিন্তাৰ কোনো কাৰণ নাই৷ ভাল সময়ৰ বাবে প্ৰস্তুত হওক৷

মকৰ ৰাশি

শুক্ৰ আৰু শনিৰ যোগে জীৱনত সুখ কঢ়িয়াই আনিব মকৰ ৰাশিৰ৷ একাধিক নতুন পথ খুলি যাব৷ কেৰিয়াৰত উন্নতি হব৷ ব্যৱসায় বৃদ্ধি পাব দ্ৰুত গতিত৷ আপোনাৰ হাতলৈ ধন আহিব পাৰে৷ ইয়াৰোপৰি মান সন্মান বাঢ়িব৷ ইয়াৰ সৈতে সুখ বৃদ্ধি পাব জীৱনত৷ এই সময়ত আপুনি নতুন বাহন কিনিব পাৰে৷ দুশ্চিন্তাৰ কাৰণ নাই সকলো ভালধৰণে আগুৱাব৷

মীন ৰাশি

অৰ্ধচন্দ্ৰ যোগৰ ফলত অত্যন্ত শুভ সময় আহিব মীন ৰাশিৰ৷ এই সময়ত আপোনাৰ বহুদিন ধৰি ৰৈ থকা কাম সম্পন্ন হব৷ ব্যৱসায় আৰু চাকৰিত উন্নতি হব৷ পৈতৃক সম্পত্তি লাভৰো আশা আছে৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ ইয়াৰ সৈতে নতুন নতুন প্লেন কৰিব পাৰে৷ যিসকল বিদেশলৈ যাব খোজে তেওঁলোকৰ আশা এই সময়ত পূৰণ হব৷ আনকি দেশৰ বাহিৰলৈ চাকৰিৰ বাবে যাব পাৰে৷ চিন্তাৰ কাৰণ নাই৷ বৰং নতুন ভাল সময়ৰ বাবে সাজু হওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব
জীৱনশৈলী

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

July 4, 2026
হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips
নিয়োগ

হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

July 4, 2026
আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?
জীৱনশৈলী

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

July 4, 2026
ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

July 4, 2026
Next Post
২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.