• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

5 months ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

54 minutes ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

1 hour ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

2 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

3 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

4 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

5 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

5 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

5 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

5 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

6 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

7 hours ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

editor by editor
April 19, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লিভাৰৰ সমস্যা ক্ৰমান্বয়ে সাধাৰণ হৈ পৰিছে। বিশেষকৈ ফেটি লিভাৰত আক্ৰান্ত ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। যকৃতৰ ৰোগে পুৰুষ আৰু মহিলা উভয়কে আক্ৰান্ত কৰে, কিন্তু মহিলাৰ ক্ষেত্ৰত ইয়াৰ লক্ষণ বেলেগ বেলেগ নেকি? কাৰ বিপদ বেছি? এই সকলোবোৰৰ বিষয়ে আমি বিশেষজ্ঞৰ পৰা জানো আহক। বিশেষজ্ঞসকলৰ মতে মহিলাৰ কিছুমান ক্ষেত্ৰত লক্ষণ আৰু বিপদৰ পাৰ্থক্য থাকিব পাৰে। পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণৰ ধৰণ কিছু বেলেগ দেখা গৈছে।

কিছুমান বিশেষ কাৰকে মহিলাৰ লিভাৰৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷ হৰম’নৰ পৰিৱৰ্তন, মেদবহুলতাই লিভাৰৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। কিছুমান ক্ষেত্ৰত ডায়েবেটিছে লিভাৰতো প্ৰভাৱ পেলায়।

মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

বিশেষজ্ঞসকলে কয় যে লিভাৰ ৰোগৰ বহু লক্ষণ পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত একে যদিও মহিলাৰ ক্ষেত্ৰত কিছুমান বেলেগ হ’ব পাৰে, যেনে অনিয়মিত মাহেকীয়া আৰু হৰম’নৰ সমস্যা। ইয়াৰ বাহিৰেও বেছিভাগ লক্ষণ পুৰুষৰ দৰেই, যেনে, অনবৰতে ভাগৰুৱা আৰু দুৰ্বলতা, পেটত ফুলা বা গধুৰ হোৱা, চকু হালধীয়া হোৱা (জণ্ডিচ), ভোক নলগা আদি। বহু ক্ষেত্ৰত মহিলাসকলে এই লক্ষণসমূহ স্বাভাৱিক ক্লান্তি বা হৰম’নৰ পৰিৱৰ্তন বুলি ভাবি আওকাণ কৰে, যাৰ বাবে এই ৰোগ পলমকৈ ধৰা পৰে। বহু ক্ষেত্ৰত যকৃতৰ যথেষ্ট ক্ষতি হোৱাৰ পিছতহে ৰোগী চিকিৎসাৰ বাবে চিকিৎসালয়লৈ আহে।

সময়মতে চিনাক্তকৰণ কিয় গুৰুত্বপূৰ্ণ?

লিভাৰ হৈছে এনে এটা অংগ যিয়ে বেমাৰ নোহোৱাকৈ দীৰ্ঘ সময় ধৰি কাম কৰিব পাৰে। ইয়াৰ বাবে লক্ষণসমূহ সহজে দেখা নাপাবও পাৰে। বহু ক্ষেত্ৰত এই অৱস্থা আনকি চিৰ’ছিছলৈও আগবাঢ়িব পাৰে। গতিকে লিভাৰৰ ক্ষতিৰ লক্ষণসমূহৰ ওপৰত চকু ৰাখিব। ইয়াক সহজভাৱে ল’ব নালাগে। যদি ইয়াৰ লগত লিভাৰৰ ক্ষতিৰ আন লক্ষণ দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

  • খাদ্যৰ যত্ন লওক
  • দৈনিক ব্যায়াম কৰক
  • আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখক
  • গৰ্ভাৱস্থাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ
অসম

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

September 16, 2026
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!
অপৰাধ

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

September 16, 2026
Next Post
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ... ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.