• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগষ্ট মাহ মেষৰ বাবেই… ধন লাভৰ যোগ আছে যদিও ব্যয়ে পেলাব চিন্তাত, জানক কেনে হ’ব মেষৰ দিন?

আগষ্ট মাহ মেষৰ বাবেই… ধন লাভৰ যোগ আছে যদিও ব্যয়ে পেলাব চিন্তাত, জানক কেনে হ’ব মেষৰ দিন?

2 years ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

55 minutes ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

1 hour ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

2 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

2 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

3 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

3 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

4 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

4 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

4 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

6 hours ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

6 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগষ্ট মাহ মেষৰ বাবেই… ধন লাভৰ যোগ আছে যদিও ব্যয়ে পেলাব চিন্তাত, জানক কেনে হ’ব মেষৰ দিন?

আগষ্ট মাহ মেষৰ বাবেই... ধন লাভৰ যোগ আছে যদিও ব্যয়ে পেলাব চিন্তাত, জানক কেনে হ’ব মেষৰ দিন?

editor by editor
July 20, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আগষ্ট মাহ মেষৰ বাবেই… ধন লাভৰ যোগ আছে যদিও ব্যয়ে পেলাব চিন্তাত, জানক কেনে হ’ব মেষৰ দিন?
0
SHARES
454
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগষ্ট মাহত মেষ ৰাশিৰ জাতকৰ বেছ উন্নতিৰ সম্ভাৱনা আছে৷ কিছু কিছু ক্ষেত্ৰত অৱশ্যে সতৰ্ক হোৱাটোও খুবেই প্ৰয়োজন৷ বৃদ্ধিপ্ৰাপ্ত ব্যয় নিয়ন্ত্ৰণ কৰক৷ ইয়াৰোপৰি স্বাস্থ্যৰ বিশেষ যত্ন লওক৷ এই মাহত অৰ্থলাভৰ যোগ আছে এই ৰাশিৰ জাতকৰ৷ কেৰিয়াৰৰ বাবে এই সময় অনুকূল৷ পৰিশ্ৰমৰ মাধ্যমেৰে নিজৰ স্থান সুদৃঢ় কৰাত সফল হ’ব৷ ব্যৱসায়ত সহায় লাভ কৰিব৷ এনে কিছু ব্যক্তিৰ সৈতে আপোনাৰ সাক্ষাৎ ঘটিব যিয়ে আপোনাক প্ৰভাৱিত কৰিব৷ প্ৰেমৰ সম্পৰ্ক গভীৰ হ’ব৷ দাম্পত্য জীৱনৰ বাবে এই সময় ভাল৷ বিদেশ যাত্ৰাৰ সপোন পূৰণ হ’ব৷ আগষ্ট মাহ মেষ ৰাশিৰ জাতকৰ কেনে যাব কোন কোন  ক্ষেত্ৰত লাভৱান হ’ব জানি থওক পূৰ্বেই৷

মেষৰ কেৰিয়াৰ

কেৰিয়াৰৰ দিশৰ পৰা মেষ ৰাশিৰ জাতকৰ আগষ্ট মাহ অনুকূল থাকিব৷ কৰ্মক্ষেত্ৰত অধিক পৰিশ্ৰম কৰিব৷ নতুন দায়িত্ব পাব এই ৰাশিৰ জাতকে৷ ভালধৰণে নিজৰ কাম সম্পন্ন কৰিব পাৰিব মেষ ৰাশিৰ জাতকে৷ নিজৰ স্বাস্থ্যক উপেক্ষা কৰি দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব৷ বৰিষ্ঠ অধিকাৰীসকলে আপোনাৰ পৰিশ্ৰমক প্ৰশংসা কৰিবলৈ বাধ্য হ’ব৷ এই মাহত পদলাভ সম্ভৱ৷ আপোনাৰ অধিকাৰ বৃদ্ধি পাব৷ বেকাৰ যুৱকে চাকৰি লাভ কৰিব পাৰে৷ ইয়াৰোপৰি চাকৰি পৰিবৰ্তনৰ চেষ্টাতো সফল হ’ব৷ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগীতা পাব৷ মাহৰ দ্বিতীয়াৰ্ধত বিৰোধীসকলৰ পৰা কিছু সতৰ্কতা অৱলম্বন কৰক৷

ব্যৱসায়ীসকলৰ বাবেও এই সময় শুভ৷ যোগ্যতা অনুসৰি ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব৷ বজাৰত সুনাম অৰ্জন হ’ব৷ নতুন ব্যক্তিৰ সৈতে যোগাযোগ গঢ়ি উঠিব, বহুতেই আপোনাৰ ব্যৱসায়ত অংশীদাৰ হ’ব৷ ব্যৱসায়িক পৰিকল্পনা সফল হ’ব৷ ব্যৱসায় বিস্তাৰৰ পথ প্ৰশস্ত হ’ব৷ ব্যৱসায়ত ব্যয় বাঢ়িব৷ মাহৰ মাজসময়ত চৰকাৰী ক্ষেত্ৰৰ মাধ্যমেৰে ব্যৱসায়ীয়ে ভাল মুনাফা অৰ্জন কৰিব পাৰে৷

আৰ্থিক ৰাশিফল

আৰ্থিক জীৱনত বিস্তৰ উঠাপৰা থাকিব৷ অৰ্থলাভৰ চেষ্টা চলাই যাওক সফল হ’বই৷ ভাল পৰিমাণৰ আমদানি বৃদ্ধি হ’ব৷ দৈনন্দিন আয় বাঢ়িব৷ চেষ্টাৰ দ্বাৰা অধিক ধনলাভৰ যোগ তৈয়াৰ হ’ব৷ ৰাহুৰ প্ৰভাৱত ব্যয় নিয়ন্ত্ৰণ কৰা সম্ভৱ হ’ব৷ কাৰণ ব্যয় নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰ্থিক সংকটে দেখা দিব পাৰে৷ মাহৰ প্ৰথম দিশত বৃহস্পতিয়ে আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত কৰিব৷ সম্পত্তি সংক্ৰান্তিয় বিষয়ত সাফল্য লাভ কৰিব পাৰিব৷ পৰিয়ালত ধন-সম্পত্তিৰ আগমনৰ যোগ আছে৷ অৰ্থ লাভ কৰিব পাৰিব৷ চৰকাৰী ক্ষেত্ৰৰ মাধ্যমেৰে লাভ সম্ভৱ৷ ব্যৱসায়ত লাভৰ যোগ আছে৷

স্বাস্থ্য ৰাশিফল

স্বাস্থ্যৰ বিশেষ যত্ন লওক এই মাহত৷ আগষ্টৰ শেষৰ দিনা স্বাস্থ্যোন্নতি হ’ব৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব৷ কিন্তু মাজে মাজে স্বাস্থ্যজনিত সমস্যাই আপোনাক চিন্তিত কৰি তুলিব পাৰে৷ নিজৰ প্ৰতি বেপৰোৱা হৈ উঠিব পাৰে যাৰবাবে আপোনাৰ স্বাস্থ্য সমস্যা বাঢ়িব৷ নিজৰ যত্ন লওক৷ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ লওক৷

প্ৰেমত কেনে?

আগষ্ট মাহত মেষ ৰাশিৰ জাতকৰ প্ৰেম আৰু দাম্পত্য জীৱন গভীৰ হ’ব৷ প্ৰেম জীৱনত ৰোমান্স বাঢ়িব৷ এজনে আনজনক নতুন উপহাৰো দিব পাৰে৷ প্ৰেমিক-প্ৰেমিকে এজনে আনজনৰ সৈতে ভাল সময় কটাব৷  দাম্পত্য জীৱনত মাধুৰ্যতা বৃদ্ধি পাব৷ স্বামী-স্ত্ৰীৰ মাজত ৰোমান্স আৰু ভালপোৱা বাঢ়িব৷ পুৰণি সমস্যাৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতকে৷ জীৱনসংগীৰ বাবে অৰ্থ ব্যয় কৰিব লাগিব৷ তেওঁৰ স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে৷ দাম্পত্য জীৱনত অৱসাদ বৃদ্ধি পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

March 27, 2026
Next Post
শাওনতেই কৰক এই ৫কাম, সংসাৰৰ অশান্তি দূৰ হ’ব খাটাং

শাওনতেই কৰক এই ৫কাম, সংসাৰৰ অশান্তি দূৰ হ’ব খাটাং

কি কোম্পানীৰ ঘড়ী পিন্ধে বিৰাট ক’হলীয়ে? বিৰাটৰ এটা ঘড়ীৰ দামত আপুনি ক্ৰয় কৰিব পাৰিব বিলাসী ঘৰো

কি কোম্পানীৰ ঘড়ী পিন্ধে বিৰাট ক’হলীয়ে? বিৰাটৰ এটা ঘড়ীৰ দামত আপুনি ক্ৰয় কৰিব পাৰিব বিলাসী ঘৰো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.