• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি কোম্পানীৰ ঘড়ী পিন্ধে বিৰাট ক’হলীয়ে? বিৰাটৰ এটা ঘড়ীৰ দামত আপুনি ক্ৰয় কৰিব পাৰিব বিলাসী ঘৰো

কি কোম্পানীৰ ঘড়ী পিন্ধে বিৰাট ক’হলীয়ে? বিৰাটৰ এটা ঘড়ীৰ দামত আপুনি ক্ৰয় কৰিব পাৰিব বিলাসী ঘৰো

2 years ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

60 minutes ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

1 hour ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

2 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

2 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

3 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

4 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

5 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

6 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

6 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

6 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

7 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কি কোম্পানীৰ ঘড়ী পিন্ধে বিৰাট ক’হলীয়ে? বিৰাটৰ এটা ঘড়ীৰ দামত আপুনি ক্ৰয় কৰিব পাৰিব বিলাসী ঘৰো

কি কোম্পানীৰ ঘড়ী পিন্ধে বিৰাট ক’হলীয়ে? বিৰাটৰ এটা ঘড়ীৰ দামত আপুনি ক্ৰয় কৰিব পাৰিব বিলাসী ঘৰো

editor by editor
July 20, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
কি কোম্পানীৰ ঘড়ী পিন্ধে বিৰাট ক’হলীয়ে? বিৰাটৰ এটা ঘড়ীৰ দামত আপুনি ক্ৰয় কৰিব পাৰিব বিলাসী ঘৰো
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ অনুৰাগীৰ সংখ্যা গণি শেষ কৰিব নোৱাৰি৷ বিশ্বৰ বিভিন্ন কোণত আছে বিৰাটৰ অনুৰাগী৷ বিৰাট খেলত যেনেকৈ পাৰফেক্ট, ষ্টাইলটো বিৰাটৰ আছে পাৰ্ফেকছনৰ কথা৷ বিৰাটৰ ষ্টাইলিছ লুকছৰ বহুতেই প্ৰশংসা কৰে৷ তেওঁৰ জোতা, ঘড়ী, কাপোৰ সকলোতে থাকে সুকীয়া ষ্টাইল৷ শেহতীয়াকৈ এক ৰিপৰ্টত বিৰাটে পিন্ধা ঘড়ীৰ বিষয়ে চৰ্চা চলিছে৷ শেহতীয়াকৈ বিৰাট কোহলীক বিমানবন্দৰত দেখা যাওঁতে তেওঁৰ হাতত থকা ঘড়ীটোৰ ছবি ভাইৰেল হৈ আছে৷ বিৰাটে ষ্টেডিয়ামতো সেই বিশেষ ঘড়ীটো পিন্ধি আছিল৷ বিৰাটৰ এই ঘড়ীৰ নাম হৈছে পেটেক ফিলিপ নটিলাছ ৫৭১২ ৰ’জ গোল্ড৷  এই ঘড়ীৰ মূল্য হৈছে ১ লাখ ৮৩ হাজাৰ ৪৪৪ মাৰ্কিন ডলাৰ৷

এই ঘড়ীৰ বিশেষত্ব কি?

ভাৰতীয় মুদ্ৰাত এই ঘড়ীটোৰ মূল্য প্ৰায় ১.৫ কোটি টকা৷ এই ঘড়ীটোৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে ইয়াত সোণৰ কাঁটা ব্যৱহাৰ কৰা হৈছে যিয়ে অন্ধকাৰতো উজ্বল হৈ থাকে৷ যাৰ ফলত এন্ধাৰতো সময় চোৱা তেনেই সহজ৷ এই ঘড়ীৰ ওপৰিও বিৰাটে পৰিধান কৰে আন এক ব্ৰেণ্ডৰ ঘড়ী৷ ৰলেক্স ডেটাজাষ্ট কোম্পানীৰ ৪১ মিঃমিঃ শ্লেট ডায়েল ঘড়ী পৰিধান কৰে যাৰ মূল্য প্ৰায় ৭ লাখ টকা৷ এই ঘড়ীটোৰ আটাইবোৰ লেখাই ৰোমান সংখ্যা৷ ইয়াত ব্ৰেছলেট ষ্টেইনলেছ ষ্টীলৰ৷ কোহলীয়ে প্ৰায়ে পৰিধান কৰা ক’লা ডায়েলৰ ডেটনা ঘড়ী যাৰ মূল্য ২০লাখ টকা৷ এই ঘড়ীটোত আছে Cerachrom যিয়ে এই ঘড়ীটোক বিশেষত্ব প্ৰদান কৰে৷ ইয়াৰোপৰি বিৰাটৰ হাতত আছে Rolex DayDate 40 ঘড়ী, যাৰ দাম প্ৰায় ২৭ লাখ টকা৷ ইয়াৰ শ্লেট ডায়েলত অফ চেণ্টাৰ ডিস্কত দ্বিতীয় টাইম জ’ন ডিছপ্লেও আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
মালাইকাৰ পৰা দূৰত্বই কষ্ট দিছে অৰ্জুনক? ৰহস্যজনক প’ষ্ট অভিনেতা অৰ্জুনৰ

মালাইকাৰ পৰা দূৰত্বই কষ্ট দিছে অৰ্জুনক? ৰহস্যজনক প’ষ্ট অভিনেতা অৰ্জুনৰ

সদ্যোজাতৰ জণ্ডিছ কিয় হয়? কি কি লক্ষণে দেখা দিলে তাৎক্ষণিক চিকিৎসকৰ সহায় ল’ব?

সদ্যোজাতৰ জণ্ডিছ কিয় হয়? কি কি লক্ষণে দেখা দিলে তাৎক্ষণিক চিকিৎসকৰ সহায় ল’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.