• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সিদ্ধান্তটো অসম্ভৱ যন্ত্ৰণাদায়ক আছিল!’ দ্বিতীয় বিবাহৰ পাছতেই হঠাৎ কি হ’ল আশীষ বিদ্যাৰ্থীৰ?

‘সিদ্ধান্তটো অসম্ভৱ যন্ত্ৰণাদায়ক আছিল!’ দ্বিতীয় বিবাহৰ পাছতেই হঠাৎ কি হ’ল আশীষ বিদ্যাৰ্থীৰ?

3 years ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

46 minutes ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

1 hour ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

3 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

4 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

5 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

6 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

6 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

7 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

7 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘সিদ্ধান্তটো অসম্ভৱ যন্ত্ৰণাদায়ক আছিল!’ দ্বিতীয় বিবাহৰ পাছতেই হঠাৎ কি হ’ল আশীষ বিদ্যাৰ্থীৰ?

editor by editor
May 31, 2023
in অসম, চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
‘সিদ্ধান্তটো অসম্ভৱ যন্ত্ৰণাদায়ক আছিল!’ দ্বিতীয় বিবাহৰ পাছতেই হঠাৎ কি হ’ল আশীষ বিদ্যাৰ্থীৰ?
0
SHARES
18.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৫৭ বছৰ বয়সত জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে অভিনেতা আশীষ বিদ্যাৰ্থীয়ে। প্ৰথমা পত্নী পিলু বিদ্যাৰ্থীৰ সৈতে বিবাহবিচ্ছেদৰ কিছু দিন পাছতেই আকৌ বিবাহপাশত আৱদ্ধ হ’ল অভিনেতা আশীষ বিদ্যাৰ্থী। অসমীয়া জীয়াৰী তথা প্ৰতিষ্ঠিত ফেশ্বন ডিজাইনাৰ ৰূপালীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে অভিনেতাগৰাকী। বিগত প্ৰায় কেইবাদিন ধৰি তেওঁৰ বিবাহৰ চৰ্চা চলিছে। কোনোৱে যদি এই বিবাহক প্ৰশংসা কৰিছে কোনোৱে আকৌ সমালোচনাও কৰা দেখা গৈছে। এই কটাক্ষমূলক কথাৰ উত্তৰো সামাজিক মাধ্যমযোগে আশীষ বিদ্যাৰ্থীয়ে দিছে। অভিনেতাজনে কোৱা অনুসৰি, ‘মোৰ দ্বিতীয় বিবাহে বহুজনৰ মনত আঘাত দিছে। বহুতেই এই কথাক সহ্যও কৰা নাই। মোৰ বাবেও দ্বিতীয় বিবাহৰ সিদ্ধান্ত সহজ নাছিল। মোৰ পৰিয়ালেও এই বিবাহক সহজভাৱে লোৱা নাই।’

কিয় প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হ’ল সেই কথাও জনালে আশীষ বিদ্যাৰ্থীয়ে। এই সন্দৰ্ভত অভিনেতাজনে কয়, ‘কাজিয়া, অশান্তি নাথাকিলে মানুহে কেতিয়াও বিচ্ছেদ নিবিচাৰে। কিন্তু এই কথা হয়তো বহুতেই বিশ্বাস নকৰিব যে, দুজন ব্যক্তিয়ে শান্তিপূৰ্ণভাৱেও বিচ্ছেদ ল’ব পাৰে। আচলতে মানুহবোৰ এনেকুৱা যে সমালোচনা কৰিবলৈ এটা টপিক পালে সেইটোতেই খামুচি থাকে। মোৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে। পিলু মোৰ প্ৰথমা পত্নী। তেওঁ মোৰ সন্তানৰ মাতৃও। তেওঁৰ সৈতে মোৰ বহু স্মৃতি আছে। সকলোবোৰ স্মৃতিয়েই সুখৰ। পিলু মোৰ পত্নীয়েই নহয় তেওঁ মোৰ খুব ভাল বন্ধুও। আপোনালোকে নাভাৱিব যে মই খুব আনন্দমনেৰে দ্বিতীয় বিবাহৰ সিদ্ধান্ত লৈছো। এই সিদ্ধান্ত লওঁতে মই বহু মানসিক সংঘাতৰ মাজেৰে নিজকে পাৰ কৰিছো।’

ইপিনে দ্বিতীয় পত্নী ৰূপালীৰ প্ৰসংগত অভিনেতাজনে কয়, ‘পিলুৰ সৈতে বিচ্ছেদৰ পাছতেই মোৰ ৰূপালীৰ সৈতে দেখা হৈছিল। তাৰপাছতেই আৰম্ভ হৈছিল আন এক অধ্যায়। আমি দুয়ো দুয়োকে অজানিতেই বুজিবলৈ চেষ্টা কৰা হ’লো। মোৰ সৈতে চিনাকী হোৱাৰ সময়ত ৰূপালীৰ কোনো বন্ধুও নাছিল। তেওঁয়ো মোক লগ পোৱাৰ ৫বছৰ পূৰ্বেই স্বামীক হেৰুৱাইছিল। তেওঁয়ো দ্বিতীয় বিবাহৰ কথা তেতিয়া কোনো কাৰণতে ভৱা নাছিল। কিন্তু আমি নজনাকৈয়ে এজনে আনজনৰ হাতখন ধৰিলো। তাৰপাছতেই লাহে লাহে আমাৰ মনত ঘৰ বন্ধাৰ সপোন এটাই গা কৰি উঠিল। এনেকৈ কাষ চাপি গ’লো যে আমি বিবাহৰ সিদ্ধান্তই লৈ পেলালো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!
জীৱনশৈলী

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

April 10, 2026
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?
ক্ৰীড়া

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

April 10, 2026
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?
বিনোদন

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

April 10, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
Next Post
UPSC ত সফল হোৱাটো টান কাম নহয়! কেনেকৈ UPSC পৰীক্ষাত সফল হ’ব, আনন্দ মিশ্ৰই দিলে কেইবাটাও টিপছ, সবিশেষ…

UPSC ত সফল হোৱাটো টান কাম নহয়! কেনেকৈ UPSC পৰীক্ষাত সফল হ’ব, আনন্দ মিশ্ৰই দিলে কেইবাটাও টিপছ, সবিশেষ...

জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?

জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.