অসম লাইভ২৪ঃ
সত্ৰৰ ভকতসকলেও এতিয়াৰে পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন
২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট ভাষণত এই কথা প্ৰকাশ বিত্তমন্ত্ৰী অজন্তা নেওগৰ
অৰুণোদয় আঁচনিৰ ধন ১৪০০ টকালৈ বৃদ্ধিৰ পৰিকল্পনা
এইবছৰৰ শেষৰ ফালে লাভ কৰিব বৰ্ধিত অৰুণোদয়ৰ ধন
ক্ষুদ্র উদ্যোগীলৈ এককালীন সাহায্য
ব্যক্তিগত খণ্ডত স্ব-নিয়োজন বৃদ্ধি হ’ব
চৰকাৰী বিভিন্ন ক্ষেত্রত সংস্থাপনৰ ব্যৱস্থা হ’ব
১ লাখ যুৱক-যুৱতীলৈ ২ লাখ টকাৰ সাহায্য
MSMEত ৰাজসাহায্য আগবঢ়োৱা হ’ব
আন কেইবাটাও ক্ষেত্রত থাকিব ৰাজসাহায্য
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ